• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজে মাজে চাই থাককঃ  যিকোনো মুৰ্হূতত আপোনাৰ একাউন্টত সোমাব পাৰে ১৬০টকা…

মাজে মাজে চাই থাককঃ যিকোনো মুৰ্হূতত আপোনাৰ একাউন্টত সোমাব পাৰে ১৬০টকা…

3 years ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

24 minutes ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

56 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

1 hour ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

4 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

5 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

8 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মাজে মাজে চাই থাককঃ যিকোনো মুৰ্হূতত আপোনাৰ একাউন্টত সোমাব পাৰে ১৬০টকা…

আপোনাৰ একাউন্টত গুগলে কিয় ধন ভৰাই দিব? জানো আহক ইয়াৰ আৰৰ কাৰনটো।

editor by editor
December 24, 2023
in প্ৰযুক্তি
0
মাজে মাজে চাই থাককঃ  যিকোনো মুৰ্হূতত আপোনাৰ একাউন্টত সোমাব পাৰে ১৬০টকা…
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সাজু হৈ থাকক। যিকোনো মূৰ্হুততে আপোনাৰ একাউন্টত সোমাব পাৰে ধন। যদিহে আপোনাৰ একাউন্টত ধন সোমায়ো, তেন্তে আচৰিত হবলগীয়া একো নাই। এই ধন আপোনাৰ একাউন্টত সোমাৱাব গুগলৰ তৰফৰ পৰা। এতিয়া ছাগে আপোনাৰ মনতো প্ৰশ্নৰ উদয় হৈছে, আপোনাৰ একাউন্টত গুগলে কিয় ধন ভৰাই দিব। জানো আহক ইয়াৰ আৰৰ কাৰনটো।

গুগলে নিজে কৰা এটা ভুলৰ বাবেই এতিয়া ৫,৮২৩কোটি টকাৰ জৰিমনা ভৰিব লাগিব। গুগলে কৰা এটা বিশেষ অপ্ৰচাৰৰ বাবে এই বিশাল ধনৰাশি ভৰিব লগাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। মাৰ্কেটত এনডয়ৰডৰ মজবুত স্থিতিৰ সুবিধা লৈ গুগুলে বিভি্ন্ন ধৰণৰ অনৈতিক কাৰ্য সংঘটিত কৰাৰ প্ৰমাণ পোৱা গৈছিল। এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি আমেৰিকাৰ এখন আদালতে ৰায় প্ৰদান কৰিছে যে, এই সমূহ কামৰ ক্ষতিপূৰণ হিচাপে গুগুলে ৫,৮২৩কোটি টকা অৰ্থাত ৭০কোটি ডলাৰ ক্ষতিপূৰণ ভৰিব লাগিব। অৱশ্যে এই সন্দৰ্বত চূড়ান্ত ৰায়দানৰ প্ৰক্ৰিয়া এতিয়াও বাকী আছে।

যদিহে গুগুলে ইমান বিশাল ধনৰাশি প্ৰদান কৰে তেনেহলে গুগলৰ প্ৰায় ১০কোটিৰো অধিক ব্যৱহাৰীয়ে ভাগ পাব এই ক্ষতিপূৰণৰ। অতি কমেও ২ডলাৰ অৰ্থাত ভাৰতীয় মূল্যত ১৬৮টকাকৈ হলেও প্ৰতিগৰাকীৰ একাউন্টত সোমাব ধন। প্ৰথম পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলে লাভ কৰিব এই ক্ষতিপূৰণৰ ধন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
Next Post
ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে

ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে

কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.