• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে

ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে

3 years ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

47 minutes ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

2 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

2 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

11 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

12 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

13 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

14 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

14 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

16 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

16 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

16 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে

editor by editor
December 24, 2023
in ক্ৰীড়া, ভাৰত
0
ৰোহিতৰ দাম শুনি এদিন কটাক্ষ কৰিছিল, বিদায়ৰ পূৰ্বে ৫ ট্ৰফিৰে KKRক জৱাব দি গ’ল হিটমেন ৰোহিতে
0
SHARES
899
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডেকান চাৰ্জাছৰ পৰা ২০১১ চনত মুম্বাই ইণ্ডিয়ানছত যোগ দিছে ৰোহিত শৰ্মাই। তৰুণ ৰোহিত শৰ্মাক সেইবাৰ ৯ কোটি টকাত ক্ৰয় কৰিছিল মুম্বাই ইণ্ডিয়ানছে। আইপিএলত সেইবাৰ নিলামত উঠাৰ পাছতেই থমকি ৰ’ব লগা হোৱা নাই ৰোহিত শৰ্মা। ২০১১ চনলৈকে জয়ৰ পৰা দূৰতে বিদুৰ হৈ থকা মুম্বাই ইণ্ডিয়ানছে সেইবাৰ দেখিলে সাফল্য। ২০১৩ চনত অধিনায়ক হৈয়েই ৰোহিতে মুম্বাই ইণ্ডিয়ানছক দিলে জয়ৰ সোৱাদ। সেইবাৰ চেম্পিয়ন হয় মুম্বাই ইণ্ডিয়ানছ।

৫বাৰ মুম্বাই ইণ্ডিয়ানছক চেম্পিয়ন কৰোৱাৰ পাছতেই এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক পদ এৰিলে ৰোহিত শৰ্মাই। ৰোহিতক যেতিয়া মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছিল তেতিয়া কলকাতা নাইট ৰাইডাৰ্ছে সেই বিষয়টোক লৈ আচৰিত হৈ কৰিছিল বিতৰ্কিত মন্তব্য। সেই কাহিনী এতিয়া ভাইৰেল হৈছে। ৰোহিতক সেই সময়ত ৯ কোটিত ক্ৰয় কৰাক লৈ KKRৰ তৰফৰ পৰা কৰা হৈছিল বিশেষ টুইট। টুইটত লিখিছিল, ”এয়া চমকি উঠিবলগা বিষয়। মুম্বাইয়ে ৰোহিত শৰ্মাক ২ মিলিয়ন ডলাৰৰ বিনিময়ত ক্ৰয় কৰিছে!’’

KKR-য়ে এই পোষ্ট কৰিছিল ২০১১ চনত। কিন্তু এইবাৰ সেই KKR-য়েই ৰেকৰ্ড সকলোৰে ৰেকৰ্ড ভাঙি ক্ৰয় কৰিছে মিচেল ষ্টাৰ্কক। ২৪.৭৫ কোটি খৰচ কৰি মিচেল ষ্টাৰ্কক ক্ৰয় কৰিছে KKR-য়ে। KKR-য়ে মিচেল ষ্টাৰ্কক ক্ৰয় কৰাক লৈ নেটিজেনে কৰিছে এটাৰ পাছত আনটো টুইট। অন্যক হঁহা দলে এইবাৰ দেখোন ওলোটা খৰ মাৰিছে বুলি প্ৰায়সংখ্যকেই সমালোচনা কৰিছে KKR-ক।

উল্লেখ্য যে ৰোহিত শৰ্মাক ২০১১ চনত নিজা দললৈ নিয়াৰ পাছত ২০১৩ চনত ৰোহিতক অধিনায়ক পাতে মুম্বাই ইণ্ডিয়ানছে। ইয়াৰ পাছতেই ২০১৩, ২০১৫, ২০১৯ আৰু ২০২০ চনত মুঠ পাঁচবাৰ তেওঁ দলক চেম্পিয়ন কৰাইছে। মুম্বাই ইণ্ডিয়ানছে বিপুল পৰিমানৰ অৰ্থ ব্যয় কৰাৰ ফল হাতে হাতেই লাভ কৰে বিগত বছৰ কেইটাত। ইফালে ওলোটা ছবি দেখা গৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ। ৰোহিত শৰ্মাই তেওঁৰ প্ৰথম আইপিএলত চেঞ্চুৰিও কৰিছিল KKRৰ বিৰুদ্ধেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
Next Post
কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

গম পালেনেঃ অসম জোকাৰিলে ভূমিকম্পই…

গম পালেনেঃ অসম জোকাৰিলে ভূমিকম্পই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.