- বিপদৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিল আছুৰ লগতে বিভিন্ন দল-সংগঠন।
- যোৰহাটৰ হস্পাতালত ভৰ্তি হৈ থকা আহতসকলক প্ৰয়োজনীয় ৰক্ত প্ৰদান কৰিব আছুকৰ্মীয়ে।
- ইতিমধ্যে যোৰহাট হস্পাতাললৈ ৰাওনা হৈছে আছু কৰ্মীসকলৰ লগতে অসম সেনাৰ কৰ্মীসকল।
- আহত সকলোকে যিমান ৰক্ত লাগে সকলো যোগান ধৰিবলৈ সাজু বুলি মত ব্যক্ত কৰে তেওঁলোকে।
- উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে ১৫গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩২গৰাকী লোক আহত হৈছে উক্ত দুৰ্ঘটনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ