• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনৈতিক চৰ্ত মানি আমি ৰাহুল, প্ৰিয়ংকাক আমন্ত্ৰণ জনোৱা নাই! কি চৰ্তৰ বাবে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ নকৰিলে ৰাহুল-প্ৰিয়ংকাই?

ৰাজনৈতিক চৰ্ত মানি আমি ৰাহুল, প্ৰিয়ংকাক আমন্ত্ৰণ জনোৱা নাই! কি চৰ্তৰ বাবে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ নকৰিলে ৰাহুল-প্ৰিয়ংকাই?

2 years ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 minute ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

25 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

57 minutes ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

1 hour ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজনৈতিক চৰ্ত মানি আমি ৰাহুল, প্ৰিয়ংকাক আমন্ত্ৰণ জনোৱা নাই! কি চৰ্তৰ বাবে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ নকৰিলে ৰাহুল-প্ৰিয়ংকাই?

editor by editor
January 3, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰাজনৈতিক চৰ্ত মানি আমি ৰাহুল, প্ৰিয়ংকাক আমন্ত্ৰণ জনোৱা নাই! কি চৰ্তৰ বাবে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ নকৰিলে ৰাহুল-প্ৰিয়ংকাই?
0
SHARES
566
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰীত ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ কংগ্ৰেছৰ ৩জন নেতাই আমন্ত্ৰণ লাভ কৰিছে৷ সেই তালিকাত কিন্তু নাম নাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ৷ গান্ধী পৰিয়ালৰ ভিতৰত আমন্ত্ৰণ লাভ কৰিছে কেৱল ছোনীয়া গান্ধীয়ে।

ছোনিয়া গান্ধীৰ ওপৰিও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেথৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰীয়ে আমন্ত্ৰণ লাভ কৰিছে। কিন্তু কংগ্ৰেছৰ একেবাৰে শীৰ্ষস্থানৰ নেতা হোৱা সত্ত্বেও ৰাহুল বা প্ৰিয়ংকাই কিন্তু আমন্ত্ৰণ লাভ নকৰিলে। ৰাহুল, প্ৰিয়ংকাই আমন্ত্ৰণ লাভ নকৰা বিষয়টোক লৈ বিৰোধীৰ একাংশই ৰাম মন্দিৰ ট্ৰাষ্টক সমালোচনা কৰিছে।

বহুতেই কৈছে, ইচ্ছাকৃতভাৱেই ৰাহুল, প্ৰিয়ংকাক সেই মহাযজ্ঞলৈ মতা হোৱা নাই। সেই অভিযোগ অৱশ্যে নাকচ কৰিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ট্ৰাষ্টে জনোৱা অনুসৰি, তেওঁলোকে ৰাজনৈতিক চৰ্ত মানি অতিথিক আমন্ত্ৰণ জনাইছে। সেই চৰ্তমতে ৰাহুল, প্ৰিয়ংকা সেই মহাযজ্ঞত আমন্ত্ৰণ লাভ কৰাৰ যোগ্য নহয়। ট্ৰাষ্টৰ সূত্ৰৰ খবৰমতে, ৰামমন্দিৰ উদ্বোধন অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে কেৱমাত্ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথম শাৰীৰ ৰাজনৈতিক দলৰ সভাপতি আৰু লোকসভা, ৰাজ্যসভাৰ বিৰোধী দলনেতাসকলক। ইয়াৰ বাহিৰে যিসকলে ৰাম মন্দিৰ আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল তেওঁলোকে আমন্ত্ৰণ লাভ কৰিছে। সেই চৰ্ত অনুসৰি আমন্ত্ৰণ লাভ কৰিছে কংগ্ৰেছ দলপতি মল্লিকাৰ্জূন খৰ্গে। ছোনীয়া গান্ধীক আমন্ত্ৰণ জনোৱা হৈছে কংগ্ৰেছৰ সংসদীয় কমিটিৰ প্ৰধান হিচাপে। অধীৰ চৌধুৰীয়ে আমন্ত্ৰণ পাইছে লোকসভাৰ বিৰোধী দলনেতা হিচাপে। ৰাহুল বা প্ৰিয়ংকাই এই চৰ্তমতে আমন্ত্ৰণ পোৱাৰ যোগ্য নহয়। ট্ৰাষ্টৰ অন্যতম নেতা তথা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি অলোক কুমাৰে স্পষ্ট কৰিছে যে, যিসকলে ৰাম মন্দিৰ আন্দোলনত সক্ৰিয় আছিল তেওঁলোকে চৰ্ত অবিহনেই এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
Next Post
এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক

এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.