• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?

মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?

2 years ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

36 minutes ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

2 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

4 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

4 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

15 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

15 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

16 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

16 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

16 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

17 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?

editor by editor
January 5, 2024
in বিবিধ, ভাৰত, লেখা
0
মাহিলী ৩৫ হাজাৰতকৈয়ো কম দৰমহা! RBI Governor হিচাপে ইমান কম টকা পাই নেকি শক্তিকান্ত দাসেও?
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্নৰে কিমান টকা দৰমহা পায় জানেনে? বৰ্তমান কেন্দ্ৰীয় বেংকৰ গভৰ্নৰ পদত আছে শক্তিকান্ত দাস। তেওঁৰ সঠিক দৰমহাৰ পৰিমান নাজানিলেও পোহৰলৈ আহিছে আন এক নতুন তথ্য। এসময়ত আৰ বি আইৰ গভৰ্ণৰ আছিল ৰঘুৰাম ৰাজন। সম্প্ৰতি ৰঘূৰাম ৰাজনে এটা পডকাষ্ট ইণ্টাৰভিউত নিজৰ দৰমহাৰ কথা প্ৰকাশ কৰিছে। প্ৰাক্তন আৰবিআইৰ গভৰ্নৰে জনোৱা অনুসৰি তেওঁৰ দৰমহা বছৰত মাত্ৰ ৪ লাখ। হিচাপ কৰিলে তেওঁৰ মাহিলী দৰমহা ৩৩,০০০তকৈ অলপমান বেছি। ৰঘুৰাম ৰাজনে জনোৱা অনুসৰি তেওঁ আৰবিআইৰ গভৰ্নৰ থাকোতে তেওঁ থাকিবলৈ এটা ঘৰ পাইছিল। গভৰ্নৰ হোৱাৰ সকলোতকৈ ডাঙৰ সুবিধটোৱেই হৈছে থাকিবৰ বাবে তেওঁ বিশালকায় এটা বাংলো লাভ কৰিছিল। এই বিশেষ বাংলোটো ধীৰুভাই আম্বানিৰ ঘৰৰ নিচেই কাষত আছিল।

ৰঘূৰাম ৰাজনে এই সন্দৰ্ভত কয়, ‘মই আৰবিআইৰ গভৰ্নৰ থাকোতে কিমান দৰমহা পাইছিলো বহুতেই মোক সুধি থাকে। মই কিন্তু দৰমহাৰ কথা ক’বলৈ লাজ নাপাও। মই বছৰি ৪ লাখ টকাৰ পেকেজ লাভ কৰিছিলো। ইয়াৰোপৰি মুম্বাইৰ মালাবাৰ উপকূলত এটা ঘৰ লাভ কৰিছিলো।’

আৰবিআইৰ এক্স গভৰ্নৰ হিচাপে কিমান পেঞ্চন লাভ কৰে ৰঘূৰাম ৰাজনে?
কিয় আৰবিআইৰ গভৰ্নৰে পেঞ্চন লাভ নকৰে সেই বিষয়টোক লৈয়ো মুখ খুলিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্নৰে। অধিকাংশ আৰবিআইৰ গভৰ্নৰেই পেঞ্চন লাভ নকৰে কাৰণ তেওঁলোক ছিভিল ছাৰ্ভেণ্ট। তেওঁলোকে ছিভিল চাৰ্ভিছৰ পৰাহে পেঞ্চন লাভ কৰে। এই সন্দৰ্ভত তেওঁ কয়, ‘গভৰ্নৰ থকাৰ সময়ত কিন্তু এজন ব্যক্তিয়ে একাধিক সুবিধা লাভ কৰে। অন্য সুযোগ সুবিধাৰ দৰে তেওঁ এখন বাহন পাইছিল। ঘৰৰ লগতে চলাফিৰাৰ বাবেও প্ৰচুৰ ধন লাভ কৰিছিল। থাকিবলৈ দিয়া ঘৰখন ভালধৰণে ৰখাৰ বাবেও এক মোটা অংকৰ ধন বছৰি দিয়া হৈছিল। কিন্তু মই ভাৱো আমাৰ দৰে দেশত চৰকাৰী কামত বিলাসবহুল বাহন ব্যৱহাৰ কৰাটো ঠিক কথা নহয়।’

বাৰ্ষিক ৪ লাখ টকা এজন গভৰ্নৰৰ বাবে যথেষ্ট নেকি?

ৰঘুৰাম ৰাজনক দৰমহাৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল, বাৰ্ষিক ৪ লাখ টকা দৰমহা এজন গভৰ্নৰৰ বাবে যথেষ্ট নেকি? উত্তৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্নৰে কয়, ‘মই ভাৱো এই দৰমহা এজন কেবিনেট ছেক্ৰেটাৰিৰ সমান দৰমহা। অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে বেছ কিছু ভাট্টা লাভ কৰে, য’ত আৰ বি আই গভৰ্নৰে সেই সুবিধাসমূহ লাভ নকৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!
বাণিজ্য

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

April 21, 2026
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
Next Post
আৰক্ষীলৈ আকৌ আহিল নতুন নিয়ম! অসম আৰক্ষীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব শূন্য সহনশীল নীতিঃ ডিজিপি জি পি সিং

আৰক্ষীলৈ আকৌ আহিল নতুন নিয়ম! অসম আৰক্ষীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব শূন্য সহনশীল নীতিঃ ডিজিপি জি পি সিং

অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল

অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.