• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা

হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা

2 years ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

19 minutes ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

52 minutes ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

1 hour ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

2 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

14 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

14 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

15 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

16 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

17 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

18 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা

editor by editor
January 9, 2024
in বিবিধ, বিশ্ব, লেখা
0
হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনৰ আৱাসত এতিয়া বিপদঘণ্টা বাজিছে। সোমবাৰে হোৱাইট হাউছৰ গেট ভাঙি পেলাইছে এখন বাহনে। গেট ভঙাই নহয় হোৱাইট হাউছৰ ভিতৰলৈকে সোমাই আহিছে বাহনখন। অৱশ্যে বাহনখনে বেছি ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিলে। নিৰাপত্তাৰক্ষীয়ে বাহনখন ৰখাই দিয়াৰ পাছতেই অভিযুক্ত চালককো লগে লগে আটক কৰে। এই ঘটনাৰ পাছতেই হোৱাইট হাউছৰ নিৰাপত্তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।

সংবাদ সংস্থা এ এন আইৰ তৰফৰ পৰা প্ৰকাশিত খবৰ অনুসৰি স্থানীয় সময় মতে সন্ধিয়া ঠিক ৬ বজাত এই ঘটনা সংঘটিত হৈছে। হঠাতে হোৱাইট হাউছৰ বাহিৰৰ গেটত ধাক্কা মাৰে এখন বাহনে। গেট ভাঙি কিছুদুৰ আগুৱাইয়ো আহে বাহনখন। এই দুৰ্ঘটনাক লৈ চিক্ৰেট চাৰ্ভিছৰ মুখ্য জনসংযোগ বিষয়া এন্থনী গুগলিয়েলমিয়ে কয়, ‘আমি এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। কি কাৰণত গেট ভাঙি বাহনখন সোমাই আহিল আমি বৰ্তমানলৈকে ইয়াৰ সঠিক তথ্য পোৱা নাই। গাড়ীখন আমি বাজেয়াপ্ত কৰিছো। অভিযুক্ত চালককো আটক কৰিছো। অৱশ্যে এই দুৰ্ঘটনা হোৱাৰ সময়ত বাসভৱনত বাইডেন উপস্থিত নাছিল। হোৱাইট হাউছৰ এই ঘটনাৰ পাছতেই ১৫ ষ্ট্ৰিট আৰু পেনছিলভেনিয়া এভিনিউত যানজঁটৰো সৃষ্টি হয়।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। বিগত বছৰৰ মে মাহত হোৱাইট হাউছৰ ছিকিউৰিটি বেৰিকেডত প্ৰচণ্ড জোৰেৰে ধাক্কা মাৰিছিল এখন ট্ৰাকে। দ্ৰুত ট্ৰাকচালকক আটক কৰে প্ৰেছিডেণ্টৰ নিৰাপত্তাৰ দায়িত্বত থকা চিক্ৰেট ছাৰ্ভিছৰ বিষয়াসকলে। বিশ্বৰ সকলোতকৈ নিৰাপদ ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে হোৱাইট হাউছ। মাৰ্কিন প্ৰেছিডেণ্টৰ বিশেষ বাসভৱনটো চাৰিওফালে লৌহ আৱৰণেৰে ঢাকি থোৱা আছে। ছিক্ৰেট ছাৰ্ভিছৰ চকুৰ আঁৰতো এই এই আৱৰণেই সুৰক্ষা প্ৰদান কৰি থাকে হোৱাইট হাউছক।

এইখিনিতেই উল্লেখ কৰা প্ৰয়োজন যে, টুইন টাৱাৰত হোৱা সেই আক্ৰমণৰ পাছতেই ‘গ্ল’বেল জেহাদ’ৰ বিৰুদ্ধে আমেৰিকাই যুঁজ অব্যাহত ৰাখিছে। ফলত অল কায়দাৰ পৰা আৰম্ভ কৰি ইছলামিক ষ্টেটৰ হিট লিষ্টত হোৱাইট হাউছ। মাৰ্কিন প্ৰেছিডেণ্টৰ চৰকাৰী আবাসত অলপমান ধাক্কা লাগিলেই আমেৰিকা কঁপি উঠিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
Next Post
‘সপোন সঁচা হ’ল মই কঠোৰ পৰিশ্ৰমৰ ফল পাইছো!’ বেগী বলাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা

'সপোন সঁচা হ’ল মই কঠোৰ পৰিশ্ৰমৰ ফল পাইছো!’ বেগী বলাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা

Aaoge Jab Tum…সেই যাদুকৰী কন্ঠ আৰু শুনিবলৈ নাপায়…

Aaoge Jab Tum…সেই যাদুকৰী কন্ঠ আৰু শুনিবলৈ নাপায়…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.