• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

editor by editor
January 15, 2024
in বিবিধ
0
ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নৱপ্ৰজন্মৰ মাজত ৰীল বনোৱাৰ চাহিদা বৃদ্ধি পাইছে৷ মেট্ৰ, বাছ, পাৰ্ক সকলোতেই দেখা যায় ৰীলত ব্যস্ত বহুলোক৷ ফেছবুক ইনষ্টাগ্ৰামত ৰীল বনাই বহু যুৱক-যুৱতীয়ে৷ কিন্তু এই ৰীল বনোৱা বহুতেই নাজানে ৰীল বনাই কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি! ৰীল তৈয়াৰ কৰাটো নিচাতেই সীমাবদ্ধ নাৰাখি কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি সেই কিটিপ জানি ল’লে বহুতৰেই সুবিধা হ’ব৷

বহুতৰেই ধাৰণা যে ইনষ্টাগ্ৰামে ডাঙৰ ডাঙৰ চেলিব্ৰিটিকহে গুৰুত্ব দিয়ে৷ কিন্তু এই বিষয়টো মুঠেও সত্য নহয়৷ আপোনাৰ অনুৰাগীৰ সংখ্যা ৫০ হওক বা ৫০ লাখ ইনষ্টাগ্ৰাম এলগৰিথিম সকলোৰে বাবেই সমান৷ কম ফ’লৱাৰ্ছ থকা ব্যক্তিয়ে ৰীল শ্বেয়াৰ কৰিলে সেই ৰীল কেনেকৈ বেছি মানুহৰ ওচৰলৈ যাব? কেইটামান বিশেষ উপায় গ্ৰহণ কৰিলেই এই কাম অনায়াসে সমাধা হ’ব৷

ট্ৰেণ্ডিং গীত ব্যৱহাৰ
ৰীলৰ পৰা ধন উপাৰ্জন কৰিবলৈ নিজৰ পছন্দৰ গানক গুৰুত্ব দিলে নচলিব৷ দৰ্শকৰ পছন্দ অপছন্দকহে গুৰুত্ব দিলেহে আপুনি সফল হ’ব৷ এই মুহূৰ্তত যি গীত ট্ৰেণ্ডিঙত আছে সেই গীতত ৰীল বনালেহে আপোনাৰ ভিউছ বৃদ্ধি পাব৷

ভাষা নিৰ্বাচন কৰক
কেৱল আঞ্চলিক ভাষাৰ গানেই ৰীলত ব্যৱহাৰ নকৰিব৷ এনেদৰে কেৱল আঞ্চলিক ভাষাত ৰীল বনালে ৰিচ্চ নাবাঢ়ে৷ অসমীয়াৰ ওপৰিও হিন্দি, ইংৰাজী গানো ৰীলত ব্যৱহাৰ কৰিব লাগে৷ তেতিয়া অনুৰাগীৰ সংখ্যা বৃদ্ধি পায়৷ খুব ট্ৰেণ্ডিঙত থকা ইংৰাজী গীত ব্যৱহাৰ কৰিলে ৰীচ্চ বঢ়াৰ সম্ভাৱনা থাকে৷ সেই ৰীল তথ্যমূলকো হ’ব পাৰে বা বিনোদনধৰ্মী হ’ব পাৰে৷

ভিডিঅ’ত কেপছন ব্যৱহাৰ কৰক
আপুনি যদি কোনো তথ্যমূলক ভিডিঅ’ শ্বেয়াৰ কৰে তেন্তে ভিডিঅ’ত কেপশ্ব্যন ব্যৱহাৰ কৰক৷ ভিডিঅ’ত পইণ্ট হিচাপে কেপশ্ব্যন লিখিলে দৰ্শকে সেয়া বেছিকৈ পছন্দ কৰে৷

হেছটেগৰ ব্যৱহাৰ
কেৱল ৰীল বনালেই নহয়৷ ৰীলত কেপশ্ব্যনক ওপৰিও হেছটেগ ব্যৱহাৰ কৰিব লাগে৷ ৰীলৰ ভিউ বৃদ্ধি কৰিবলৈ হেছটেগৰ ভূমিকা বহুত৷

সকলো বৈশিষ্ট্যৰেই ব্যৱহাৰ
ইনষ্টাগ্ৰামত ভিডিঅ’সমূহত ইনষ্টাগ্ৰামত থকা যাৱতীয় সুবিধাসমূহ ব্যৱহাৰ কৰক৷ এফএফএক্স, ফিল্টাৰ, গান, কেপশ্ব্যন. ষ্টিকাৰ বেছিকৈ ব্যৱহাৰ কৰিব৷ তেনেকৈ ফিচাৰ সমূহ ব্যৱহাৰ কৰিলে ৰীলৰ ভিউ বাঢ়ে৷ কেৱল ইনষ্টাগ্ৰামেই নহয়ষ ফেছবুকতো এই ৰীল আপুনি শ্বেয়াৰ কৰিব পাৰে৷

ৰীলৰ সংখ্যা বঢ়াওক
বহুতৰেই ধাৰণা যে ভিডিঅ’ৰ কোৱালিটি ভাল হ’লেহে ভিউ ভাল হয়৷ কিন্তু এয়া সম্পূৰ্ণৰূপে সত্য নহয়৷ দৈনিক আপুনি একোটাকৈ হ’লেও ৰীল শ্বেয়াৰ কৰি থাকিলে ইনষ্টাগ্ৰামত ফ’লৱাৰ্ছৰ সংখ্যা বৃদ্ধি পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.