• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

2 years ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

37 minutes ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 hour ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

2 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

2 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

2 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

3 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

4 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

4 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

4 hours ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

20 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

editor by editor
January 16, 2024
in জীৱনশৈলী, লেখা
0
কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা
0
SHARES
839
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সনাতনী লোকৰ বাবে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰামমন্দিৰ অত্যন্ত মাহাত্ম্যপূৰ্ণ। বহু বছৰৰ অপেক্ষা, বহু যুঁজ বাগৰ আৰু বিতৰ্কৰ শেষত অৱশেষত অযোধ্যাত নিৰ্মাণ হৈ উঠিছে ৰাম মন্দিৰ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই আনুষ্ঠানিকভাৱে এই মন্দিৰৰ উদ্বোধন হ’ব। আগন্তুক ২২ জানুৱাৰীত অযোধ্যাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। এই ৰাম মন্দিৰেই হ’ব দেশৰ বৃহত্তম আৰু বিশ্বৰ তৃতীয় বৃহত্তম হিন্দু মন্দিৰ।

কিন্তু এই মন্দিৰৰ ভিতৰভাগ ঠিক কেনেকুৱা? ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পক ৰায়ে মন্দিৰৰ এখন মানচিত্ৰ প্ৰকাশ কৰি বুজাই দিছে ৰামক দৰ্শন কৰিবলৈ কেনেকৈ ভিতৰত প্ৰৱেশ কৰিব লাগিব। কিমানটা চিৰি বগাই গৈ আপুনি ৰামৰ দৰ্শন লাভ কৰিব। মন্দিৰৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথো মানচিত্ৰৰ জৰিয়তে বুজাই দিয়া হৈছে।

ৰামৰ দৰ্শন
চম্পত ৰায়ে জনোৱা অনুসৰি ৰামৰ দৰ্শন কৰিবলৈ খুব বেছি চিৰি বগাব নালাগে ভক্তই। মাত্ৰ ৩২ টা চিৰি উঠিলেই ৰাম মন্দিৰৰ মূল ধামত উপস্থিত হ’ব পাৰিব। তাতেই দৰ্শন পাব ৰামৰ। অৱশ্যে বৃদ্ধ আৰু অসুস্থ ব্যক্তিৰ বাবে লিফটৰ ব্যৱস্থা ৰখা হৈছে। যিসকল অক্ষম তেওঁলোকে লিফটেৰে উঠি গৈ মন্দিৰৰ মূল ধামত প্ৰৱেশ কৰিব পাৰিব।

ৰাম মন্দিৰৰ প্ৰৱেশ আৰু প্ৰস্থান পথ
ৰাম মন্দিৰৰ মানচিত্ৰ দেখুৱাই চম্পত ৰায়ে জনাইছে যে মন্দিৰৰ পূব দিশেৰে পৰা ভক্তই প্ৰৱেশ কৰিব পাৰিব। ৰামৰ দৰ্শনৰ পাছত দক্ষিণ দিশেৰে আছে প্ৰস্থানৰ পথ। ইয়াৰোপৰি মন্দিৰৰ ভিতৰত আছে ৪৪ খন পৃথক পৃথক গেট।

ৰাম মন্দিৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য
সমগ্ৰ মন্দিৰটো আছে ৭০ একৰ মাটিৰ ওপৰত অৱস্থিত।
মূল মন্দিৰটো হ’ব তিনি তলাৰ। মন্দিৰৰ এটা এটা তলাৰ উচ্চতা হ’ব ২০ ফুট।
ৰামলালৰ মূল মন্দিৰৰ ওপৰিও মন্দিৰৰ ভিতৰৰ ফালে থাকিব মহৰ্ষি বাল্মীকি, মহৰ্ষি বশিষ্ট, মহৰ্ষি বিশ্বমিত্ৰ আৰু মহৰ্ষি অগস্ত্যৰ পৃথক পৃথক মন্দিৰ।
ইয়াৰোপৰি নিষাদ ৰাজ, সবৰী মাতা আৰু দেৱী আহিল্যাৰ মন্দিৰো আছে মন্দিৰ চত্বৰৰ ভিতৰত।
৭০ একৰ মাটিৰ ৭০ শতাংশ মাটিতেই থাকিব গছগছনি। এই সকলো গছৰ ভিতৰত থাকিব বহু প্ৰাচীন বৃক্ষও। যিসমূহৰ বয়স ১০০ বছৰতকৈয়ো বেছি।
তিনি মহলীয়া ৰাম মন্দিৰৰ প্ৰথম তলাৰ কাম সম্পূৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় তলাৰ কাম মন্দিৰৰ উদ্বোধনৰ পাছত ২০২৫ বৰ্ষতহে সমাপ্ত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best News Portal in AssamBest News Portal of AssamRamMandir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?
জীৱনশৈলী

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

June 4, 2026
Next Post
অসম এৰো বুলিলেই এৰিব নোৱাৰিব! ৰাজ্য চৰকাৰে আনন্দ মিশ্ৰৰ পদত্যাগত দিয়া নাই অনুমোদন

অসম এৰো বুলিলেই এৰিব নোৱাৰিব! ৰাজ্য চৰকাৰে আনন্দ মিশ্ৰৰ পদত্যাগত দিয়া নাই অনুমোদন

এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?

এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.