অসম লাইভ২৪ঃ
SP আনন্দ মিশ্ৰৰ স্থানত লখিমপুৰত নতুন SP ৰ দায়িত্ব।
লখিমপুৰৰ SPৰ দায়িত্ব দিলে লীলাবাৰীৰ13th APBNৰ কমাণ্ডেন্ট দেৱাশীষ শৰ্মাক।
আজিৰে পৰা লখিমপুৰৰ SP ৰ অতিৰিক্ত দায়িত্বত দেৱাশীষ শৰ্মা।
লখিমপুৰত নতুনকৈ আৰক্ষী অধীক্ষক নিদিয়ালৈকে থাকিব APS দেৱাশীষ শৰ্মা।
SP আনন্দ মিশ্ৰক হেড কোৱাৰ্টাৰ ক্লজ অসম আৰক্ষীৰ।
এতিয়াও ৰাজ্য চৰকাৰে মিশ্ৰৰ পদত্যাগত দিয়া নাই অনুমোদন।
১৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছিল IPS আনন্দ মিশ্ৰই।
দুই-এদিনৰ ভিতৰতে আনন্দ মিশ্ৰৰ পদত্যাগত অনুমোদন দিয়াৰ সম্ভৱনা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ