• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী

এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী

2 years ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

10 minutes ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

1 hour ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

2 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

3 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

3 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

13 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

13 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

14 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

15 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী

editor by editor
January 16, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৪ তাৰিখৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা।’ বিগত দুটা দিন মণিপুৰত কটায় তৃতীয় দিনা নাগালেণ্ডৰ কহিমাত প্ৰৱেশ কৰিছে ৰাহুলে। মণিপুৰত দুটা দিন কটাই ৰাহুলে কি পৰিস্থিতি দেখিছে সকলোবোৰৰে বৰ্ণনাও দাঙি ধৰিছে। তৃতীয় দিনাৰ কাৰ্যসূচী আৰম্ভৰ পূৰ্বে ৰাহুলে ১৫ তাৰিখে শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’।

https://x.com/RahulGandhi/status/1746889963810218332?s=20

ভিডিঅ’ত ৰাহুলে কৈছে, ‘আজি মণিপুৰে সমগ্ৰ দেশৰ ওচৰত আশাৰে ৰৈ আছে। আমি তেওঁলোকৰ আশা পূৰণ কৰিব লাগিব। তেওঁলোকৰ মনত জ্বলি থকা আশাৰ চাকিগছি আমি ভালকৈ জ্বলাই তেওঁলোকক পোহৰাই তুলিব লাগিব। আমাৰ এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলা। আমি একেলগে খোজ কাঢ়িম, আমি একেলগে যুঁজিম, ন্যায় আমাৰ অধিকাৰ, যেতিয়ালৈকে আমি লাভ নকৰো আমি যুঁজিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #Northeastindiaasom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCongressRahulGandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
Next Post
‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

'ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.