• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

2 years ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

3 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

3 hours ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

3 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

4 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

4 hours ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

5 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

5 hours ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

7 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

7 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

8 hours ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

8 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

editor by editor
January 16, 2024
in Uncategorized
0
‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অক্টোবৰত মুক্তি লাভ কৰিছিল যতীন বৰাৰ চিনেমা ৰাঘৱে। ৰাঘৱ মুক্তিৰ পাছতেই সামাজিক মাধ্যমত ট্ৰলৰো সন্মুখীন হৈছিল যতীন বৰা। ছবিখন মুকলি হোৱাৰ পাছতেই ছবিগৃহত বহুতেই ছবিখন হীট হ’ব বুলি আশা কৰিছিল। কিন্তু আশাত চেঁচাপানী ঢালি ফ্লপ হ’ল যতীন বৰাৰ ৰাঘৱ। ছবিখন মুক্তিৰ পাছত ছবিগৃহত দৰ্শকৰ সংখ্যা আছিল তেনেই নগণ্য।

কিন্তু ৰাঘৱ ছবিখন আকৌ এবাৰ চৰ্চালৈ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যৱসায়ীকভাৱে কিয় বিফল ছবি হ’ল ৰাঘৱ সেই বাখ্যা দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয় ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল ছবিখন সেই কথা বহুতেই বহুধৰণে উল্লেখ কৰিছিল যদিও শেহতীয়াকৈ ৰাঘৱ ফ্লপৰ প্ৰকৃত কাৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। সোমবাৰে পাঞ্জাবাৰীত ‘আইদেউ’ ছবিগৃহ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

মুখ্যমন্ত্ৰীয়ে মন্তব্যত কৈছে, ‘কেইদিনমান পূৰ্বে যতীন বৰাৰ চিনেমা এখনে মুক্তি লাভ কৰিছিল। অৱশ্যে মোৰ চোৱাৰ সুবিধা নহ’ল। চিনেমাখনকলৈও বিজেপি-কংগ্ৰেছ চলিল। এতিয়া যদি বিজেপি আৰু কংগ্ৰেছ কৰিব লাগে, আমি সকলো বিজেপি সদস্যকে চিনেমাখন চাব লাগে বুলি কলো হেতেন। সকলো বিজেপি লোকেই চিনেমাখন চাবলৈ গ’লহেতেন, চিনেমাখনো হিট হ’লহেতেন। পাৰ্টি বুলিহে চাবলৈ গ’ল হেতেন। আৰ্টিষ্ট বুলিতো কোনো নগ’লহেতেন।আজি-কালি এইধৰণৰ এটা নতুন পৰম্পৰা ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে। যিটো চলচ্চিত্ৰ উদ্যোগটোৰ বাবে বিপদৰ ঘণ্টা। মই ভাবো তেনেকুৱা সৰু-সৰু কামৰ পৰা আমি দূৰত থাকিব লাগে। ইয়াৰ ফলত দীৰ্ঘকালীন বিৰূপ প্ৰভাৱ পৰে।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘শিল্পীয়ে ছবি এৰি মত প্ৰকাশৰ অন্য মাধ্যম বাচি ল’লে ছবিত ক্ষতি হয়। নিজৰ মাধ্যমৰ ভিতৰত থাকিয়ে শিল্পীসকলে প্ৰতিবাদ কৰিব লাগে। নিজৰ মাধ্যমত থাকি মত প্ৰকাশ কৰিলেহে নিজস্বতা অক্ষুণ্ণ থাকে। বোলছবি এৰি ৰাজনৈতিক মাধ্যম বাচি ল’লে প্ৰশ্নটো আহিবই। শিল্পীসকলে ইমান শক্তিশালী মাধ্যম থাকোতে অন্য মাধ্যম হাইজেক কৰিবৱ দৰকাৰেই নাই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #himantabiswasarmaasom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of AssamRaghabJatinBora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
Next Post
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কেৱল নৰেন্দ্ৰ মোদীৰ ফাংছন, নৰেন্দ্ৰ মোদীৰ পলিটিকেল ফাংছনত আমি কিয় যামঃ ৰাহুল গান্ধী

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বটাঁ…

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ৰঞ্জন গগৈলৈ 'অসম বৈভৱ' বটাঁ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.