• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

2 years ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

24 minutes ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

47 minutes ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

1 hour ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

1 hour ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

2 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

3 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

3 hours ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

4 hours ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

4 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

5 hours ago
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

5 hours ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

editor by editor
January 16, 2024
in বিবিধ, ভাৰত, লেখা
0
মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন
0
SHARES
35.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিয়ে কোনো ৰাশিত বিচৰণ সমাপ্ত কৰি সেই একে স্থানলৈ উভতি আহিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দীৰ্ঘসময়ৰ বাবে কোনো ৰাশিত বিচৰণ কৰা একমাত্ৰ গ্ৰহৱ হৈছে শনি। এটা এটা ৰাশিত আঢ়ৈ বছৰ ধৰি বিচৰণ কৰে এই গ্ৰহই। এই সময়ত সেই ৰাশিৰ বক্ৰী, মাৰ্গী আৰু অস্ত উদয় হ’ব এই গ্ৰহত। কুম্ভ ৰাশিত প্ৰায় ৩০ বছৰ পাছত শনি উদয় হ’ব। মাৰ্চ মাহত শনিৰ উদয়ে সমস্ত ৰাশিৰ জীৱনক প্ৰভাৱিত কৰে। কিন্তু এইসময়ত তিনি ৰাশিৰ জাতকৰ ভাগ্যোন্নতি হ’ব। কেৰিয়াৰ, ব্যৱসায়ত উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতক। ইয়াৰ ফলত লাভৱান হ’ব কেইটামান ৰাশিৰ জাতক।

মেষ ৰাশি
শনিৰ উদয়ে এই ৰাশিৰ জাতকৰ আয় আৰু লগ্নিৰ বাবে অত্যন্ত শুভ। শনি আপোনাৰ ৰাশিৰ একাদশ স্থানত উদিত হ’ব। ইয়াৰ প্ৰভাৱত আয়ৰ নতুন উৎস পাব। ইয়াৰ ফলত আপোনাৰ মন প্ৰসন্ন হ’ব। আৰ্থিক পৰিস্থিতিও ভাল হ’ব। চাকৰিয়াল জাতকসকলে সহকৰ্মীৰ সংগ লাভ কৰিব। লগ্নিৰ দ্বাৰা লাভৰ যোগ তৈয়াৰ হৈছে। এই ৰাশিৰ যিসমূহ জাতকে শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীত ধন ইনভেষ্ট কৰিব খোজে তেওঁলোকৰ বাবে এই সময় অনুকূল।

সিংহ ৰাশি
কুম্ভ ৰাশিত শনিৰ উদয় সিংহ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব। শনিয়ে আপোনাৰ ৰাশিৰ সপ্তম স্থানত উদিত হ’ব। আইন আদালত সম্পৰ্কীয় বিষয়ত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। শত্ৰু পৰাজিত কৰিব পাৰিব। সিংহ ৰাশিৰ বেকাৰ যুৱকসকলে চাকৰিৰ সুযোগ পাব। ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব। শনিয়ে এই সময়ত শ শ ৰাজযোগ তৈয়াপ কৰি বিচৰণ কৰে। ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ আয় অসাধাৰণভাৱে বৃদ্ধি পাব।

কুম্ভ ৰাশি
শনি উদয় হোৱাৰ ফলত কুম্ভ ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। শনি এই ৰাশিত উদিত হৈছে। ইয়াৰোপৰি এই ৰাশিৰ অধিপতি কৰ্মফলদাতা। সেয়ে শনিৰ আশীৰ্বাদত কুম্ভ ৰাশিৰ জাতকৰ কাৰ্যশৈলী উন্নত হ’ব। অংশীদাৰীৰ ব্যৱয়াস কৰাসকলে ভাল ফলাফল লাভ কৰিব। লাভ অৰ্জনৰ শুভ সংযোগ তৈয়াৰ হৈছে। আপোনাৰ আয় বাঢ়িব। অৰ্থ সঞ্চয়ৰ প্ৰৱল সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?
জীৱনশৈলী

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

April 22, 2026
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

April 22, 2026
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?
জীৱনশৈলী

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

April 22, 2026
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

April 22, 2026
Next Post
কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

কেইটা চিৰি উঠিলে আপুনি ৰামৰ দৰ্শন পাব? যাত্ৰাৰ পূৰ্বেই জানি থওক মন্দিৰৰ এইকেইটা অজানা কথা

অসম এৰো বুলিলেই এৰিব নোৱাৰিব! ৰাজ্য চৰকাৰে আনন্দ মিশ্ৰৰ পদত্যাগত দিয়া নাই অনুমোদন

অসম এৰো বুলিলেই এৰিব নোৱাৰিব! ৰাজ্য চৰকাৰে আনন্দ মিশ্ৰৰ পদত্যাগত দিয়া নাই অনুমোদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.