• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

3 years ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

29 minutes ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

60 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

3 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

17 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

17 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

18 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

18 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

19 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

20 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

20 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?

editor by editor
January 22, 2024
in জীৱনশৈলী, ভাৰত
0
অহল্যা, দ্ৰৌপদী, সীতা, তৰা, মন্দোদৰী আটাইকেইগৰাকীৰেই চৰিত্ৰত দাগ! তাৰপিছতো কিয় পুৰাণমতে সতী এই ৫ নাৰী?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় পুৰাণত পাঁচগৰাকী সতীক কথা উল্লেখ আছে। শাস্ত্ৰত উল্লেখ থকামতে এই ৫গৰাকীৰ সমান পবিত্ৰ নাৰী আৰু পৃথিৱীত কোনো নাই। এই ৫ নাৰী হৈছে অহল্যা, দ্ৰৌপদী, সীতা, তাৰা আৰু মন্দোদৰী। এইসকলৰ ভিতৰত আছে আন এগৰাকী নাৰীও তেওঁ সৈতে কুন্তী।

উল্লেখ্য যে এই ৫নাৰীৰ বিৰুদ্ধে প্ৰথাগত ধাৰণাত চৰিত্ৰত কলংকৰো দাগ আছে। কিন্তু এই কলংক মুছি নিজৰ গৰিমাৰে উজ্জ্বল, পবিত্ৰতাৰে মহিমামন্বিক এই ৫ নাৰী। জানি থওক এই ৫নাৰীৰ অজানা কেইটামান তথ্য।

অহল্যা
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা আছিল অহল্যা। তেওঁৰ সৈতে ঋষি গৌতমৰ বিবাহ হৈছিল। অসামান্য ৰূপহী অহল্যাৰ সৌন্দৰ্যৰ খ্যাতি সেই সময়ত সৰ্বত্ৰতে বিয়পিও পৰিছিল। আনকি দেৱৰাজ ইন্দ্ৰইয়ো অহল্যাৰ ৰূপত মুগ্ধ হৈ পৰিছিল। এদিন গৌতমৰ অনুপস্থিতিত ঋষিৰ ৰূপ ধৰি অহল্যাৰ সৈতে মিলিত হয় ইন্দ্ৰ। ৰামায়ণত উল্লেখ থকা অনুসৰি ইন্দ্ৰক চিনিব পাৰিও অহল্যাই নিজৰ নাৰীমনৰ কৌতুহলৰ কাৰণে ইন্দ্ৰক উভতাই পঠিওৱা নাছিল। ঋষি গৌতনে সকলো জানিব পাৰি অহল্যাক অভিশাপ দি শিললৈ ৰূপান্তৰ কৰি দিয়ে। এনেকৈ শিল হৈ ১২ বছৰ কটোৱাৰ পাছত শ্ৰীৰামৰ আশীৰ্বাদতেই আকৌ মানুহৰ ৰূপ পায় অহল্যাই।

দ্ৰৌপদী
মহাভাৰতৰ অন্যতম প্ৰধান চৰিত্ৰ হৈছে দ্ৰৌপদী। তেওঁ পাঞ্চাল ৰজা দ্ৰুপদৰ কন্যা আছিল। যজ্ঞৰ জুইৰ পৰা তেওঁৰ জন্ম বাবেই তেওঁৰ আন এক নাম যাজ্ঞসেনী। স্বয়ম্বৰ সভাত তৃতীয় পাণ্ডৱ অৰ্জুনক তেওঁ বৰমালা পিন্ধাই স্বামীবৰণ কৰিলেও কুন্তীৰ নিৰ্দেশত তেওঁ পঞ্চপাণ্ডৱকেই বিয়া কৰাব লগা হৈছিল। দ্ৰৌপদীৰ জ্ঞান, বুদ্ধি, সাহস আৰু নাৰীত্বৰ সন্মানবোধৰ পৰিচয় বহুবাৰ মহাভাৰতৰ কাহিনীত ফুটি উঠিছে।

সীতা
ৰাম-সীতাৰ অমৰ কাহিৱী আমাৰ দেশৰ সংস্কৃতিৰ সৈতে জড়িত। সীতাক অপহৰণ কৰি লংকালৈ লৈ গৈছিল দশানন ৰাৱণে। সমুদ্ৰ পাৰ লৈ লংকা গৈ ৰাৱণক বধ কৰি পত্নী সীতাক ওভতাই আনে ৰামে। কিন্তু ৰাৱণে এবাৰ যাক স্পৰ্শ কৰিছে সেই নাৰী অসতী বুলি অভিযোগ তোলে অযোধ্যাবাসীয়ে। প্ৰজাৰ অভিযোগ দূৰ কৰিবলৈকে ৰামে সীতাক বনবাসলৈ পঠিয়াই। কিন্তু পাছলৈ একেই অভিযোগ বাৰে বাৰে শুনি আত্মগ্লানিত পাতালত প্ৰৱেশ কৰে সীতাই।

তৰা

তৰা আছিল বানৰজাৰ বালীৰ পত্নী। সুগ্ৰীৱৰ সৈতে যুদ্ধত বালি নিহত হোৱাত তেওঁ সুগ্ৰীৱক বিয়া কৰাই। তেওঁ অত্যন্ত বিদূষী এগৰাকী মহিলা আছিল। ৰামায়ণৰ নানান খণ্ডত তেওঁৰ জ্ঞান বুদ্ধিৰ পৰিচয় পোৱা যায়।

মন্দোদৰী
মন্দোদৰী আছিল ৰাৱণৰ পত্নী। সীতাক অপহৰণ কৰাৰ পাছতেই বাৰে বাৰে তেওঁ স্বামীক সঠিক পথলৈ উভতি আহিবলৈ আহ্বান জনাইছিল। ৰাৱণৰ মৃত্যুৰ পাছত বিভীষণৰ সৈতে তেওঁ বিয়া কৰাই। ইয়াৰ পূৰ্বে মন্দোদৰী আছিল মধুৰা নামৰ এগৰাকী অপ্সৰা। পাৰ্বতীৰ অভিশাপত তেওঁ কুঁৱাৰ ভেকুলী হৈয়ো বহুবছৰত কটাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Next Post
ৰাম মন্দিৰলৈ সকলো আহিল! কিন্তু কিয় নাহিল কোহলী আৰু ধোনী…

ৰাম মন্দিৰলৈ সকলো আহিল! কিন্তু কিয় নাহিল কোহলী আৰু ধোনী...

মোক বাধা দিবলৈ অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মালৈ বাৰে বাৰে ফোন কৰি আছে…

মোক বাধা দিবলৈ অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মালৈ বাৰে বাৰে ফোন কৰি আছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.