• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

3 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

11 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

11 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

12 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

12 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

13 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

14 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

14 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

15 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

15 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

16 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

16 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

editor by editor
January 24, 2024
in ভাৰত, লেখা, শিক্ষা
0
১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য
0
SHARES
694
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামময় এতিয়া সমগ্ৰ দেশ। ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই ৰামক দৰ্শন কৰিবৰ বাবে অযোধ্যাত ভক্তৰ ভীৰ। পুৰাণ অনুসৰি ৰজা দশৰথ আৰু ৰাণী কৌশল্যাৰ সন্তান হৈছে ৰাম। চ’ত মাহত ৰাম নৱমী তিথিত তেওঁৰ জন্ম। ৰাম সম্পৰ্কে আমি বিস্তৃত তথ্য পাও বাল্মিকীৰ ৰামায়ণৰ পৰা। ইয়াৰোপৰি বিভিন্ন তথ্য তুলসীদাসৰ ৰামচৰিতমানসৰ পৰাও পোৱা যায়। বিভিন্ন মহাকাব্যৰ পৰা ৰাম সম্পৰ্কে নানান তথ্য তুলি ধৰা হ’লেও এনে কিছু তথ্য আছে যি বহুতেই নাজানে। ৰামৰ সৈতে সম্পৰ্কযুক্ত সেই অজানা তথ্যসমূহেই ইয়াত তুলি ধৰা হৈছে।

ৰামৰ জীৱনত ১১টা অজানা তথ্য
বিষ্ণুৰ দহটা অৱতাৰৰ মাজত ৰাম সপ্তম অৱতাৰ। ৰামৰ পূৰ্বেও বিষ্ণুৱে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম অৱতাৰে মৰ্ত্যত অৱতৰণ কৰিছিল। ৰামৰ পাছতেই বিষ্ণুৰ অষ্টম অৱতাৰ হৈছে কৃষ্ণ।

প্ৰচলিত বিশ্বাস অনুসৰি মনুষ্যৰূপে জন্মগ্ৰহণ কৰা বিষ্ণুৰ অৱতাৰ ৰাম সকলোতকৈ পুৰণি আৰাধ্য দেৱতা। ত্ৰেতাযুগত জন্মগ্ৰহণ কৰিছিল ৰামে। যি আজিৰ পৰা প্ৰায় ১২ লাখ ৯৬০০০ বছৰ পূৰ্বে শেষ হৈছে। সেই সময়ৰ পৰাই জনগণে ৰামৰ আৰাধনা কৰি আহিছে।

ইক্ষ্বাকু বংশত জন্মগ্ৰহণ কৰিছিল ৰামে। সূৰ্য পুত্ৰ ইক্ষ্বাকুৱে সেই বংশ স্থাপন কৰিছিল। সেয়ে ৰামক সূৰ্যবংশী বুলি কোৱা হয়।

বিষ্ণু সহস্ত্ৰনামৰ মাজত বিষ্ণুৰ ৩৯৪তম নাম হৈছে ৰাম।

ৰঘুবংশৰ গুৰু মহৰ্ষি বশিষ্ঠ দশৰথৰ জ্যেষ্ঠ পুত্ৰৰ নামকৰণ কৰা হৈছিল ৰাম। অগ্নি বীজ আৰু অমৃত বীজৰ মাধ্যমেৰে ৰাম নামৰ উৎপত্তি। এই শব্দই মস্তিষ্ক, শৰীৰ আৰু আত্মাক শক্তি প্ৰদান কৰে।

শিৱই কৈছিল, তিনি বাৰ ৰাম নাম উচ্চাৰণ কৰিলে হাজাপ দেৱদেৱীক স্মৰণ কৰাৰ সমান ফল পোৱা যায়। আপুনি আচৰিত হ’লেও এয়াই সত্য যে শিৱই স্বয়ং ধ্যানমগ্ন অৱস্থাত ৰাম নাম জপ কৰিছিল।

বজৰংবলীৰ সৈতে যুদ্ধত পৰাজিত হৈছিল ৰাম। পুৰাণ অনুসৰি ঋষি বিক্ৰমাদিত্যই ৰামক কাশীৰ ৰজা য়ায়াতিৰ বধৰ আদেশ দিয়ে। প্ৰাণ ৰক্ষাৰ বাবে কাশীৰাজৰ নিৰ্দেশতেই ৰণক্ষেত্ৰত নামে বজৰংবলী। ৰাম আৰু হনুমানৰ মাজত যুদ্ধ আৰম্ভ হয়। হনুমানে সেই সময়ত ৰাম নাম জপ কৰি থাকে যাৰবাবে ৰামৰ কোনো প্ৰহাৰেই বজৰংবলীৰ শৰীৰত ক্ষতি কৰিব নোৱাৰিলে। অৱশেষত ৰামে নিজেই বজৰংবলীৰ ওচৰত পৰাজয় স্বীকাৰ কৰে।

সীতাক উদ্ধাৰ কৰিবৰ বাবে লংকা যোৱাৰ সময়ত বান্দৰ সেনাৰ সহায়ত ৰাম সেতু নিৰ্মাণ কৰিছিল ৰাম-লক্ষ্মণে। ৰাম সেতুৰ প্ৰধান কাৰিগৰ আছিল নল আৰু নীল। এই সেঁতু নিৰ্মাণ কৰোতে ৬দিন লাগিছিল। আৰু এই সেঁতুৰ দৈৰ্ঘ্য হৈছে প্ৰায় ৩০কিঃমিঃ।

দেৱী মহামায়াৰ সন্মুখন বলি দিয়াৰ উদ্দেশ্যে ৰাম আৰু লক্ষ্মণক এবাৰ অপহৰণ কৰিছিল অহিৰাৱনে। কিন্তু অহিৰাৱণক হত্যা কৰি তেওঁলোকক উদ্ধাৰ কৰে বজৰংবলীয়ে।

মন্থৰাৰ কু-পৰামৰ্শত কৈকেয়ীয়ে দশৰথৰ ওচৰত বৰ বিচাৰিছিল যে, ৰামক ১৪ বছৰৰ বাবে বনবাসলৈ পঠিয়াব লাগে। এই তথ্য সকলোৰেই জ্ঞাত। ৰামক বনবাসলৈ পঠিয়াই মন্থৰাই প্ৰতিশোধ লৈছে। পুৰাণ অনুসৰি ৰামে শিশুকালত খেলি থাকোতে ভুলতে মন্থৰাৰ কুঁজা পিঠিত আঘাত কৰিছিল। এই খঙতেই মন্থৰাই প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছিল। নিজৰ প্ৰতিজ্ঞা পূৰণৰ বাবে কৈকেয়ীক ব্যৱহাৰ কৰিছিল মন্থৰাই।

প্ৰচলিত বিশ্বাস অনুসৰি বনৰজাৰ পিঠিত থকা কলা-বগা দীঘল দীঘল আঁচ আচলতে ৰামৰ আঙুলিৰ দাগ। সেতু গঢ়ি থকাৰ সময়ত বনৰজাইয়ো ৰামক বিশেষ সহায় কৰিছিল। তেওঁলোকৰ চেষ্টা দেখি ৰাম মুগ্ধ হয় আৰু পিঠিত মৰমেৰে হাত বুলাই দিয়ে। তেতিয়াৰে পৰাই বনৰজাৰ পিঠিত সেই আঁচ আছে।

১১ হাজাৰ বছৰ ধৰি অযোধ্যাত ৰাজত্ব কৰিছিল ৰামে। এই স্বৰ্ণ যুগেই ৰাম ৰাজ্য নামেৰে পৰিচিত।

সীতাৰ পাতাল প্ৰৱেশৰ পাছতেই ৰামে ধৰিত্ৰী ত্যাগ কৰি সৰযূ নদীত জলসমাধি লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত 'ফুচকা' বেচা ছোৱালীজনী...

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.