• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

3 years ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

47 minutes ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

10 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

10 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

11 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

11 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

12 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

13 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

14 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

15 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

15 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

editor by editor
January 24, 2024
in ভাৰত
0
আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বয়স তাইৰ ২২ নতুবা ২৩। কেতিয়াবা বুলেটত আৰু কেতিয়াবা মহিন্দ্ৰা থাৰত বহি ধুলি উৰুৱাই ৰাস্তাৰে তাই অহা-যোৱা কৰে। বাটৰ মানুহে ঘুৰি চাই প্ৰশ্ন কৰে- ‘কাৰ ঘৰৰ ছোৱালী অ এইজনী’? ছোৱালীজনীৰ পৰিচয় সুধিলে কোনোবাই নামটো কোৱাৰ আগতে কয়- ফুটপাথত ফুচকা বেচা ছোৱালীজনী! কেৱল মাত্ৰ ফুচকা বিক্ৰী কৰি থাৰ আৰু বুলেটত অহা-যোৱা কৰা ছোৱালীজনীৰ নাম তাপশ্ৰী। জীৱনৰ সৈতে যুঁজি ভাল পোৱা, কামলৈ লাজ নকৰা, আনে যোৱা বাটেৰে নোযোৱা তাপশ্ৰী এতিয়া হাজাৰ হাজাৰজনৰ প্ৰেৰণাৰ সমল।

তাপশ্ৰীৰ কথা বৰ বেচি চৰ্চা প্ৰথমতে হোৱা নাছিল। মহিন্দ্ৰা কোম্পানীৰ স্বত্ত্বাধিকাৰী আনন্দ মহিন্দাই এই ছোৱালীজনীৰ পৰিশ্ৰম আৰু একাগ্ৰতাক লৈ সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোৰ পিছতে সমগ্ৰ দেশ তথা বিশ্বতে ভাইৰেল হৈ পৰিল তাপশ্ৰীৰ সংগ্ৰামৰ কাহিনী। তাপশ্ৰীৰ এটা ভিডিঅৰ সৈতে আনন্দ মহিন্দ্ৰাই লিখিছিল এনেদৰে- What are off-road vehicles meant to do? Help people go places they haven’t been able to before.. Help people explore the impossible.. And in particular we want OUR cars to help people Rise & live their dreams..
Now you know why I love this video…

What are off-road vehicles meant to do?

Help people go places they haven’t been able to before..

Help people explore the impossible..

And in particular we want OUR cars to help people Rise & live their dreams..

Now you know why I love this video…. pic.twitter.com/s96PU543jT

— anand mahindra (@anandmahindra) January 23, 2024

ছোৱালীজনীৰ সম্পূৰ্ণ নাম তাপশ্ৰী উপাধ্যায়। পঢ়া-শুনাত অতিকৈ মেধাৱী তাপশ্ৰী দিল্লীৰ নিৱাসী। কম্পিউটাৰ বিজ্ঞান বিভাগত বি.টেক তাপশ্ৰী উপাধ্যায়। শিক্ষা সাং কৰাৰ পাছত দিল্লীৰ এটা বহুজাতিক কোম্পানীত চাকৰি কৰিছিল তাপশ্ৰীয়ে। কিন্তু নিজে কিবা এটা কৰাৰ প্ৰৱল হেপাঁহৰ বাবে লোভনীয় চাকৰি এৰি তাপশ্ৰীয়ে দিল্লীৰ ফুটপাথত আৰম্ভ কৰিছিল এটা ব্যৱসায়। চাকৰি এৰি ফুটপাথত তাপশ্ৰীয়ে ফুচকা বেচিবলৈ ল’লে। ভিন্নজনে কৰ্কথনা কৰিলে। বহুজনে উচ্চশিক্ষা গ্ৰহণ কৰি এইবোৰ কি কৰিছা বুলি প্ৰশ্নও কৰিলে। কিন্তু পৰিয়ালৰ লোকৰ সাহসত তাপশ্ৰীয়ে চলাই গল ফুচকাৰ ব্যৱসায়। সৰু ফুচকা দোকানখনৰ নাম দিলে- বি টেক ফুচকাৱালী…

Valentine's Day: B.Tech Pani Puri Wali has special offer for couples, watch

কিছুদিনৰ পিছতে তাপশ্ৰীৰ দোকানত ভিৰ কৰিলে বহুতে। গ্ৰাহকৰ ভিতৰত অধিক লোক আছিল যুৱ প্ৰজন্মৰ। সামাজিক মাধ্যমত লাহে লাহে জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিল তাপশ্ৰীৰ। ফেচবুক, ইনষ্টা, টুইটাৰত অনুগামীৰ সংখ্যা বাঢ়িবলৈ ললে। অনুগামীৰ লগতে ব্যৱসায়ৰ পৰিধিও বাঢ়িল তাপশ্ৰীৰ। শেহতীয়াকৈ তাপশ্ৰীয়ে স্থায়ীকৈ এখন দোকান আৰম্ভ কৰিলে। পানীপুৰিৰ বাহিৰেও ভিন্নধৰণৰ হেল্ডী খাদ্য মেনুত ৰাখিলে তাপশ্ৰীয়ে। বৰ্তমানৰ ফুটপাথৰ বাহিৰেও কেইবাখনো দোকানৰ মালিক তাপশ্ৰী।

Meet BTech Pani Puri Wali, who wants to make Indian street food healthy |  Trending - Hindustan Times

একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে লক্ষ্যৰ দিশে আগবাঢ়িছে তাপশ্ৰী। নেদেখাজনেও তেওঁক লগ দিছে। নিজৰ উপাৰ্জনেৰে বুলেট, থাৰৰ দৰে বিলাসী বাহন ক্ৰয় কৰিবলৈ সক্ষম হৈছে তাপশ্ৰী। এদিন নিজে টানি টানি অনা ফুটপাথৰ দোকানখন এতিয়া থাৰৰ পিছফালে লগাই লৈ দিল্লীৰ ভিন্ন স্থানত ফুচকা বেচে তাপশ্ৰীয়ে। তাপশ্ৰীৰ এই সফলতাত সুখী পৰিয়ালৰ লোকে। পৰিয়ালৰ প্ৰতিজন সদস্যই তাপশ্ৰীৰ ওপৰত বেয়া সময়ত দেখুওৱা বিশ্বাসৰ বাবে তাপশ্ৰীয়ে সদায়েই ভিন্ন সাক্ষাতকাৰত তেওঁলোকৰ নাম লয়।

स्वाद भी और सेहत भी...टेस्टी गोलगप्पे खाने हो तो एक बार जरूर ट्राई करें 'B- Tech पानी पुरी वाली' के गोलगप्पे - Meet Delhi's B Tech Pani Puri Wali  healthy street food -

বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰূপে আত্মপ্ৰকাশ কৰা তাপশ্ৰীয়ে কয়- কামত সৰু ডাঙৰ বিচাৰ কৰি বহি থাকিলে মানুহে কেতিয়াও ডাঙৰ কিবা এটা কাম কৰিব নোৱাৰে। যি কামেই নকৰক, সেই কামটোৰ পৰিসৰ আৰু কামটোৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰিহে কৰিব লাগে। ” তাপশ্ৰীৰ এই সফলতাৰ যাত্ৰাৰ অবিৰত হওক, তাৰেই কামনা কৰে অগণন অনুৰাগীয়ে…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.