• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

3 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

15 minutes ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

1 hour ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

2 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

19 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

20 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

21 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

22 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

22 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

23 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

24 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

editor by editor
January 24, 2024 - Updated on January 25, 2024
in অসম
0
এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জূনৰ সাৰথিৰ দায়িত্বত আছিল শ্ৰীকৃষ্ণ৷ তেওঁ এই যুদ্ধত কিন্তু নিজে অস্ত্ৰ ধাৰণ কৰা নাছিল৷ অৰ্জূনক প্ৰতি মুহূৰ্তত উপদেশ দি যুদ্ধত জয়লাভ কৰাৰ বাবে সহায় কৰিছিল সখা শ্ৰীকৃষ্ণই৷ কুৰুক্ষেত্ৰৰ মহাৰণ আৰম্ভ হোৱাৰ আগে আগে সংশয়াবিষ্ট অৰ্জুনক জীৱনৰ ধৰ্ম আৰু কৰ্মৰ আদৰ্শৰ পাঠ দিছিল৷ তৃতীয় পাণ্ডৱক দিয়া কৃষ্ণৰ এই বাণীসমূহ উল্লেখ থকা একমাত্ৰ গ্ৰন্থই হৈছে শ্ৰীমদ ভাগৱৎ গীতা৷ গীতাত জীৱনৰ সঠিক দৰ্শনৰ কথা উল্লেখ আছে৷ সকলো সমস্যাৰ সমাধান আৰু জীৱন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ গীতাত পোৱা যায়৷ হাজাৰ হাজাৰ বছৰৰ অন্ততো গীতাত উল্লেক থকা সকলো কথাই আজিও প্ৰাসংগিক৷ গীতাতেই শ্ৰী কৃষ্ণই জনাইছে যে জীৱনত ইচ্ছা নাথাকিলেও পাপ কৰিবলৈ বাধ্য হয় বহু মানুহ৷ এই পাপৰ পৰা কেনেকৈ মুক্ত হ’ব সেই কথাও গীতাত উল্লেখ কৰি থৈ গৈছে শ্ৰীকৃষ্ণই৷

গীতাৰ বাণী
গীতাত অৰ্জুনে প্ৰশ্ন কৰিছে, ‘হে কৃষ্ণ, মানুহে কিয় পাপ কৰে? যি মানুহে পাপ কৰিবলৈ ইচ্ছা নকৰে তেনে মানুহে পাপকৰ্মত ব্ৰতী হ’লে ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ পাব?’ উত্তৰত শ্ৰী কৃষ্ণই কৈছিল, ‘মানুহৰ লোভ আৰু কায়েমী স্বাৰ্থই এজন মানুহক পাপ কৰিবলৈ বাধ্য কৰে৷ গীতাৰ বাণী অনুসৰি বহু সময়ত মানুহে জানিবুজি কেতিয়াও পাপ কৰ্মত লিপ্ত হ’ব নোখোজে৷ বিবেকেও বাৰে বাৰে বাধা দিয়ে৷ কিন্তু মানুহৰ মনৰ লোভ যেতিয়া বাঢ়ে তেতিয়া বিবেক হেৰাই যায়৷ নিজৰ লোভ লালসাক চৰিতাৰ্থ কৰি ললেই পাপ নিজেই কৰি পেলাই৷ মানুহৰ বাবে লোভ আৰু লালসাক জয় কৰা খুবেই কঠিন৷ এবাৰ যেতিয়া পাপ কাম কৰি পেলাই সেই মানুহে বাৰে বাৰেই পাপকৰ্মত ব্ৰতী হ’ব লগা হয়েই৷ এনেকৈ পাপৰ সাগৰতেই এজন মানুহ ডুব যায়৷’

গীতাত শ্ৰীকৃষ্ণই কৈছে যে, লোভৰ পৰাই আমাৰ মনত জন্ম হয় ক্ষোভৰো৷ আৰু এই ৰাগ বা ক্ষোভৰ পৰাই জন্ম হয় সংশয়ৰো৷ মনত সংশয়ে দেখা দিলে মানুহৰ মনত বুদ্ধিও হেৰাই যায়৷ আৰু বুদ্ধি হেৰাই গ’লেই এজন মানুহ নিজে নিজে ধ্বংস হ’বলৈ আৰম্ভ হয়৷ গীতাত উল্লেখ আছে . যেনেকৈ ধোঁৱাই জুইক ঢাকি ৰাখে তেনেকৈয়ে লোভ আৰু লালসাই মানুহৰ জ্ঞান বুদ্ধিকো আচ্ছন্ন কৰি পেলায়৷ সেয়ে মানুহে বাৰে বাৰে পাপ কৰিবলৈ আৰম্ভ কৰে৷

পাপৰ পৰা কেনেকৈ মুক্তি পাব?
ভগৱান শ্ৰীকৃষ্ণই পাপৰ পৰা কেনেকৈ মুক্তি পাব তাৰো উপায় দি থৈছে৷ লোভ আৰু লালসাৰ পৰা নিজকে মুক্ত কৰিব পাৰিলেও পাপৰ পথৰ পৰা ওলাই অহা সম্ভৱ৷ ইয়াৰ বাবে মোহমুক্তিও ঘটিব পাৰে৷ য’ত বেছি লালসা থাকিব তাতেই বেছি পাপো হয়৷ তেনে লালসা ত্যাগ কৰিবলৈ শিকক, পাপৰ পৰা মুক্তি পোৱাৰ ইয়াতকৈ ডাঙৰ উপায় একো নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
Next Post
বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

'ইছ লিয়ে তো চব মোদী কৌ চুনতে হে...’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.