• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

3 years ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

33 minutes ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

1 hour ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

3 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

4 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

12 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

13 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

13 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

15 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

15 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

editor by editor
January 24, 2024 - Updated on January 25, 2024
in অসম
0
এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জূনৰ সাৰথিৰ দায়িত্বত আছিল শ্ৰীকৃষ্ণ৷ তেওঁ এই যুদ্ধত কিন্তু নিজে অস্ত্ৰ ধাৰণ কৰা নাছিল৷ অৰ্জূনক প্ৰতি মুহূৰ্তত উপদেশ দি যুদ্ধত জয়লাভ কৰাৰ বাবে সহায় কৰিছিল সখা শ্ৰীকৃষ্ণই৷ কুৰুক্ষেত্ৰৰ মহাৰণ আৰম্ভ হোৱাৰ আগে আগে সংশয়াবিষ্ট অৰ্জুনক জীৱনৰ ধৰ্ম আৰু কৰ্মৰ আদৰ্শৰ পাঠ দিছিল৷ তৃতীয় পাণ্ডৱক দিয়া কৃষ্ণৰ এই বাণীসমূহ উল্লেখ থকা একমাত্ৰ গ্ৰন্থই হৈছে শ্ৰীমদ ভাগৱৎ গীতা৷ গীতাত জীৱনৰ সঠিক দৰ্শনৰ কথা উল্লেখ আছে৷ সকলো সমস্যাৰ সমাধান আৰু জীৱন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ গীতাত পোৱা যায়৷ হাজাৰ হাজাৰ বছৰৰ অন্ততো গীতাত উল্লেক থকা সকলো কথাই আজিও প্ৰাসংগিক৷ গীতাতেই শ্ৰী কৃষ্ণই জনাইছে যে জীৱনত ইচ্ছা নাথাকিলেও পাপ কৰিবলৈ বাধ্য হয় বহু মানুহ৷ এই পাপৰ পৰা কেনেকৈ মুক্ত হ’ব সেই কথাও গীতাত উল্লেখ কৰি থৈ গৈছে শ্ৰীকৃষ্ণই৷

গীতাৰ বাণী
গীতাত অৰ্জুনে প্ৰশ্ন কৰিছে, ‘হে কৃষ্ণ, মানুহে কিয় পাপ কৰে? যি মানুহে পাপ কৰিবলৈ ইচ্ছা নকৰে তেনে মানুহে পাপকৰ্মত ব্ৰতী হ’লে ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ পাব?’ উত্তৰত শ্ৰী কৃষ্ণই কৈছিল, ‘মানুহৰ লোভ আৰু কায়েমী স্বাৰ্থই এজন মানুহক পাপ কৰিবলৈ বাধ্য কৰে৷ গীতাৰ বাণী অনুসৰি বহু সময়ত মানুহে জানিবুজি কেতিয়াও পাপ কৰ্মত লিপ্ত হ’ব নোখোজে৷ বিবেকেও বাৰে বাৰে বাধা দিয়ে৷ কিন্তু মানুহৰ মনৰ লোভ যেতিয়া বাঢ়ে তেতিয়া বিবেক হেৰাই যায়৷ নিজৰ লোভ লালসাক চৰিতাৰ্থ কৰি ললেই পাপ নিজেই কৰি পেলাই৷ মানুহৰ বাবে লোভ আৰু লালসাক জয় কৰা খুবেই কঠিন৷ এবাৰ যেতিয়া পাপ কাম কৰি পেলাই সেই মানুহে বাৰে বাৰেই পাপকৰ্মত ব্ৰতী হ’ব লগা হয়েই৷ এনেকৈ পাপৰ সাগৰতেই এজন মানুহ ডুব যায়৷’

গীতাত শ্ৰীকৃষ্ণই কৈছে যে, লোভৰ পৰাই আমাৰ মনত জন্ম হয় ক্ষোভৰো৷ আৰু এই ৰাগ বা ক্ষোভৰ পৰাই জন্ম হয় সংশয়ৰো৷ মনত সংশয়ে দেখা দিলে মানুহৰ মনত বুদ্ধিও হেৰাই যায়৷ আৰু বুদ্ধি হেৰাই গ’লেই এজন মানুহ নিজে নিজে ধ্বংস হ’বলৈ আৰম্ভ হয়৷ গীতাত উল্লেখ আছে . যেনেকৈ ধোঁৱাই জুইক ঢাকি ৰাখে তেনেকৈয়ে লোভ আৰু লালসাই মানুহৰ জ্ঞান বুদ্ধিকো আচ্ছন্ন কৰি পেলায়৷ সেয়ে মানুহে বাৰে বাৰে পাপ কৰিবলৈ আৰম্ভ কৰে৷

পাপৰ পৰা কেনেকৈ মুক্তি পাব?
ভগৱান শ্ৰীকৃষ্ণই পাপৰ পৰা কেনেকৈ মুক্তি পাব তাৰো উপায় দি থৈছে৷ লোভ আৰু লালসাৰ পৰা নিজকে মুক্ত কৰিব পাৰিলেও পাপৰ পথৰ পৰা ওলাই অহা সম্ভৱ৷ ইয়াৰ বাবে মোহমুক্তিও ঘটিব পাৰে৷ য’ত বেছি লালসা থাকিব তাতেই বেছি পাপো হয়৷ তেনে লালসা ত্যাগ কৰিবলৈ শিকক, পাপৰ পৰা মুক্তি পোৱাৰ ইয়াতকৈ ডাঙৰ উপায় একো নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
Next Post
বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো

‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

'ইছ লিয়ে তো চব মোদী কৌ চুনতে হে...’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.