• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

3 years ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

55 minutes ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

3 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

16 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

16 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

17 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

17 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

17 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

18 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

editor by editor
February 5, 2024
in জীৱনশৈলী, ভাৰত
0
প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপুনি যাক ভালপায় তেওঁ বৃষ ৰাশিৰ জাতক নেকি? বৃষ ৰাশিৰ জাতকৰ মানুহৰ প্ৰকৃতি কেনেধৰণৰ হয়? কাৰণ যাৰ সৈতে আপুনি জীৱন কটাব তেওঁৰ প্ৰকৃতি কেনে হ’ব সেয়া জানি থোৱা খুবেই জৰুৰী। সন্মুখত ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে। ভেলেণ্টাইন ডেৰ পূৰ্বেই আপোনাৰ সংগীৰ চৰিত্ৰৰ এইসমূহ অজানা দিশ জানি থোৱাটো খুবেই প্ৰয়োজন।

ৰোমাণ্টিক
বৃষ ৰাশিৰ জাতকসকল দুৰ্দান্ত ৰোমাণ্টিক চৰিত্ৰৰ হয়। তেওঁলোকে যাক ভালপায় সেই ব্যক্তিজনক সুখী কৰাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখে ব্যক্তিজনে। বৃষ ৰাশিৰ জাতকসকল ভালপোৱাত খুবেই বিশ্বাসী। তেওঁলোকে যাক ভালপায় তেওঁৰ সংগ কেতিয়াও নেৰে।

সংগীৰ প্ৰতি বিশ্বস্ত
আপোনাৰ মনৰ মানুহ বৃষ ৰাশিৰ জাতক যদি আপুনি নিশ্চিন্ত হৈ থাকক। কোনো দিনেই আপোনাক সংগীয়ে প্ৰতাৰণা নকৰে। সংগীৰ প্ৰতি এওঁলোক সৎ হয়। লুকাই চুৰকৈ অন্যৰ সৈতে প্ৰেম কৰাত বিশ্বাসী মুঠেও নহয় এই ৰাশিৰ জাতক। এওঁলোক অত্যন্ত সৎ হয়।

ধৈৰ্যশীল
বৃষ ৰাশিৰ জাতক ধৈৰ্য্যশীল। এওঁলোকে সকলো কাম ধৈৰ্য্যৰে কৰে। বৃষ ৰাশিৰ জাতক দীৰ্ঘস্থায়ী সম্পৰ্কত বিশ্বাসী। সংগী বিপদত পৰিলে এওঁলোক কাষতেই থাকে।

জেদি
অত্যন্ত জেদি হয় বৃষ ৰাশিৰ জাতকসকল। এওঁলোকে যি ভাৱে সকলোবোৰ নিজৰমতেই কৰিবলৈ যত্ন কৰে। নিজৰ মতামত সৰ্বতোপ্ৰকাৰে ৰাখিবলৈ যত্ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
Next Post
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.