• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

3 years ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

57 minutes ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

3 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

16 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

16 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

17 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

17 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

17 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

18 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

editor by editor
February 5, 2024
in Uncategorized
0
আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আম্বানীৰ সৈতে কাপুৰ পৰিয়ালৰ খুবেই সু-সম্পৰ্ক। মুকেশ-নীতাৰ যিকোনো অনুষ্ঠানতেই দেখা যায় ৰণবীৰ-আলিয়া লগতে নীতু কাপুৰকো। পূজা হওক নতুবা বিয়াৰ অনুষ্ঠান, সকলোবোৰতেই পৰিয়ালৰ সদস্যৰ দৰেই কাপুৰ পৰিয়াল উপস্থিত থাকে। এইবাৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ অনুষ্ঠানত বিশেষ নৃত্য প্ৰদৰ্শনৰ বাবে সাঁজু হৈছে বি টাউনৰ এই পাৱাৰ যুঁটি।

শনিবাৰে সন্ধিয়া মুম্বাইৰ বিমানবন্দৰত একেলগে দেখা গৈছে ৰণবীৰ আলিয়াক। পিতৃ ৰণবীৰৰ কোলাত দেখা গৈছে তেওঁলোকৰ কন্যাকো। ৰণবীৰ-আলিয়াৰ গন্তব্যস্থান হৈছে গুজৰাটৰ জামনগৰ। গুজৰাটৰ সেই স্থানতেই অনন্ত ৰাধিকাৰ বিবাহত নৃত্য কৰিবৰ বাবে প্ৰেকটিছ কৰিছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া মাৰ্চ মাহত। ১ৰ পৰা ৩ তাৰিখলৈকে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিবাহৰ অনুষ্ঠান। জামনগৰৰ ৰিয়ালেন্স গ্ৰিনছত আয়োজিত হ’ব বিবাহৰ অনুষ্ঠান।

২০২৩চনৰ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হৈছিল অনন্ত-ৰাধিকাৰ বিবাহৰ অনুষ্ঠান। এইবাৰ অৱশ্যে বিবাহৰ অনুষ্ঠান গুজৰাটত পতাৰ সিদ্ধান্ত লৈছে আম্বানী পৰিয়ালে। আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বিবাহৰ অনুষ্ঠানতেই নৃত্য পৰিবেশন কৰিব ৰণবীৰ আলিয়াই। এই অনুষ্ঠানৰ বাবেই এমাহ পূৰ্বৰে পৰা অনুশীলন আৰম্ভ কৰিছে তাৰকা দম্পত্তিয়ে। বলীউড এক সূত্ৰৰ খবৰ অনুসৰি এই নৃত্যৰ বাবে তেওঁলোকক বিশেষ পাৰিশ্ৰমিকো দিয়া হ’ব। অৱশ্যে তেওঁলোকক কিমান লাখ পাৰিশ্ৰমিক দিয়া হ’ব সেই সম্পৰ্কে এতিয়াও স্পষ্ট নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.