• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

2 years ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

23 seconds ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

50 minutes ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

1 hour ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

2 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

2 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

11 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

11 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

12 hours ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

13 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

13 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

14 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

editor by editor
February 6, 2024
in জীৱনশৈলী, ভাৰত
0
সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহ মানেই ভেলেণ্টাইন ডে। এই সময়ত প্ৰেমত ভাঁহি থাকে সকলো প্ৰেমিক-প্ৰেমিকাই। ফেব্ৰুৱাৰীৰ ১৪ তাৰিখে পালিত হ’ব ভেলেণ্টাইন ডে’। ইয়াৰ এক সপ্তাহ পূৰ্বে টেডি ডে, কিছ ডে, হাগ ডে, ৰৌজ ডে, চকলেট ডে আদিও পালন কৰে প্ৰেমিক প্ৰেমিকাই। যিসকল সম্পৰ্কত আছে তেওঁলোকে তেওঁলোকে এই দিন পালন কৰাৰ ওপৰিও চিংগল সকলেও এই সময়ত প্ৰেমৰ সন্ধান কৰে। জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে পাঁচ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহতক নিজৰ মনৰ মানুহৰ সন্ধান পাব। জানি থওক কোন কোন ৰাশিৰ জাতকে সংগী বিচাৰি পাব?

মেষ ৰাশি
প্ৰেমৰ মাহ ফেব্ৰুৱাৰীত মেষ ৰাশিৰ চিংগল জাতকসকলে এইবাৰ সংগী লাভ কৰিব। এই সময়ত কাৰোবাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে মেষ ৰাশিৰ জাতকসকল। আপোনাৰ প্ৰতিও কোনোৱে বিশেষ অনুৰাগ দেখুৱাব পাৰে। যিসকল সম্পৰ্কত আছ তেওঁলোকেও সংগীৰ সৈতে শুভ সময় কটাব।

বৃষ ৰাশি
ফেব্ৰুৱাৰী মাহত বৃষ ৰাশিৰ জাতকৰ জীৱনলৈকো সংগী আহিব। এই মাহত প্ৰেমৰ সম্পৰ্কত বান্ধ খাব বৃষ ৰাশিৰ জাতকসকল। যিসকলৰ বাবে ইমানদিনে আপুনি অপেক্ষা কৰিছে তেওঁৰ সান্নিধ্যও লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ মনৰ কথা প্ৰিয়জনক কোৱাৰ বাবে এয়াই শুভ সময়। এই মাহত প্ৰেমৰ সম্পৰ্কত থকাসকলৰো সম্পৰ্ক মজবুত হ’ব।

সিংহ ৰাশি
ফেব্ৰুৱাৰী মাহত প্ৰেমৰ ক্ষেত্ৰত কিছু চেলেঞ্জ আহিব সিংহ ৰাশিৰ জাতকৰ। এই চেলেঞ্জ অতিক্ৰম কৰিব পাৰিলেই প্ৰেমৰ সম্পৰ্কত সুখী হ’ব পাৰিব। এই সময়ত আপোনাৰ জীৱনলৈকো প্ৰেম আহিব পাৰে। সংগীৰ সৈতে পাৰস্পকিত আস্থা বিশ্বাস বাঢ়িব।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ যিসকল জাতক এতিয়াও চিংগল হৈ আছে তেওঁলোকৰ বাবে ফেব্ৰুৱাৰী মাহ আশাৰ মাহ। এই মাহতেই একাকীত্বৰ জীৱন শেষ হ’ব। যাৰ প্ৰতি অনুৰাগ কঢ়িয়াই আছে তেওঁক মনৰ কথা খুলি ক’ব পাৰিব। প্ৰেমৰ মাহতেই নতুন প্ৰেমে মন ৰঙাই তুলিব। বিশেষকৈ ফেব্ৰুৱাৰী মাহ দুৰ্দান্ত হ’ব আপোনাৰ।

ধনু ৰাশি
ফেব্ৰুৱাৰী মাহ সকলো ফালৰ পৰাই বিশেষ ধনু ৰাশিৰ জাতকৰ। প্ৰেমত শুভ। সংগীৰ সৈতে সকলো মনোমালিন্য শেষ হৈ শুভ সময় আৰম্ভ হ’ব। এই মাহত নতুন প্ৰেমো আপোনাৰ জীৱনলৈ আহিব পাৰে। ফেব্ৰুৱাৰী মাহ ধনু ৰাশিৰ জাতকৰ বাবে অন্যতম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে
জীৱনশৈলী

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

May 16, 2026
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?
জীৱনশৈলী

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

May 16, 2026
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ
জীৱনশৈলী

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

May 16, 2026
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ
জীৱনশৈলী

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

May 16, 2026
Next Post
তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.