• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

2 years ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

37 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

2 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

3 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

6 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

8 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

8 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

9 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

9 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

10 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই

editor by editor
February 6, 2024
in বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
তলৰ মাটি ওপৰলৈ উঠি আহে, চন্দ্ৰত বাৰে বাৰে কিয় ভূমিকম্প হৈ থাকে, কাৰণ বিচাৰি উলিয়ালে নাছাই
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত বছৰৰ ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰৰ মাটি চুইছে ভাৰতে। সফলভাৱে চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডিং কৰিছিল ভাৰতৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। এই সাফল্যৰ সৈতে চন্দ্ৰৰ মাটিত মহাকাশযান নমোৱা দেশৰ ভিতৰত চতুৰ্থ স্থানত ভাৰতৰ নাম সন্নিবিষ্ট হৈছিল। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া, আৰু চীনেহে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। কেৱল সেয়াই নহয়, চন্দ্ৰৰ মাটি ছুই আৰু এটি ইতিহাস তৈয়াৰ কৰিছে ইছৰোৱে। চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো দেশেই অভিযান চলোৱা নাছিল। চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটি স্পৰ্শ কৰা ভাৰতেই প্ৰথমখন দেশ।

চন্দ্ৰৰ কুমেৰু আৱিষ্কাৰৰ কৃতিত্ব ভাৰতৰ হাতত। ইছৰোৱে চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰাৰ পাছতেই মহাকাশচাৰী পঠিওৱাৰ কথাও ভাৱিবলৈ আৰম্ভ কৰিছে। আমেৰিকানমহাকাশ গৱেষণা সংস্থা নাছাইয়ো এতিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত সূৰ্যৰ পোহৰ নপৰে। চন্দ্ৰৰ সেই অংশ চিৰদিন আন্ধাৰত নিমজ্জিত হৈ থাকে। বিজ্ঞানীসকলৰ মতে, এই অংশত প্ৰাণৰ অস্তিত্বৰ বাবে উপকাৰী সম্পদ লাভৰো সন্ধান কৰিব বিজ্ঞানীয়ে।

অৱশ্যে চন্দ্ৰৰ সেই অংশ যিমান সম্ভাৱনাময়, সিমানেই বিশ্বাসঘাতকো। দক্ষিণ মেৰুৰ পদে পদে আছে বিপদ আৰু প্ৰতিকূলতা। এই অংশটো সম্পূৰ্ণৰূপে বৰফেৰে ঢাকি থাকে। ইয়াৰ সৈতে এই অংশ ভূমিকম্পপ্ৰৱণো। চন্দ্ৰৰ দক্ষিণ মেৰুত বিশাল বিশাল খাদো আছে। কোনো কোনো ক্ষেত্ৰত খাদৰ বিস্তাৰ হাজাৰ কিঃমিঃ বেছি। পোহৰ কম থকাৰ বাবে উন্নত প্ৰযুক্তি সম্বলিত মহাকাশযানো এই অংশত আহি কাবু হৈ যায়।

বিজ্ঞানীয়ে জনোৱামতে ভূমিকম্পৰ সম্ভাৱনা দক্ষিণ মেৰুত খুবেই বেছি। কিন্তু দক্ষিণ গোলাৰ্ধত কিয় বাৰে বাৰে ভূমিকম্প হয়? ৱাছিংটনৰ স্মিথছোনিয়ান ইনষ্টিটিউছনৰ বিজ্ঞানী টম ৱাৰ্টাৰ্ছৰ নেতৃত্বত আৰম্ভ হোৱাৰ গৱেষণাই জনোৱা অনুসৰি দক্ষিণ মেৰুত ঘনাই মৃদু কম্পন হৈয়েই থাকে। নাছাৰ গৱেষণা আৰু প্লেনেটেৰি ছায়েন্স জাৰ্নালত প্ৰকাশিত এক সমীক্ষাই দাবী কৰা অনুসৰি চন্দ্ৰৰ দক্ষিণ মেৰু অতি শীতল। ইয়াৰোপৰি চন্দ্ৰৰ এই শীতল কেন্দ্ৰত ঘনাই জোৱাৰ উঠি থাকে। সেয়ে দক্ষিণ মেৰুত ঘনাই ভূমিকম্প হৈয়েই থাকে। ইয়াৰোপৰি বিজ্ঞানীৰ অনুমান যে মাজে মাজে চন্দ্ৰৰ মাটি সংকুচিত হোৱাৰ বাবেই চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত ভূমিকম্প অনুভূত হৈ থাকে।

বিজ্ঞানীসকলৰ মতে, চন্দ্ৰৰ মাটিৰ তলতো সংকোচন হৈ থাকে যাৰবাবে চন্দ্ৰৰ মাটিত ফাঁট মেলে। চন্দ্ৰৰ তলৰ মাটি ওপৰলৈ উঠি আহে। নাছাৰ লুনাৰ ৰিকনেচাঞ্চ অৰবিটাৰে চন্দ্ৰৰ ভূত্বকত বহু ফাঁট চিনাক্ত কৰিছে। যি অঞ্চলত ফাঁটৰ সংখ্যা বেছি সেই স্থানতেই আৰ্তেমিছ-৩ মহাকাশযান অৱতৰণ কৰোৱাৰো পৰিকল্পনা কৰিছে নাছাই। লক্ষ্য এই এলেকাসমূহত গৱেষণা চলোৱা। চন্দ্ৰত ঘনাই হৈ থকা ভূমিকম্পৰ বাবেই নাছাই মানুহ পঠিওৱাটো সঠিক হ’বনে সেই বিষয়ে আৰম্ভ কৰিছে চিন্তা চৰ্চা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

June 27, 2026
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!
জীৱনশৈলী

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

June 27, 2026
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

June 27, 2026
Next Post
আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.