• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

2 years ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

29 minutes ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

1 hour ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

2 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

2 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

4 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

4 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

7 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

8 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

editor by editor
February 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?
0
SHARES
796
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আমাৰ দেশৰ অন্যতম প্ৰধান উৎসৱ হৈছে দৌল উৎসৱ বা হোলী। শীতৰ শেষত আৰু গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ ঠিক আগতেই বসন্তকালত পালিত হয় দৌল উৎসৱ। ফাগুণ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত পালিত হয় দৌল উৎসৱ। এই দিনটোত দৌল উৎসৱ পালিত হয় বাবে ফাগুনী পূৰ্ণিমা তিথি বা দৌল পূৰ্ণিমা নামেৰেও পৰিচিত। হিন্দু ধৰ্ম অনুসৰি দৌল বা হোলী কেৱল ৰঙৰ উৎসৱ নহয়। এই দিনটোত অশুভ শক্তিক বিনাশ কৰি শুভ শক্তিৰ বিজয় উদযাপন কৰা হয়। হোলী যেনেকৈ ধৰ্মীয় উৎসৱ তেনেকৈ এই উৎসৱ সাংস্কৃতিক আৰু সামাজিক উৎসৱো। সমগ্ৰ দেশজুৰি হোলী উৎসৱ পালন কৰা হয়। এই উৎসৱ ভাতৃত্ব আৰু প্ৰেমৰো উৎসৱ। এই বৰ্ষত কেতিয়া পালিত হ’ব দৌল উৎসৱ?

এই বৰ্ষত ফাগুনী পূৰ্ণিমা পৰিছে আগন্তুক ২৪ মাৰ্চৰ পুৱা ৯ বাজি ৫৮ মিনিটৰ পৰা। পূৰ্ণিমা থাকিব ২৫ মাৰ্চৰ দুপৰীয়া ১২ বাজি ২৯ মিনিট পৰ্যন্ত। উদয়া তিথি অনুসৰি দৌল পালিত হ’ব ২৫মাৰ্চত। ২৪মাৰ্চত হোলিকা দহন কৰি ২৫মাৰ্চত হোলীৰ আনন্দ উদযাপন কৰিব দেশবাসীয়ে। এই বছৰ একে দিনাই দৌল আৰু হোলী পালন কৰা হ’ব।

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ
দৌল পুৰ্ণিমাৰ দিনাই এইবাৰ বছৰৰ প্রথমটো চন্দ্ৰগ্ৰহণ। আগন্তুক ২৫ মাৰ্চত কন্যা ৰাশিৰ গ্ৰহণ হ’ব চন্দ্ৰৰ। গ্ৰহণ আৰম্ভ হ’ব পুৱা ১০ বাজি ২৩ মিনিটত আৰু গ্ৰহণ শেষ হ’ব বিয়লি ৩ বাজি ২ মিনিটত। চন্দ্ৰ গ্ৰহণ চলিব ৪ঘণ্টা ৩৬মিনিট ধৰি। আমাৰ দেশত অৱশ্যে এই গ্ৰহণ দৃশ্যমান নহয়। সেয়ে গ্ৰহণৰ কোনো সূতক কাল ইয়াত কাৰ্যকৰী নহয়।

হোলিকা দহন
২৪ মাৰ্চৰ নিশা হ’ব হোলিকা দহন। পঞ্জিকা অনুসৰি এই বছৰ হোলিকা দহনৰ শুভ সময় গভীৰ নিশা। ২৪ মাৰ্চৰ নিশা ১১ বাজি ১৩ মিনিট হোলিকা দহন কৰাৰ শুভ সময়। শুভ সময় চলিব নিশা ১২ বাজি ২৭ মিনিট পৰ্যন্ত। হোলিকা দলন কৰাৰ বাবে সময় লাভ কৰিব ১ ঘণ্টা ১৪ মিনিট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
Next Post
আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

সন্মুখত ভেলেণ্টাইন ডে, এই মাহতেই নিজৰ মনৰ মানুহ বিচাৰি পাব ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.