• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

3 years ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

2 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

1 hour ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

2 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

4 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

5 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

5 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

6 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

7 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

7 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

8 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

editor by editor
February 9, 2024
in জীৱনশৈলী, বিজ্ঞান, ভাৰত, লেখা
0
আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰু তিনিগৰাকী ভাৰতীয়ক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিলে প্রধানমন্ত্ৰী মোদীয়ে। সম্প্ৰতি দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক ভাৰতৰত্ন দিয়াৰ কথা ঘোষণা কৰিছে তেওঁ। এইবাৰ দেশৰ অইন দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক এই সন্মান দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। শুকুৰবাৰে প্রধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে মোদী চৰকাৰে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৰসিংহ ৰাওৰ ওপৰিও ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী তথা লোক দলৰ প্ৰতিষ্ঠাতা চৌধুৰি চৰণ সিঙক ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছে।

এই দুগৰাকী ৰাজনৈতিক ব্যক্তিৰ ওপৰিও দেশৰ এগৰাকী বিজ্ঞানীকো দেশৰ সৰ্বোচ্চ সন্মান প্ৰাপক হিচাপে নাম ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। ভাৰত ৰত্ন সন্মানৰ বাবে নাম যোগ্য বিবেচনা কৰা হৈছে বিজ্ঞানী এম এছ স্বামীনাথনক। বিগত ছেপ্টেম্বৰ মাহতেই মৃত্যুক সাবটি হৈছে দক্ষিণভাৰতীয় কৃষি বিজ্ঞানী তথা একদা ৰাজ্যসভাৰ সাংসদ স্বামীনাথনে। ভাৰতৰ সেউজ বিপ্লৱৰ অন্যতম পথ প্ৰদৰ্শক বুলি স্বামীনাথনক কোৱা হয়। স্বামীনাথনৰ ওপৰিও অন্য দুজন প্রাক্তন প্ৰধানমন্ত্ৰীকো মৰোণোত্তৰভাৱেই এই সন্মান আগবঢ়োৱা হৈছে।

এইবছৰ ভাৰতৰত্ন লাভ কৰা আটাইকেইগৰাকীৰ ভিতৰত একমাত্ৰ দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী আদৱানীয়েহে নিজ হাতে সন্মান গ্ৰহণ কৰিব। বাকী চাৰিওটা সন্মানেই মৰোণোত্তৰভাৱে আগবঢ়োৱা সন্মান। এইবাৰ মৰোণোত্তৰভাৱে ভাৰতৰত্ন লাভ কৰা প্রধানমন্ত্ৰী নৰসিংহ ৰাও হৈছে দেশৰ প্রথমগৰাকী দক্ষিণ ভাৰতীয় প্রধানমন্ত্ৰী। বৰ্তমানৰ তেলেংগানা হায়দৰাবাদত তেওঁৰ জন্ম। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু হৈছে ২০০৪ চনত। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ নিৰ্বাচিতও হৈছে। তাৰপাছতেই কেন্দ্ৰীয় চৰকাৰৰ বিদেশ দফতৰৰ মন্ত্ৰীও হৈছিল তেওঁ। প্ৰতিৰক্ষা আৰু স্বৰাষ্ট্ৰ দফতৰৰো তেওঁ মন্ত্ৰী আছিল। সেই সময়ত দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল মনমোহন সিং।

অন্যহাতে চৌধুৰী চৰণ সিং আছিল মহাত্মা গান্ধীৰ একাগ্ৰ অনুগামী। দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান আছিল চৌধুৰী চৰণ সিং। উত্তৰপ্ৰদেশৰ এইগৰাকী নেতা আছিল কংগ্ৰেছৰ একনিষ্ঠ সেৱক। কিন্তু পাছলৈ তেওঁ কংগ্ৰেছ এৰি নিজা দল গঠন কৰে। ১৯৮৭চনত তেওঁৰ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

September 5, 2026
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক
বাণিজ্য

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
Next Post
পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.