• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

3 years ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

4 minutes ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

53 minutes ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

1 hour ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

2 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

3 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

4 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

5 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

5 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

6 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

19 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

19 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য

editor by editor
February 10, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
৩মাহৰ বাবে 4000GB ডাটা সম্পূৰ্ণ ফ্ৰি, 300Mbps স্পিড, লাভ কৰিব কলিং আৰু ৭টা OTT এপৰ ফ্ৰী ছাবস্ক্ৰিপশ্ব্যন, জানি লওক প্লেনৰ সবিশেষ তথ্য
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিদিনেই অনলাইন কাম কৰে যদি ব্ৰডবেণ্ড প্লেন বৰ্তমান খুবেই জৰুৰী হৈ উঠিছে। কাৰ্যালয় হওক বা নেট ছাৰ্ফিং সকলো ক্ষেত্ৰতেই হাই-স্পিড ইণ্টাৰনেট খুবেই জৰুৰী। এই সকলোবোৰ চাহিদা পূৰণ কৰিবলৈ বহুতেই এতিয়া সংগী কৰি লৈছে ভাৰত ফাইবাৰ ব্ৰডবেণ্ডক। তাতেই ইণ্টাৰনেট স্পিডৰ সৈতে লাভ কৰিব ডাটাও। ইয়াৰোপৰি থাকিব আনলিমিটেড কল আৰু ৭টা অটিটি এপৰ ছাবস্ক্ৰিপশ্ব্যন সম্পূৰ্ণ ফ্ৰি।

৩মাহ একেবাৰে বিনামূলীয়া এই ইণ্টাৰনেট ফ্ৰি পৰিসেৱা। কোম্পানীৰ তৰফৰ পৰা আৰু ৩মাহ ভেলিডিটি প্লেন বঢ়াই লোৱাৰো সুযোগ আছে। ঘৰ হওক বা কাৰ্যালয় সকলোতেই এই ব্ৰডবেণ্ড সংযোগ আপুনি ল’ব পাৰে। ভাৰত ফাইবাৰ ব্ৰডবেণ্ড প্ৰকৃততে কি?

এই সুবিধা গ্ৰাহকলৈ আগবঢ়াইছে টেলিকম সংস্থা বিএছএনএলে। সংস্থাই ভাৰত ফাইবাৰ পৰিসেৱা নতুন প্লেন ফাইবাৰ আল্ট্ৰা অটিটি। সেই প্লেনত 300Mbps স্পিড আছে। এই প্লেনত আপুনি লাভ কৰিব 4000GB ডাটা আৰু প্ৰতিদিনে লিমিট শেষ হৈ গ’লে স্পিড কমিব 15Mbpsলৈ।

এই প্লেনত মিলিব আনলিমিটেড কলিং লোকেল আৰু STD ফ্ৰি লেণ্ডলাইন কানেকশ্ব্যন। প্লেনৰ অধীনত মুঠ ৭টা অটিটি এপৰ ছাৱস্ক্ৰিপশ্ব্যন আপুনি লাভ কৰিব। এইসমূহ হৈছে, Hotstar, Lions Gate, Shemaroo, Hungama, SonyLIV, Zee5 আৰু Yupp TV. বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱহাৰৰ সৈতে বাঢ়িছে অটিটি ব্যৱহাৰৰ প্ৰৱণতাও। কিন্তু এটা এটাকৈ প্লেটফৰ্মসমূহৰ ছাবস্ক্ৰিপশ্ব্যন ল’লে অত্যাধিক ধন খৰচ হয়। সেয়ে টেলিকম সংস্থাসমূহে এই ধৰণৰ বাণ্ডেল প্লেনৰ সৈতে ফ্ৰি অটিটিৰ সুবিধা আগবঢ়াইছে।

৩মাহ ফ্ৰি ব্যৱহাৰ কৰিব পাৰিব
৩মাহ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ বাবে দীৰ্ঘ ম্যাদৰ প্লেন আপুনি ল’ব লাগিব। ভাৰত ফাইবাৰ আল্ট্ৰা অটিটি প্লেনৰ দাম আৰম্ভ হয় ১৭৯৯টকাৰ পৰা। ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে ৬মাহ ১২ মাহ আৰু ২৪ মাহৰ প্লেনো বাচি ল’ব পাৰে। ৬মাহৰ বাবে এই প্লেন ল’লে আপুনি বহন কৰিব লাগিব ৯৮৯৫টকা। এই প্লেনত কোনো অতিৰিক্ত ভেলিডিটি প্লেন আপুনি লাভ নকৰিব। ১২ মাহৰ বাবে খৰচ ২১,৫৮৮টকা, য’ত আপুনি এমাহৰ ফ্ৰি ভেলিডিটি লাভ কৰিব। ইয়াৰোপৰি আছে ২৪মাহৰ প্লেন। এই প্লেন ল’বৰ বাবে আপুনি খৰচ কৰিব লাগিব ৪৩,১৭৬ টকা। এই প্লেন ল’লে আপুনি লাভ কৰিব ৩মাহৰ ফ্ৰি ভেলিডিটি। এই ব্ৰডবেণ্ড প্লেনৰ সৈতে কোনো টেক্স অৱশ্যে যোগ নহয়। ব্ৰডবেণ্ড প্লেন সম্পৰ্কে সবিশেষ জানিবলৈ আপুনি অফিছিয়েল ৱেবচাইট নতুবা বিএছএনএলৰ ষ্টোৰত যোগাযোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
Next Post
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.