• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

3 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

3 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

3 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

3 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

4 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

4 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

7 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

7 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

8 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

8 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

editor by editor
February 10, 2024
in বিনোদন, ভাৰত
0
হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছলমান খানৰ জীৱন শৈলীক লৈ মানুহৰ আগ্ৰহৰ শেষ নাই। অভিনেতাজনে কেতিয়া বিয়া কৰাব, জীৱনৰ নানান অধ্যায়ৰ প্ৰতিয়েই মানুহৰ আগ্ৰহ আছে। তেওঁৰ জীৱনৰ সকলোবোৰ অধ্যায় প্ৰায়েই লাইমলাইটত থাকে। বিগত কেইবাদিনো ধৰি ছলমান খানৰ এখন ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ছলমানৰ উপাৰ্জন কোটি কোটি টকা। কেতিয়াবা তেওঁ অভিনয় কৰা ছবিৰ বাবে ছবিৰ অৰ্ধেকেই তেওঁ লাভ কৰে। ছলমান খানৰ বৰ্তমান প্ৰায় ২৮৫০কোটিৰ সম্পত্তি আছে।

কিন্তু ইমানবোৰ সম্পত্তি থকা স্বত্ত্বেও এটা বেডৰুমৰ ফ্লেটতেই থাকে ছলমান। শুনিবলৈ মিছা যেন লাগিলেও এয়াই সত্য। ছলমান খানে মাত্ৰ ১৬কোটি টকীয়া ঘৰতে দীৰ্ঘদিন ধৰি বাস কৰি আহিছে। ভাইজানে এই বিশেষ ফ্লেটটোত বাস কৰাৰ আঁৰত আছে কেইটামান বিশেষ কাৰণো। ৰিপৰ্ট অনুসৰি ছলমান খানৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ২৮৫০ কোটি। তৎসত্ত্বেও ছলমান ১৬কোটি টকীয়া ঘৰত থকাৰ কাৰণ হৈছে এই ঘৰৰ সৈতে তেওঁৰ কেইবাটাও বিশেষ স্মৃতি জড়িত হৈ আছে। এক সাক্ষাৎকাৰত ছলমানে কয়, তেওঁ সৰুৰে পৰাই এই ঘৰত আছে। তেওঁৰ শৈশৱ এই ঘৰতেই পাৰ হৈছে। ৫০বছৰৰ সৰু বৰ সকলো স্মৃতি তেওঁৰ এই বিশেষ ঘৰটোৰ সৈতে জড়িত হৈ আছে। তেওঁ জীৱনকালত এনে ফ্লেট হাজাৰটা ক্ৰয় কৰিব পাৰিলেও ছলমানে এইক্ষেত্ৰত মুঠেও আগ্ৰহী নহয়। তেওঁৰ পৰিয়ালৰ সকলোবোৰ লোকেই তেওঁতকৈ বিলাসী ঘৰত বাস কৰে। কেৱল ছলমানৰহে নিজাকৈ কোনো ঘৰ নাই বুলিও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত বাখ্যা কৰিছিল ছলমানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

'ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.