• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

3 years ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

27 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

1 hour ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

editor by editor
February 10, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পৰ্কত ভাঙোন ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ইশা দেউলৰ। হীৰা ব্যৱসায়ী ভৰত তখতানিৰ সৈতে ১২বছৰীয়া দাম্পত্য জীৱনৰ যতি পৰিছে ইশাৰ। বিচ্ছেদৰ খবৰত ছিলমোহৰ মাৰিছে ইশা আৰু তেওঁৰ স্বামী ভৰতে। এই খবৰত অনুৰাগীসকল কিছু পৰিমাণে আচৰিতো হৈছে। কাৰণ ইশা আৰু ভৰতৰ সম্পৰ্কত খেলিমেলি থকাৰ কথা কেতিয়াও ক’তো প্ৰকাশ হোৱা নাছিল। ইশা-ভৰত দুয়োকে বিভিন্ন সাক্ষাৎকাৰত কৰা প্ৰশ্নত তেওঁলোক খুবেই সুখী বুলিয়েই জনাইছিল।

কেৱল সেয়াই নহয়, ইশা আৰু ভৰতে একেলগে দিয়া এক সাক্ষাৎকাৰত দুয়োৱো দুয়োকে প্ৰশংসাহে কৰিছিল। ইশাই সাক্ষাৎকাৰত কৈছিল, ‘ভৰতৰ দৰে আৱেগপ্ৰৱণ মানুহ মই কমেই দেখিছো।’ ইশা জীৱনলৈ অহাৰ পাছত কিমান সুখী ভৰত সেই কথাও ভৰতে নিজেই জনাইছিল। সেই সুখী বুলি কোৱা দম্পত্তিৰেই অৱশেষত বিচ্ছেদ হৈছে। ২০১২ চনত ইশা আৰু ভৰত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পূৰ্বেও তেওঁলোক বহুসময় ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। বিবাহৰ পাছতো এখন পৰিপাটি সংসাৰ। বিবাহৰ পাঁচ বছৰ পাছতেই তেওঁলোকৰ মাজলৈ আহিছিল প্ৰথমটো সন্তান। প্ৰথম সন্তান ৰাধ্যাৰ জন্মৰ দুবছৰৰ পাছত তেওঁলোকৰ সংসাৰলৈ আহে দ্বিতীয় সন্তান মীৰা। দুই কন্যাক লৈ খুবেই ব্যস্তময় জীৱন ইশাৰ।

দ্বিতীয় সন্তান মীৰাৰ জন্মৰ পাছতেই ইশা আৰু ভৰতৰ মাজত দূৰত্ব আহিবলৈ ধৰে। নিজৰ সম্পৰ্কৰ সকলো সমীকৰণ কিন্তু কোনো এজনেই খুলি কোৱা নাই। বিগত বৰ্ষৰ পৰা পৃথকে পৃথকে আছে ইশা আৰু ভৰত। তেতিয়াৰে পৰাই দুয়োৰে বিচ্ছেদৰ খবৰ ভাইৰেল হৈ আছে। এই ভাইৰেল চৰ্চাক প্ৰায় মিছা প্ৰমাণ কৰিবলৈ গৈ ইশাই কৈছিল ভৰতে তেওঁলোকৰ সন্তানদ্বয়ৰ খবৰ ভালকৈয়ে ৰাখে। ভৰতৰ বাবে সকলোতকৈ আগত পৰিয়াল বুলিও ইশাই ইণ্টাৰভিউত উল্লেখ কৰিছিল। ইশাই কৈছিল, ‘ভৰতে পৰিয়ালৰ সকলোকে ভীষণ ভালপায়। সকলোকে তেওঁ সামৰি ৰাখে। তেওঁৰ দৰে সাংসৰিক মানুহ খুব কমেই আছে।’ অন্যহাতে ভৰতে কৈছিল, ‘তাৰকা বুলি নহয়, ইশাক মই বিয়া কৰাইছো তাইক মই ভালপাই পেলাইছিলো বাবে। ইশাৰ খ্যাতিত মই গৌৰৱাম্বিত। কিন্তু মই ইশাক ভালপোৱাৰ কাৰণ তাইৰ খ্যাতি নহয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
Next Post
দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

গুৱাহাটীৰ ছাইৰেণ গেং! স্ক'ৰপিঅ', ইন'ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.