• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

3 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

editor by editor
February 10, 2024
in জীৱনশৈলী, বিবিধ
0
দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১১ ফেব্ৰুৱাৰী ২০২৪ দেওবাৰে চন্দ্ৰই শনিৰ ৰাশি কুম্ভত অৱস্থান কৰিব। কুম্ভ ৰাশিতেই এতিয়াও শনিয়ে অৱস্থান কৰি আছে। ইয়াৰ ফলত কাইলৈ কুম্ভ ৰাশিত শনি আৰু চন্দ্ৰৰ যুঁটি গঠন হ’ব। পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথি। শনিবাৰৰ পৰা আৰম্ভ হৈছে মাঘ গুপ্ত নৱৰাত্ৰি। তন্ত্ৰ সাধকসকলৰ ওচৰত আদ্যশক্তিৰ আৰাধনাৰ বাবে এই গুপ্ত নৱৰাত্ৰি অত্যন্ত গুৰুত্বপূৰ্ণ সময়। এই সময়ত থাকিব লগা শুভযোগসমূহ হৈছে শিৱ যোগ আৰু শ শ যোগ। ইয়াৰোপৰি কাইলৈ ১১ ফেব্ৰুৱাৰী ২০২৪ দেওবাৰে শতভিষা নক্ষত্ৰও। এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ কেইটমান ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব। এইসমূহৰ ওপৰিও হিন্দুধৰ্ম অনুসৰি দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন। জানি থওক জ্যোতিষ মতে কাইলৈ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ?

বৃষ ৰাশি
শিৱ যোগৰ শুভ প্রভাৱত যি কামতেই হাতত নিদিয়ক কিয় সাফল্য লাভ কৰিবই। কাইলৈৰ দিনটোতেই আপোনাৰ বহু দিন ধৰি ৰৈ থকা কাম সমাপন হ’ব। ঘৰৰ শিশুসকলৰ সৈতে শুভ সময় কটাব। চাকৰি বা ব্যৱসায়তো কাইলৈ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব। কোনো সুখবৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে।

কৰ্কট ৰাশি
দেওবাৰে সকলো কামতে সৌভাগ্যই আপোনাক লগ দিব। কাইলৈ আপোনাৰ এনাৰ্জি লেভেলো খুবেই তুংগত থাকিব। পিতৃ-মাতৃৰ সহায় লাভ কৰিব পাৰে। যিসকল চিংগল তেওঁলোকেও জীৱনসংগী লাভ কৰিব। সূৰ্যদেৱৰ আশীৰ্বাদত কাইলৈ আৰ্থিক পৰিস্থিতিত ডাঙৰ উন্নতি আহিব কৰ্কট ৰাশিৰ জাতকৰ। ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত ভৰপূৰ আনন্দ থাকিব।

কন্যা ৰাশি
কাইলৈ শতভিষা নক্ষত্ৰৰ প্ৰভাৱত নানান দিশৰ পৰা সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে। কাইলৈ নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব আপুনি। অন্য লোকক সহায় কৰাৰ বাবে আপুনি নিজৰ হাত আগুৱাই দিব। ইয়াৰ ফলত সমাজত জনপ্ৰিয়তা বাঢ়িব কন্যা ৰাশিৰ জাতকৰ। ব্যৱসায়ীসকলে অন্যক হৰুৱাই নিজে জয়লাভ কৰিব পাৰিব।

বৃশ্চিক ৰাশি
শিৱযোগৰ প্ৰভাৱত কাইলৈ দিনটো লাভজনক হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবেও। সকলো বিষয়তেই আপুনি পজিটিভ ফল পাব। ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ। পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব। কাইলৈ নিজৰ কামত আৰু বেছি মনোনিবেশ কৰিব পাৰিব। পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব।

কুম্ভ ৰাশি
১১ ফেব্ৰুৱাৰীত সূৰ্যদেৱৰ আশীৰ্বাদত আৰ্থিক সৌভাগ্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কাইলৈ আপুনি নিজৰ পাবলগীয়া ধন লাভ কৰিব। পিতৃৰ সহায় আপুনি লাভ কৰিব পাৰে। সামাজিক মাধ্যমৰ পৰাও কোনো সুখবৰ লাভ কৰিব পাৰে। যিসকল চিংগল সেই কুম্ভ ৰাশিৰ জাতকে কাইলৈ সংগী লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
Next Post
গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

গুৱাহাটীৰ ছাইৰেণ গেং! স্ক'ৰপিঅ', ইন'ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.