• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

2 years ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

39 minutes ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

1 hour ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

2 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

3 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

4 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

5 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

6 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

6 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

23 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

24 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 day ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

editor by editor
February 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স
0
SHARES
45.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুম্ভ ৰাশিত অস্ত যাব শনি। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো গ্ৰহ অস্ত গ’লে তাৰ প্ৰভাৱ কমি যায়। ১১ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত শনি অস্ত যোৱাৰ পাছত বেছ কিছু ৰাশিৰ জাতকৰ ওপৰত শনিৰ দুৰ্বলতাৰ প্ৰভাৱ পৰিব। ইয়াৰোপৰি কুম্ভ ৰাশিত শনিৰ অস্ত দশা ৫ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। শনি অস্ত যোৱাৰ ফলত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিত শনিৰ তৃতীয় দৃষ্টি থাকিব। এই পৰিস্থিতিত শনি কুম্ভ ৰাশিত অস্ত যোৱাৰ পাছত প্ৰতিকূল প্ৰভাৱ কমিব। বৃহস্পতিয়েও মেষ ৰাশিত বিচৰণ কৰি আছে। এপ্ৰিল মাহত মেষ ৰাশিৰ পৰা বাহিৰলৈ আহি বৃষ ৰাশিত প্ৰৱেশ কৰিব। এই পৰিস্থিতিত অস্ত শনিয়ে মেষ ৰাশিৰ জাতকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। শনিৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ উন্নতিৰ পথ প্ৰশস্ত হ’ব। ধৰ্মীয় কামত মনোনিৱেশ কৰিব। যাত্ৰা কৰিব পাৰে। এই সময় আপোনাৰ খুবেই শুভ।

মিথুন ৰাশি
কুম্ভ ৰাশিত শনি অস্ত যোৱাৰ পাছতেই মিথুন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। এই সময়ত বিদেশী উৎসৰ পৰা ধন লাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে। পেছাগত জীৱনতো এই সময় শুভ। এই সময়ত আপুনি ভাল ৰিটাৰ্ণ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত ভাল মুনাফা অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে। অধিক ধন লাভৰ লগতে সাফল্য অৰ্জন কৰিব পাৰে। ব্যক্তিগত জীৱনত সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। আনন্দৰ মুহূৰ্ত কটাব। স্বাস্থ্য ভালেই থাকিব।

কৰ্কট ৰাশি
শনিৰ অস্ত দশাৰ কাৰণে ধন লাভৰ ওপৰিও একাধিক ভাল সুযোগ আহিব কৰ্কট ৰাশিৰ জাতকলৈ। এই সময়ত চাকৰিত পৰিবৰ্তন আহিব। এই পৰিবৰ্তন আপোনাৰ বাবে খুবেই ভাল। চাকৰি পৰিবৰ্তনৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু স্থায়ীত্ব বৃদ্ধি পাব। ইয়াৰোপৰি এই সময়ত কামত সাফল্য লাভৰ উচ্চ সম্ভাৱনা। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব।

সিংহ ৰাশি
স্বৰাশিত অস্ত যোৱাৰ বাবে শনি সিংহ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। কৰ্মক্ষেত্ৰত সন্তুষ্ট থাকিব। বন্ধুৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কেৰিয়াৰৰ বাবে এই সময় শুভ। চাকৰিৰ কাৰণে দূৰ যাত্ৰা কৰিব পাৰে। সহকৰ্মীসকলৰ বাবে কিছু সমস্যা আহিব পাৰে। ব্যৱসায়ীসকলেও কাজকৰ্মত অনুকূল পৰিণাম লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব।

বৃশ্চিক ৰাশি
শনি অস্ত যোৱাত বৃশ্চিক ৰাশিৰ জাতকে ইয়াৰ ইতিবাচক পৰিণাম পাব। এই ৰাশিত শনিৰ দশম দৃষ্টি থাকিব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকৰ ওপৰত শনিৰ দুষ্প্ৰভাৱ কমিব। স্বাস্থ্যৰ দিশৰ পৰাও এই সময় শুভ। চাকৰিয়াল জাতকৰ বাবে এই সময় অত্যন্ত ভাল। কেৰিয়াৰত বহু প্ৰতীক্ষিত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!
জীৱনশৈলী

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

May 1, 2026
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম
জীৱনশৈলী

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

May 1, 2026
Next Post
চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা

১০ হাজাৰ ট্ৰেক্টৰ লৈ দিল্লী কঁপাবলৈ ৰাওনা হাজাৰ হাজাৰ কৃষক, ৭জিলাত কৰ্তন ইণ্টাৰনেট পৰিসেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.