• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

2 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

12 minutes ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

53 minutes ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

2 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

3 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

4 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

5 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

6 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

7 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

8 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

8 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

10 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?

editor by editor
February 10, 2024
in অসম
0
গুৱাহাটীৰ ছাইৰেণ গেং! স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰৰ গৰাকী কোন?
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ ছাইৰেণ গেং! পিতৃ ডাঙৰ মানুহ, গতিকে গুৱাহাটীৰ বাট-পথ তেওঁলোকৰ। দেউতাকে কিনি দিছে দামী দামী গাড়ী। দামী গাড়ী চলাই উৰি ফুৰে সন্তানসকল। বাট এৰি দিব লাগিব সাধাৰণ জনতাই। কাৰণ তেওঁলোক ডাঙৰ মানুহৰ সন্তান। গাড়ীত ছাইৰেণো আছে। এই ছাইৰেণ গেঙৰ অন্যতম সদস্য অৰিন কটকীক গ্ৰেপ্তাৰৰ পাছত অৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে ১০ খন বাহন।

ভিআইপি, ভিভিআইপি প্লেট লগাই মহানগৰীত ছাইৰেণ গেং ঘুৰি ফুৰে স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰ বাহন লৈ। গাড়ীৰ আইনাত লগোৱা থাকে বিধানসভা ‘কাৰ পাছ’। নিশা হ’লেই ৰাজপথলৈ ওলাই আহে ছাইৰেণ বজাই। কেৱল ঘুৰি ফুৰাই নহয়, মহটীয়াই নিয়ে পথচাৰীকো। বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰাৰো অভিযোগ আছে এই ভিআইপি, ভিভিআইপি বাহনৰ বিৰুদ্ধে।

গুৱাহাটীৰ ছাইৰেণ গেঙৰ অন্যতম সদস্য এৰিন কটকীক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে এই বিষয়ত বহু ক্লু লাভ কৰিবলৈ সক্ষম হয়। এৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নিশা চলিছিল হিট এণ্ড ৰান গোচৰৰ তদন্ত অভিযান। এৰিনৰ দুখন গাড়ী জব্দ হৈছে আৰু দুয়োখনতে লিখা আছে Govt of Assam। এৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিত এতিয়ালৈকে ১০ খন বিলাসী বাহন জব্দ কৰাৰ লগতে ছাইৰেণ গেঙৰ আন তিনি সদস্যক আটক কৰা হৈছে। জব্দকৃত আটাইকেইখন বাহনৰ গৰাকীসকল উচ্চপদস্থ বিষয়া আৰু ব্যৱসায়ী। আৰু লক্ষ্যণীয়ভাবে তেওঁলোকৰ সন্তানসকলে এই বিলাসী বাহনসমূহত ভুৱা ভিআইপি, ভিভিআইপি ষ্টিকাৰ লগাই উদ্ভণ্ডালি কৰি ঘুৰি ফুৰে ৰাজপথত।

উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা বাহনসমূহ চলাই ফুৰা আটাইকেইগৰাকী বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী। ৰাজপথত অন্য বাহন তথা পথচাৰীক হাৰশাস্তি কৰি ফুৰা এই ছাইৰেণ গেঙৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: guwahati policevipvvip
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
Next Post
কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.