• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

2 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

55 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

2 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

3 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

4 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

5 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

5 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

6 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

7 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

7 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

8 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
March 28, 2024
in জীৱনশৈলী, বিবিধ
0
শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৯ মাৰ্চ ২০২৪ শুকুৰবাৰে চন্দ্ৰই তুলা ৰাশি ত্যাগ কৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। কাইলৈ অৰ্থাৎ শুকুৰবাৰে থাকিব সিদ্ধি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ। ইয়াৰোপৰি কাইলৈ দিনজুৰি থাকিব বিশাখা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি শুক্ৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনটোত অৰ্থ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণেই কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ। শুকুৰবাৰে জ্যোতিষ গণনামতে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাঁচটা ৰাশিৰ জাতকে।

মিথুন ৰাশি
কাইলৈ দিনটো বেছ লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপুনি বিনিয়োগৰ পৰা মোটা ধন লাভ কৰিব পাৰিব। কাইলৈ আপুনি বিনিয়োগৰ পৰা মোটা অংকৰ ধন লাভ কৰিব পাৰিব। কাইলৈ নিজা কোনো লক্ষ্য অৰ্জন কৰিব পাৰিব আপুনি। ভাগ্যৰ সহায়ত কাইলৈ মোটা অংকৰ ধন হাতলৈ আহিব মিথুন ৰাশিৰ জাতকৰ। কাইলৈ নিজৰ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ। পৰিয়ালৰ সৈতে মিলি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে মিথুন ৰাশিৰ জাতকে।

কৰ্কট ৰাশি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্রভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক। কাইলৈ নিজৰ কেৰিয়াৰ আৰু ৱ্যৱসায়ত সাফল্য লাভ কৰাৰ যোগ আছে আপোনাৰ। কাইলৈ বহুতেই আপোনাৰ প্ৰতি আকৃষ্ট হ’ব। বহুতেই আপোনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিব। কাইলৈ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। জীৱনসংগীৰ পৰা পৰামৰ্শ লৈ লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক।

তুলা ৰাশি
২৯ মাৰ্চ শুকুৰবাৰৰ দিনটো ভাল হ’ব তুলা ৰাশিৰ জাতকৰ। লক্ষ্মীৰ আশীৰ্বাদত কাইলৈ আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। উপাৰ্জনৰ নতুন পথ পাব আপুনি। কোনোৱে যদি আপোনাৰ পৰা ধন ধাৰ সৈতে তেন্তে সেই ধন কাইলৈ ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ কোনো দৰিদ্ৰ মানুহক সহায় কৰিলে লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব।

ধনু ৰাশি
সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ উপকৃত হ’ব ধনু ৰাশিৰ জাতক। কাইলৈ ভাগ্য সহায়ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ধনু ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত কাইলৈ আপুনি নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। কাৰোবাৰ পৰা ধন ধাৰলৈ ল’লে সেই ধন ঘূৰাই দিলে আপোনাৰ বাবেই মংগল। শুকুৰবাৰে উপাৰ্জন বৃদ্ধিৰো সম্ভাৱনা আছে আপোনাৰ।

কুম্ভ ৰাশি
বিশাখা নক্ষত্ৰৰ প্রভাৱত কোনো বৃহৎ সাফল্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কাইলৈ অতিৰিক্ত আয়ো কৰিব পাৰে আপুনি। পুৰণা কোনো অসুখ থাকিলে কাইলৈ মুক্তি লাভ কৰিব। উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে। আপোনাৰ বিদেশ যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিবাহৰ পথত থকা বাধাও কাইলৈ দূৰ হ’ব আপোনাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamDAILY ASTROLOGYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
ৰান্ধনীশালত তুলসী গছ আছেনে? জানক বাস্তুমনে ইয়াৰ ফলত কি কি শুভ প্রভাৱ আপোনাৰ জীৱনলৈ আহিব?

ৰান্ধনীশালত তুলসী গছ আছেনে? জানক বাস্তুমনে ইয়াৰ ফলত কি কি শুভ প্রভাৱ আপোনাৰ জীৱনলৈ আহিব?

এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ

এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.