• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ

এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ

2 years ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

52 minutes ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

1 hour ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

2 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

3 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

5 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

6 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

7 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

7 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

8 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ

editor by editor
March 29, 2024
in জীৱনশৈলী, ভাৰত
0
এপ্ৰিলত মীন ৰাশিত একেলগে প্ৰৱেশ কৰিব মঙ্গল-বুধে, ভাগ্যৰ জোৰত উন্নতি হ’ব ৩ ৰাশিৰ
0
SHARES
408
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্ৰিল মাহত মীন ৰাশিত জুঁটি বান্ধিব মঙ্গল আৰু বুধে। ২৩ এপ্ৰিলত এই ৰাশিতেই মঙ্গলেও প্ৰৱেশ কৰিব। পুনৰ ৯ এপ্ৰিলৰ পৰা ১০ মে পৰ্যন্ত এই স্থানতেই অৱস্থান কৰিব বুধে। যাৰ ফলত ২৩ এপ্ৰিলৰ পৰা মীন ৰাশিত মঙ্গল আৰু বুধৰ যুঁটি হ’ব। জ্যোতিষ অনুসৰি এই যুঁটি তিনি ৰাশিৰ জাতকৰ বাবে অত্যন্ত ফলদায়ী হ’ব। ধন সম্পত্তি বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে। মঙ্গল-বুধৰ যুঁটি কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ জানি থওক সবিশেষ।

কৰ্কট ৰাশি
বুধ আৰু মঙ্গলৰ যুঁটি এই ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। ৰাশিৰ নৱম স্থানত এই যুঁটি গঢ়ি উঠিছে। যাৰ ফলত ভাগ্যোদয় হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ। ইয়াৰোপৰি কেৰিয়াৰতো উন্নতিৰ পূৰ্ণ সম্ভাৱনা। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকাসকলে নিজৰ পৰিশ্ৰমৰ জোৰত চাকৰি লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অনুকূল। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। পৰিশ্ৰমৰ ফল লাভ কৰিব।

মিথুন ৰাশি
বুধ আৰু মঙ্গলৰ সংযোগ মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই সংযোগ গঢ়ি উঠিব। এপ্ৰিলৰ শেষৰ ফালে কাম আৰু ব্যৱসায়ত উন্নতি আহিব। সুখ সুবিধা বৃদ্ধি পোৱাত মন প্ৰফুল্লিত হৈ থাকিব। এই সময়ত সমস্ত ইচ্ছাপূৰণ হ’ব মিথুন ৰাশিৰ জাতকৰ। ব্যৱসায়ীসকলে ভাল ধন অৰ্জন কৰিব পাৰে। পৈতৃক সম্পত্তি লাভৰো পূৰ্ণ সম্ভাৱনা আছে।

কুম্ভ ৰাশি
মঙ্গল আৰু বুধৰ সংযোগ শুভ ফলদায়ী প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত এই যুঁটি তৈয়াৰ হৈছে। এই সময়ৰ আপুনি আকস্মিক ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব। ইয়াৰ ফলত সকলোৱে আপোনাৰ দ্বাৰা প্ৰভাৱিত হ’ব। সমাজত মান সন্মান, প্ৰতিষ্ঠা বৃদ্ধি পাব। কেৰিয়াৰত আগুৱাই যোৱাৰ নতুন নতুন সুযোগ আহিব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best news channel of assamDAILY ASTROLOGY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
Next Post
‘তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক

'তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.