• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক

‘তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক

2 years ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

11 minutes ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

2 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

3 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

4 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

6 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

7 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

8 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক

editor by editor
March 29, 2024
in অসম, ক্ৰীড়া
0
‘তিনিদিন বিছনাৰ পৰা উঠিব পৰা নাছিলো!’ ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়া ৰিয়ানৰ ভাষণেও দিছে চমক
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ ক্ৰিকেট বিশ্বত গুঞ্জৰিত হৈছে এতিয়া এটাই নাম ৰিয়ান পৰাগ। কেৰিয়াৰৰ শততম টি-২০ মেচ কেৱল জয়েৰেই স্মৰণীয় কৰিছে তেনে নহয়। দলক জয়ী কৰোৱা ব্যক্তি হিচাপেও নিজৰ পৰিচয় তুলি ধৰিলে ৰিয়ানে। বৃহস্পতিবাৰে জয়পুৰত ৰিয়ানৰ ৭টা ফৰ আৰু ৬টা ছিক্সৰ সহায়ত ৪৫ বলত ৮৪ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিলে ৰিয়ানে।

মেচৰ অন্তত ৰিয়ান পৰাগে ৰখা বিশেষ মন্তব্য এতিয়া সমগ্ৰতে ভাইৰেল। ৰিয়ানে কয় যে, মেচৰ আগৰ তিনিদিন তেওঁ বিছনাৰ পৰাই উঠিব পৰা নাছিল। পেইন কিলাৰ খাইহে তেওঁ মেচত নামিছে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে যেনেতেনে হে মেচত নামিছিল ৰিয়ান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচৰ পূৰ্বে পৰ্যাপ্ত অনুশীলনো কৰিব পৰা নাছিল ৰিয়ানে। অসুস্থতাক নেওচি তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ মেচত নামে। আৰু এই মেচেই হৈ উঠিল তেওঁৰ ক্ৰিকেট কেৰিয়াৰত বৰ্তমানলৈকে খেলা সৰ্বশ্ৰেষ্ট খেল।

প্লেয়াৰ অৱ দ্যা মেচ হাতত তুলি ৰিয়ানে কয়, ‘আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছো। মোৰ মা ইয়াতেই আছে। মোৰ এই সফলতাৰ বাবে মায়ে মোৰ সৈতে দিনে নিশাই কষ্ট কৰিছে। বিগত ৩-৪ বছৰ ধৰি মাৰ কষ্ট মই দেখি আছো। মাৰ কষ্ট কাঢ়ি লোৱাৰ ক্ষমতা মোৰ নাই। বেয়া খেলো বা ভাল খেলো মা কাষত থাকে। বেয়া সময়, ভাল সময় যিয়েই নহওক মই নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছো। আজিৰ এই খেলত যদি কিবা অলপ কৰিছো ইয়াৰ আঁৰত আছে দলটোৰো বিশেষ সাহায্য।’

উল্লেখ্য যে বৃহস্পতিবাৰে জয়পুৰত দিল্লী কেপিটেলছক ১২ ৰানত হৰুৱাই ৰাজস্থান ৰয়েলছে। আৰম্ভণিতে বেটিঙৰ সিদ্ধান্ত লৈ ৰাজস্থানে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮৫ ৰান সংগ্ৰহ কৰে। ৰিয়ানৰ ৮৪ ৰানৰ ওপৰিও ৰাজস্থানৰ হৈ অশ্বিনে ১৯ বলত ২৯ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ বিপৰীয়ে দিল্লী কেপিটেলছে বেট ধৰি ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৭৩ ৰানতেই সীমাবদ্ধ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি
অসম

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

August 6, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

August 6, 2026
Next Post
Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.