• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

2 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

13 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

14 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

15 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

18 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

19 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

20 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

22 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

22 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

23 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

editor by editor
March 30, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

সেউজীয়া ৰঙৰ এটা ধুমকেতু যিয়ে এতিয়া বৈজ্ঞানিক সকলৰ বাবে কিছু চিন্তাৰ কাৰণ হৈ পৰিছে। লাহে লাহে পৃথিৱীৰ দিশে অগ্ৰসৰ হৈছে বিশালকায় ধুমকেতুটো। ইয়াৰ নাম ১২/Pons-Brook.যাক বৈজ্ঞানিকে সহজ ভাষাত গ্ৰীণ ডেভিল কমেট নাম দিছে।

বৰ্তমানে ই সূৰ্যৰ ফালে মুখ কৰি গৈ আছে, লাহেকে ইয়াৰ দিশ সলনি হৈ পৰিব আৰু পৃথিৱীৰ দিশে অগ্ৰসৰ কৰিব। ই সম্পূৰ্ণ ৰূপে বৰফেৰে আবৃত্ত। ইয়াৰ চাৰিওফালে সেউজীয়া ৰঙৰ উজ্জল পোহৰ আছে যি জলন্ত সেইউজীয়া অগ্নিৰ দৰে দেখা গৈছে।

এই ধুমকেতুটোৰ আকাৰ এখন চহৰৰ সমান। ইয়াৰ দৈৰ্ঘ্য  কমেও ১৭ কিলোমিটাৰ মান হ’ব পাৰে বুলি অনুমান কৰিছে মহাকাশ বৈজ্ঞানিকে। ইয়াৰ ভিতৰত কেৱল বৰফ আৰু শিল আছে। ই সূৰ্যৰ চাৰিওফালে ৭১ বছৰৰ মূৰকত এপাক ঘুৰে।

ই বৰফেৰে নিৰ্মিত বাবে সূৰ্যৰ অধিক তাপ পালেই ই মাজে মাজে ফোৱাৰা এৰি দিয়ে, যাকেই দেখাত ইয়াৰ নেজৰ দৰে লাগে। ইয়াৰ পূৰ্বে এই ধুমকেতু টো ৬৯ বছৰৰ পূৰ্বে দেখা গৈছিল। পাছে এইবাৰ ইয়াক পূৰ্বৰ তুলনাত অধিক উজ্জ্বল দেখা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cometGreen CometIdian Spacespace
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ ভাতৃ-ভগ্নী নিহত

বৰপেটাৰোডত ট্ৰাকে খুন্দিয়ালে স্কুটীকঃ একে পৰিয়ালৰ ৩ ভাতৃ-ভগ্নী নিহত

লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.