• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

2 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

4 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

5 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

5 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

5 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

6 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

6 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

6 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

7 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

7 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

8 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

editor by editor
March 31, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

মেষ ৰাশি-
আজিৰ দিনটো মধ্যমিয়া। আৰ্থিক সমস্যাই আপোনাক মানসিকভাৱে অসুস্থ কৰি ৰাখিব পাৰে। পৰিয়ালৰ সদস্যসকলে কোনো বিষয়ক লৈ আপোনাৰ সৈতে কাজিয়া কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বিদেশত পঢ়াৰ সুযোগ আহিব পাৰে
শুভ নম্বৰ:২
শুভ ৰং: হালধীয়া

বৃষ ৰাশি –
স্বাস্থ্যই চিন্তাৰ সৃষ্টি কৰিব পাৰে, কিন্তু গুৰুতৰ একো নাই। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণৰ যোগ। ব্যৱসায়ৰ দিশত শুভ। এই ৰাশিৰ কোনো লোকৰ ক্ষেত্ৰত আজি প্লট বা এপাৰ্টমেণ্টৰ ৰূপত সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে।
শুভ নম্বৰ: ৭
শুভ ৰং: মেৰুণ

মিথুন ৰাশি –
আপোনাৰ প্ৰচেষ্টাই চাপমুক্ত কৰাত আৰু মানসিক সমতা লাভ কৰাত সহায় কৰিব। ক্ৰয়-বিক্ৰয়ৰ লগত জড়িতসকলৰ বাবে আটাইতকৈ লাভজনক দিন হিচাপে পৰিগণিত হব। দূৰ যাত্ৰাৰ সম্ভাৱনা।
শুভ নম্বৰ:৮
শুভ ৰং: সেউজীয়া

কৰ্কট ৰাশি-
আজি সমাজত সুনাম গঢ়াৰ যোগ আছে। ঘৰ ক্ষেত্ৰতো পৰিয়ালৰ সদস্যসকলে প্ৰশংসা কৰিব। ৰিয়েল ইষ্টেটতজড়িত সকলৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে। সুস্থ হৈ থাকিবলৈ বাহিৰৰ খাদ্য পৰিহাৰ কৰক।
শুভ নম্বৰ:১১
শুভ ৰং: পাতল গোলাপী

সিংহ ৰাশি-
আজিৰ দিনটোত স্বাস্থ্যই কিছু অশান্তি দিব পাৰে। আৰ্থিকদিশতো সামান্য অসুবিধাৰ সন্মুখিন হোৱাৰ সম্ভাৱনা। যাতায়ত কৰাসকলে অভাৱনীয় পৰিস্থিতিৰ বাবে পলমৰ সন্মুখীন হ’ব পাৰে। সেয়ে সাৱধানে থাকিব আজিৰ দিনটোত।
শুভ নম্বৰ: ১৮
শুভ ৰং: ৰঙা

কন্যা ৰাশি-
আজিৰ দিনটো মধ্যমিয়া। আৰ্থিক দিশতো কিছু সমস্যাই দেখা দিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি দিনটো ভালদৰে পাৰ হব। ব্যৱসায়িক ভ্ৰমণত যাত্ৰা কৰিলে হয়তো আশা কৰা ধৰণৰ ফল নাহিব পাৰে।
শুভ নম্বৰ: ৮
শুভ ৰং: ৰূপালী

তুলা ৰাশি-
খেল ধেমালীৰ সৈতে জড়িত সকলৰ বাবে আজিৰ দিনটো ভালদৰে পাৰ হব। সুনাম আৰ্জনৰ বাবে আজি এটা ভাল দিন। সম্পত্তিৰ চুক্তিত প্ৰতাৰিত হোৱাৰ পৰা সাৱধান হওক। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণে মনত শান্তি প্ৰদান কৰিব।
শুভ নম্বৰ: ১৮
শুভ ৰং: নীলা

বৃশ্চিক ৰাশি-
চিকিৎসাজনিত সমস্যাৰ প ৰা আজি উন্নতিৰ লক্ষণ দেখা যাব। ধন সম্পৰ্কীয় সকলো বিষয় সমাধান হ’ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে মোতানক্য হ’ব পাৰে। কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাটো আটাইতকৈ শুভ কাৰক হিচাপে বিবেচিত হ’ব।
শুভ নম্বৰ: ৭
শুভ ৰং: শুলপীয়া

ধনু ৰাশি
স্বাস্থ্যৰ ফালৰ পৰা আপুনি হয়তো আজি কিছু সমস্যা অনুভৱ কৰিব পাৰে। ব্যৱসায়ত জড়িতসকলে লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। লেখক, সম্পাদক আৰু অনুৰূপ বৃত্তিৰ সকলেও নিজৰ স্থান দখল কৰাৰ সম্ভাৱনা আছে।
শুভ নম্বৰ:৯
শুভ ৰং: কেশৰ

মকৰ
স্বাস্থ্য নিখুঁত হৈ থকাৰ সম্ভাৱনা থাকে। আপোনালোকৰ মাজৰ কিছুমানে আজি আৰ্থিক দিশত সমস্যাৰ সন্মুখিন হ’ব। ঘৰত সকলোকে সুখী কৰি ৰখাটোৱেই হয়তো আজি আপোনাৰ মূলমন্ত্ৰ। বহিঃৰাজ্য ভ্ৰমণৰ যোগ দেখা যায়।
শুভ নম্বৰ: ৪
শুভ ৰং: নীলা

কুম্ভ ৰাশি
এলাহে আপোনাৰ স্বাস্থ্যৰ ওপৰত বশ কৰি অসুখি কৰি তুলিব পাৰে। বিনিয়োগৰ ওপৰত পুনৰ চিন্তা কৰাটো প্ৰয়োজনীয়। শৈক্ষিক দিশত আজি সকলো ছাত্ৰ-ছাত্ৰীৰে ভাল দেখা যায়। পৰীক্ষাৰ প্ৰস্তুতি কৰা সকলে সামান্য কষ্ট কৰিব লাগিব।
শুভ নম্বৰ:৩
শুভ ৰং: মাখন ৰং

মীন
দিনটো ভাল দেখা যায়। ব্যৱসায়িক ভ্ৰমণলৈ ওলাই অহাসকলে কিছু ভাল খবৰ লৈ উভতি অহাৰ সম্ভাৱনা আছে। বিয়া -বাৰুৰ যোগ দেখা যায় আজি কিছু সংখ্যকৰ বাবে। প্ৰেমৰ দিশতো ভাল দিনটো।
শুভ নম্বৰ: ৮
শুভ ৰং: মেজেন্টা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 31 Marchassam livedaily horoscopehoroscopeKnow Your Dayrashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে

সাৱধান , কেইবাখনো জিলাত পৰিছে অৰেঞ্জ এলাৰ্ট, ইয়েল্ল’ এলাৰ্টো আছে কেইবাখনত

সাৱধান , কেইবাখনো জিলাত পৰিছে অৰেঞ্জ এলাৰ্ট, ইয়েল্ল' এলাৰ্টো আছে কেইবাখনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.