• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 

এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 

2 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

1 hour ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

2 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

2 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

3 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

4 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

5 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

5 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

5 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

6 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 

editor by editor
March 31, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন
0
এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ 
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই ৭ তাৰকাই সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত, কোনোৱে আকৌ ভৰিৰ চাপ

টাটু বনোৱাতো এক চখত পৰিণত হোৱাৰ দৰে। বহু তাৰকাই নিজৰ শৰীৰত টাটু বনাই সেই টাটু অনুৰাগীক দেখুৱালৈ ইচ্ছা কৰে। তাৰে মাজতে আকৌ কিছু তাৰকাই টাটু বনাই ট্ৰোলৰো সন্মুখিন হৈছে।

প্ৰাক্তন প্ৰেমিক প্ৰেমিকাৰ নাম শৰীৰত টাটু কৰি ট্ৰোলৰ সন্মুখিন হৈছে কেইবাগৰাকী তাৰকা। পাছে তাৰে মাজেত কিছু এনে তাৰকা আছে যিয়ে আজে-বাজে টাটুৰ সলনি নিজৰ সন্তানৰ নামৰে টাটু বনাই লৈছে শৰীৰত

সন্তানৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিবলৈকে টাটু বনাইছে বহু কেইগৰাকী তাৰকাই। কোনোৱে যদি নামৰ টাটু বনাইছে কোনো তাৰকাই আকৌ সন্তানৰ ভৰিৰ চাপ বহুৱাই লৈছে টাটু হিচাপে।

সেই তাৰকাসকল হৈছে-

বিক্ৰান্ত মেছী- সদ্যহতে এটি পুত্ৰ সন্তানৰ পিতৃ হোৱা ‘১২ ফেইল’ ছবি খ্যাত অভিনেতা বিক্ৰান্ত মেছীয়ে পুত্ৰৰ নামৰ টাটু বনাইছে বাহুত।

অজয় দেৱগণ- বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগণে বুকুত খোদিত কৰিছে কন্যা নীশাৰ নাম। কন্যা নীশাক বহুত ভাল পোৱা অজয়ৰ কথা বলীউডত সৰ্বজনবিদিত।

অক্ষয় কুমাৰ- খিলাড়ী অভিনেতা অক্ষয়েও শৰীৰত টাটু বনাইছে সন্তানৰ নামৰ। পুত্ৰ আৰৱৰ নামৰ টাটু বনাইছে পিঠিত।

অৰ্জুন ৰামপাল- অভিনেতা অৰ্জুন ৰামপালৰ দুগৰাকী কন্যা। দুয়োগৰাকী কন্যাৰে নামৰ টাটু দুই বাহুত বনাইছে । প্ৰায়ে সেই টাটু দেখুওৱা দেখা গৈছে অভিনেতাগৰাকীক।

ৰবীনা টেণ্ডন- ৯০ দশকৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনেও সন্তানৰ নামৰ টাটু বনাইছে শৰীৰত। দুয়ো সন্তানৰ কুস্তিৰ নাম বৰদান আৰু বিশাখা নাম পিছ কান্ধত বনাইছে।

সুস্মিতা সেন – নিজে সন্তান জন্ম নিদিলেও তুলি লোৱা দুয়ো সন্তানৰে নাম শৰীৰত খোদিত কৰিছে প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনে।

ইমৰান খান- অভিনেতা ইমৰান খানে আকৌ নাম খোদিত কৰা নাই। সন্তানৰ ভৰিৰ চাপ টাটু হিচাপে খোদিত কৰাই লৈছে বুকুত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorbollywood actressIndian FilmTattoo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
Next Post
আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?

আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.