• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

7 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

8 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

11 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

editor by editor
April 4, 2024
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ অন্যান্য ক্ষেত্ৰৰ সমান্তৰালকৈ প্ৰতিৰক্ষা ক্ষেত্ৰতো ক্ৰমশ আত্মনিৰ্ভৰ হৈ উঠিছে ভাৰত। এই সময়ত বিশ্বৰ উন্নত দেশসমূহেও অস্ত্ৰৰ বাবে ভাৰতৰ ওপৰত ভৰষা কৰিব লগা হৈছে। বৰ্তমান ভাৰতে ৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে। বিগত সোমবাৰে ফাৰ্ষ্ট পোষ্টৰ এক অনুষ্ঠানত উপস্থিত হৈ দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে জনাইছে যে বিভিন্ন দেশৰ প্ৰতিৰক্ষা সৰঞ্জাম বিক্ৰিৰ অংকত এইবাৰেই প্ৰথম ২১ হাজাৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।

২০২২-২০২৩ অৰ্থবৰ্ষত ১৬হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছিল ভাৰতে। ২০২৩-২৪ অৰ্থবৰ্ষত সেই অংক ৩২.৫ শতাংশ বৃদ্ধি পাইছে। এই উত্থানক আকৰ্ষণীয় বুলি অভিহিত কৰিছে ৰাজনাথ সিঙে। ৰাজনাথে জনোৱা অনুসৰি ভাৰতৰ লক্ষ্য ২০২৪-২৫অৰ্থবৰ্ষত এই অংক ৩৫হাজাৰ কোটিলৈ উত্থান কৰা। কেন্দ্ৰৰ মোদী চৰকাৰৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে ক্ষমতালৈ অহাৰ পাছতেই প্ৰতিৰক্ষা সামগ্ৰী বিক্ৰিৰ ওপৰত ভাৰতে বিশেষ নজৰ দিছে বুলিও দাবী কৰিছে তেঁও। ২০১৩-১৪ চনত অস্ত্ৰ বিক্ৰিৰ ক্ষেত্ৰত টকাৰ পৰিমাণ আছিল মাত্ৰ ৬৮৬ কোটি টকা। ২৩-২৪বৰ্ষত সেই উপাৰ্জন বৃদ্ধি হৈ হৈছেগৈ ২১হাজাৰ ৮৩ কোটি। ভাৰতে যি ৮৫খন দেশত প্ৰতিৰক্ষা সামগ্ৰী যোগান ধৰিছে। সেই দেশসমূহৰ মাজত আছে ৰাছিয়া, সংযুক্ত আৰৱ, ইজৰাইলো। ইয়াৰোপৰি মলদ্বীপ, শ্ৰীলংকা, ছৌদি আৰৱ, ফিলিপাইনছ, পোলেণ্ড, চিলিৰ দৰে দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছে। আন্তৰ্জাতিক বজাৰত সকলোতকৈ বেছি চাহিদা আছে ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ।

ইয়াৰোপৰি ডৰ্নিয়েৰ-২২৮ যুদ্ধবিমান, ৰকেট লঞ্চাৰ, অগ্নিনিৰ্বাপণ যন্ত্ৰ, নিশাও দেখা পোৱা বাইনোকুলাৰ, শত্ৰুৰ গতিবিধি লক্ষ্য কৰা ৰাডাৰসহ একাধিক সামগ্ৰী বিভিন্ন দেশক বিক্ৰি কৰিছে ভাৰতে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি অষ্ট্ৰেলিয়া, জাপান, ব্ৰাজিল, মিছৰ, ইন্দোনেছিয়া, থাইলেণ্ডৰ দৰে মুঠ ৩৪খন দেশক বুলেট প্ৰতিৰোধী জেকেটো যোগান কৰিছে ভাৰতে। ভাৰতৰ পৰা বন্দুকৰ গুলী ক্ৰয় কৰে ১০খন দেশে। আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্সৰ দৰে দেশে ভাৰতৰ পৰা প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰয়োজনীয় বৈদ্যুতিন সামগ্ৰী ক্ৰয় কৰে। মৰিছাচ, মলদ্বীপেও ভাৰতৰ পৰা জলযান ক্ৰয় কৰিছে। জলপথত শত্ৰুপক্ষক ধৰাৰ বাবেই এই জাহাজসমূহ ব্যৱহাৰ কৰা হয়।

ভাৰত আৰু ৰাছিয়াই যৌথভাৱে তৈয়াৰ কৰিছে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ। এক সংবাদমাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি ভিয়েটনামেও এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ মন মেলিছে। তালিকাত আছে ইন্দোনেছিয়াও। ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে বিগত ডিচেম্বৰত জনোৱা অনুসৰি তেজছ যুদ্ধবিমান ৰপ্তানী কৰাৰ বাবে আৰ্জেণ্টিনা, ফিলিপাইনছ, নাইজেৰিয়াসহ মুঠ ৬খন দেশৰ সৈতে কথাবতৰাও চলি আছে।

টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ৬০০০ কোটিৰ নতুন প্ৰতিৰক্ষা চুক্তি অনুসৰি আৰ্মেনিয়াৰ হাতত নিজৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী প্ৰযুক্তি তুলি দিবলৈ সন্মত হৈছে নতুন দিল্লী। এই প্ৰযুক্তিৰ সহায় ল’বলৈ আগ্ৰহ দেখুৱাইছে ভিয়েটনাম, ফিলিপাইনছ, মিছৰেও। অস্ত্ৰ বিক্ৰিৰ নিৰিখত বিশ্বৰ ভিতৰত প্রথমস্থানত আছে আমেৰিকা। সমগ্ৰ বিশ্বৰ ৪২ শতাংশ অস্ত্ৰ যোগান ধৰে আমেৰিকাই। দ্বিতীয় স্থানত ফ্ৰান্স আৰু ৰাছিয়া। তাৰপাছতেই আছে চীন। অস্ত্ৰ ক্ৰয়ৰ নিৰিখত এতিয়া বিশ্বৰ ভিতৰত এক নম্বৰত আছে ভাৰত। ইণ্টাৰনেশ্ব্যনেল পিছ ৰিচাৰ্ছ ইনষ্টিটিউটৰ পৰিসংখ্যা অনুসৰি ২০১৯ৰ পৰা ২০২৩ চনলৈকে ভাৰতে সমগ্ৰ বিশ্বত ৯.৮ শতাংশ অস্ত্ৰ আমদানি কৰিছে। ভাৰতে অৱশ্যে এই পৰনিৰ্ভৰতা ক্ৰমশ কমাব বিচাৰিছে। দেশীয় প্ৰযুক্তিত নতুবা অন্য দেশৰ সৈতে যৌথভাৱে প্ৰতিৰক্ষা সামগ্ৰী তৈয়াৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ

পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ

টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.