• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ

পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ

2 years ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

2 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

3 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

15 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

16 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

17 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

18 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

19 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ

editor by editor
April 4, 2024
in জীৱনশৈলী, ভাৰত
0
পাপমোচনী একাদশীত শুক্ৰাদিত্য যোগ, লক্ষ্মীৰ কৃপাত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫এপ্ৰিল ২০২৪ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি অৱস্থান কৰিব কুম্ভ ৰাশিত। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি। এই দিনটো পাপমোচনী একাদশী নামেৰে পৰিচিত। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে থাকিব শুক্ৰাদিত্য যোগ, সাধ্য যোগ আৰু শুভ যোগ। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে দিনজুৰি থাকিব ঘনিষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনটোত লক্ষ্মীৰ আৰাধৰা কৰিলে তেঁওৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবীদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈৰ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। শুকুৰবাৰে জ্যোতিষ গণনা অনুসৰি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে।

মিথুন ৰাশি
৫ এপ্ৰিলত যোগাত্মক পৰিবৰ্তন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব। ইয়াৰোপৰি কাইলৈ পাবলগীয়া ধন লাভ কৰিব। নিজৰ বেংক বেলেন্স বহুপৰিমানে বৃদ্ধি পাব মিথুন ৰাশিৰ জাতকৰ। ঘৰৰ প্ৰবীণসকলৰ সৈতে সু-সম্পৰ্ক বৰ্তি থাকিব।

সিংহ ৰাশি
কাইলৈ নিজৰ কেৰিয়াৰত সফলতাৰে আগুৱাই যাব সিংহ ৰাশিৰ জাতক। কাইলৈ মা লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ হাতলৈ ধন আহিব। ব্যৱসায়ত কোনো সমস্যা থাকিলে সমাধান হ’ব। বন্ধুসকলৰ সৈতে নতুন কোনো কামৰ পৰিকল্পনা কৰিলে সফল হ’ব। শুক্ৰাদিত্য যোগৰ প্ৰভাৱত কাইলৈ কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে আপুনি।

বৃশ্চিক ৰাশি
পাপমোচনী একাদশীত উন্নতিৰ নতুন পথ খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ। কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। প্ৰতি পদতেই পৰিয়ালৰ লোকৰ সহায় লাভ কৰিব। নতুন চাকৰি লাভৰ যোগ আছে। নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ বাবে কাইলৈ দিনটো শুভ। স্বাস্থ্য সংক্ৰান্তীয় সমস্যা দূৰ হ’ব।

কুম্ভ ৰাশি
মা লক্ষ্মীৰ আশীৰ্বাদত ভাল দিন কটাব কুম্ভ ৰাশিৰ জাতকে। বন্ধু আৰু পৰিয়ালৰ সৈতে কাইলৈ দিনটো আনন্দেৰে কটাব। ধৰ্মীয় বিষয়ৰ প্ৰতিও কাইলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্শ লাভ কৰিব। পিতৃ মাতৃৰ আশীৰ্বাদত কাইলৈ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে।

মীন ৰাশি
কাইলৈ দিনটো শুক্ৰাচাৰ্য যোগৰ প্ৰভাৱত বেছ লাভজনক হ’ব মীন ৰাশিৰ জাতক। কাইলৈ ভায়েক ভনীয়েকৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব। পেছাগত জীৱনত আপুনি উন্নতি সাধিব। বিদেশত চাকৰি লাভৰো যোগ আছে। কৰ্মক্ষেত্ৰত মীন ৰাশিৰ জাতকৰ প্রভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। ব্যৱসায়ীসকলে কাইলৈ আৰ্থিক লাভ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
Next Post
টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

চ'ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.