• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

2 years ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

31 minutes ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

60 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

2 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

2 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

4 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

5 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

6 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

7 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

19 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

19 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা

editor by editor
April 5, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
টাইৱানৰ আতংক এইবাৰ ভাৰততো! প্ৰচণ্ড ভূঁইকপে কঁপালে হিমাচল-কাশ্মীৰ, বিপৰ্যয়ৰ আশংকা
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টাইৱান, চীন, জাপানৰ আতংক এইবাৰ ভাৰততো। নিশা প্ৰচণ্ড ভূইকঁপে কঁপাই গ’ল ভাৰতৰ একাধিক ৰাজ্যক। বৃহস্পতিবাৰে নিশা হিমাচলৰ চাম্বা জিলাত ভূমিকম্প অনুভূত হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ মাত্ৰা আছিল ৫.৩। হিমাচলৰ ওপৰিও জম্মু-কাশ্মীৰতো অনুভূত হৈছে ভূমিকম্পৰ কম্পন।

বৃহস্পতিবাৰে নিশা ৯বাজি ৩৪মিনিটত ভূমিকম্পৰ কম্পন অনুভূত হয় হিমাচল প্ৰদেশত। মূলত চাম্বা জিলাত ভূমিকম্প হ’লেও মানালিৰ বাসিন্দাসকলেও সেই কম্পন অনুভৱ কৰিছেয আনকি চণ্ডীগঢ়সহ উত্তৰ ভাৰতৰ একাধিক এলেকাত ভূমিকম্প অনুভূত হয়।

নেশ্ব্যনেল চেণ্টাৰ ফৰ চেছমোলজিৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৩। ভূপৃষ্ঠৰ পৰা ১০ কিঃমিঃ গভীৰত ভূমিকম্পৰ উৎপত্তিস্থল। মাত্ৰ ৭ছেকেণ্ডৰ বাবে কম্পন অনুভূত হ’লেও ভূমিকম্পৰ তীব্ৰতা অতি শক্তিশালী আছিল। আতংকত বহু মানুহে ঘৰ এৰি ৰাজপথলৈকো ওলাই আহিছিল। স্থানীয় বাসিন্দাই জনোৱা অনুসৰি চাম্বাৰ পৰা ১০০ কিঃমিঃ দূৰত অৱস্থিত মানালিত এই কম্পন অনুভূত হৈছিল।

উল্লেখ্য যে মানালিৰ ভূমিকম্পৰ এদিন পূৰ্বে টাইৱান কঁপাই তুলিছিল ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই। এই ভূমিকম্পত কমেও ৯জনৰ মৃত্যু হৈছে। আহতৰ সংখ্যা প্ৰায় হাজাৰৰ ঘৰত। টাইৱানৰ ভূমিকম্পৰ পাছতেই জাপান আৰু ফিলিপাইন্সত ছুনামীৰ সতৰ্কতাও জাৰি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
Next Post
চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

চ'ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.