• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

2 years ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

43 minutes ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

1 hour ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

2 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

3 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

4 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

13 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

13 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

14 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

14 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক। ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক।

editor by editor
April 5, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৱকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তবৰ্তী জামিনৰ আৱেদনক লৈ ৰায়দান স্থগিত ৰাখিছে দিল্লী হাইকোৰ্টে। দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত দিল্লী হাইকৰ্টত গোচৰ তৰিছিল এটা সংস্থাই। সেই গোচৰো বৃহস্পতিবাৰে খাৰিজ কৰিলে দিল্লী হাইকৰ্টে। মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বাধীন বেঞ্চৰ বক্তব্য, ‘গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক।’

দিল্লীৰ আৱকাৰী দুৰ্নীতিৰ গোচৰত অভিযুক্ত হিচাপে ২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্ছমেণ্ট ডাইৰেক্টৰ চমূকৈ ই ডিয়ে। আৱকাৰী দুৰ্নীতিৰ গোচৰত তেওঁক কিংপিন বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। মুখ্যমন্ত্ৰী কেজৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দিল্লীত সাংবিধানিক সংকট তৈয়াৰ হৈছে। এই যুক্তিতেই কেজৰিৱালক অপসাৰণ কৰিব লাগে বুলি দিল্লী হাইকৰ্টত গোচৰ তৰিছিল হিন্দু সেনাই।

হিন্দু সেনাৰ আৱেদন আছিল, দিল্লীৰ উপৰাজ্যপালে যেতিয়া কেজৰিৱালক অবিলম্বে পদত্যাগৰ নিৰ্দেশ দিয়ে, সেই বিষয়টোক হাইকৰ্টে নিশ্চিত কৰক। কিন্তু আদালতৰ এই আৱেদনত স্পষ্ট উত্তৰ, ‘দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাক আমি গাইড কৰাৰ কোনো প্ৰয়োজন নাই। আমি তেওঁক পৰামৰ্শ দিবলৈ আমি কোনো নহয়। আইনৰ ভিতৰত যিসমূহ কাম থাকে সেইসমূহে আমি কৰো। গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক। ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক। তাৰপিছতো যদি আপোনালোকৰ কেজৰীৰ পদত্য়াগৰ বিষয়টো গুৰুত্বপূৰ্ণ বুলি ধাৰণা হয় তেন্তে অন্য ফৰামত বিষয়টো উত্থাপন কৰক।’

উল্লেখ্য যে বিগত সপ্তাহতো একেই গোচৰ তৰা হৈছিল দিল্লী হাইকৰ্টত। সেই আৱেদনো খাৰিজ কৰিছে আদালতে। কেজৰিৱাল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই তেওঁৰ পদত্যাগৰ দাবীত সৰব হৈ উঠিছিল বিজেপি। দিল্লীৰ উপৰাজ্য়পাল ভি কে ছাক্সেনাইয়ো কেইদিনমান পূৰ্বে কৈছিল, ‘দিল্লী চৰকাৰ জে’লৰ পৰা নচলিব।’

ইফালে আম আদমী পাৰ্টীয়ে স্পষ্টৰূপত জনাই দিছে যে কেজৰিৱালৰ পদত্যাগৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। একেই কথা সদ্য কাৰাগাৰ মুক্তিপ্ৰাপ্ত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ মুখতো। আৱকাৰী দুৰ্নীতিৰ গোচৰত ছমাহ তিহাৰ জেলত থাকি জামিনত বুধবাৰে মুক্তি লাভ কৰিছে সঞ্জয় সিঙে।

তেওঁ তিহাৰৰ পৰা মুক্তি লাভ কৰিয়েই কয়, ‘দিল্লীৰ উপৰাজ্যপালে কেজৰিৱালক নিৰ্বাচিত কৰিছে নেকি? দিল্লীৰ ২ কোটি মানুহে কেজৰিৱালক বাছনি কৰি লৈছে। বিনামূলীয়া শিক্ষা, পানী, ঘৰ, যুৱকে চাকৰিৰ সুযোগ লাভ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মানুহৰ ভালৰ বাবেই আপ্ৰাণ চেষ্টা কৰিছে। কেৱল বিজেপিয়ে বিচাৰিলে তেওঁ পদত্য়াগ কৰিব নেকি? এই কাম কৰিলে বিজেপিয়ে এই বিষয়টোকেই ট্ৰেণ্ড হিচাপে ল’ব। তেওঁলোকে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, পঞ্জাৱৰ ভগৱন্ত মানকো গ্ৰেপ্তাৰ কৰি পদত্যাগৰ দাবী তুলিছে। এই ধাৰা চলি থাকিলে বিজেপিৰ বাদে দেশত কোনো দল আৰু নাথাকিব। বিজেপিৰ দাবী মানি চলিলে দেশত গণতন্ত্ৰ বুলিও একো নাথাকিব।’

কেজৰীয়ে যে পদত্যাগ নকৰে সেই কথা বৃহস্পতিবাৰে ভিডিঅ’ বাৰ্তাযোগে স্পষ্ট কৰি দিছে কেজৰীয়ে। পূৰ্বেও কেইবাবাৰো তেওঁৰ পত্নী সুনীতাই মুখ্যমন্ত্ৰীয়ে কাৰাগাৰৰ পৰা পঠিওৱা বাৰ্তা পঢ়ি শুনোৱাইছে। কাৰাগাৰৰ পৰা পঠোৱা প্ৰতিখন চিঠিত কেজৰীয়ে লিখিছে, ‘মই কাৰাগাৰত আছো বুলিয়েই দিল্লীৰ মানুহৰ অসুবিধা হ’ব নালাগিব। প্ৰত্যেক বিধায়কলৈ মোৰ অনুৰোধ, তেওঁলোকে প্ৰতিদিনে সমষ্টিলৈ যাওক। মানুহৰ সমস্যাৰ সমাধান কৰক। দিল্লীৰ ২কোটি মানুহ মোৰ পৰিয়াল। মোৰ বাবে কোনোৱে অসুবিধা পাব নালাগে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

May 26, 2026
Next Post
কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক’লা মেঘ

ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক'লা মেঘ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.