• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

2 years ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

27 minutes ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

1 hour ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

2 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

3 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

4 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

5 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

6 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

7 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

7 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

7 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

editor by editor
April 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ’না ভাইৰাছৰ নাম শুনিলেই আজিও আতংকতাই বিৰাজ কৰে জনসমাজত। এই ৰোগৰ বিভীষিকাময় স্মৃতি এতিয়াও পাহৰিব পৰা নাই বিশ্ববাসীয়ে। অসংখ্য লোকে এই ভাইৰাছৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। বিশ্বত ত্ৰাস সৃষ্টি কৰা এই ভাইৰাছে কাঢ়ি নিছে বহুতৰে আপোনজনক। এইবাৰ কভিডতকৈয়ো বেছি ভয়াৱহ মহামাৰীৰ আশংকা কৰিছে একাংশ বিশেষজ্ঞই।

বিশ্বজুৰি এইবাৰ বৃদ্ধি পাইছে বাৰ্ড ফ্লুত আক্ৰান্ত লোকৰ সংখ্য়া। বাঢ়ি অহা এই ভাইৰাছৰ আক্ৰমণক লৈ চিন্তিত এতিয়া বিশ্বৰ বিজ্ঞানী। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে, কৰ’নাতকৈ ১০০ গুণ বেছি ভয়াৱহ হৈ উঠিব পাৰে এই বাৰ্ড ফ্লু মহামাৰী।

এক গৱেষণাৰ ৰিপৰ্টত বিজ্ঞানীৰ দাবী, H5N1 ভাইৰাছ ক্ৰমশ ভয়ংকৰ হৈ উঠিছে। আশংকা কৰা হৈছে, এই ভাইৰাছে ক্ৰমশ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। কভিডতকৈয়ো ১০০ গুণ বেছি ভয়াৱহতাৰ আশংকা আছে। মৃত্যুৰ পৰিসংখ্যাও কভিডতকৈ বেছি হোৱাৰ সম্ভৱনা আছে।

এই ভাইৰাছ এবাৰ পশুপক্ষীৰ পৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ই দ্ৰুতহাৰত শৰীৰত বিয়পি পৰে। যিহেতু এই বাৰ্ড ফ্লু কুকুৰাৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ অহাৰ আশংকা আছে। কুকুৰাৰ পৰা যদি এই ৰোগ বিয়পে তেন্তে বিশ্বত কুকুৰাৰ মাংস খোৱা বন্ধ হৈ পৰিব নেকি সেই লৈয়ো সৃষ্টি হৈছে বিভ্ৰান্তিৰ।

বিশেষজ্ঞৰ সতর্কবার্তা

পিটছবাৰ্গৰ এজন বাৰ্ড ফ্লু গৱেষক ডা সুৰেশ কুচিপুড়ি সতৰ্কবাণী,  H5N1 ভাইৰাছৰ মহামাৰী আকাৰ ধাৰণৰ ক্ষমতা আছে। এই ভাইৰাছে স্তন্য়পায়ী প্ৰাণীৰ শৰীৰতেই মূলত আক্ৰমণ কৰে। ফলত মানুহৰ মাজত এই ৰোগ বিয়পাৰ আশংকা আছে।’ কানাডাৰ ফাৰ্মাছিউটিকেল সংস্থা বায়োনিয়াগ্ৰাৰ প্ৰতিষ্ঠাতা জন ফ্লুটনেও এই ভাইৰাছক লৈ চৰম উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ H5N1 কভিডতকৈয়ো ১০০ গুণ বেছি ভয়ানক ভাইৰাছ। ই মানুহৰ মাজত সোমাই পৰিলে অসংখ্য লোকৰ প্ৰাণহানি হ’ব।

বৰ্তমান পৰ্যন্ত আক্রান্তৰ সংখ্যা কিমান?

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী, ২০০৩ চনৰ পাছত H5N1 বাৰ্ড ফ্লুত আক্ৰান্ত প্ৰত্যেক ১০০ জনৰ মাজত ৫২ জনৰ মৃত্যু হৈছে। ৮৮৭ টা কেচৰ ৪৬২টা মৃত্যুৰ খবৰ পোৱা গৈছে। কৰ’না ভাইৰাছত মৃত্যুৰ হাৰ  ০.১ শতাংশ। এই ক্ষেত্ৰত মহামাৰীৰ আৰম্ভণিতেই ২০ শতাংশ মৃত্যুৰ হাৰ বাৰ্ড ফ্লু ভাইৰাছৰ। ২০২০ চন পৰ্যন্ত লাভ কৰা তথ্য অনুযায়ী H5N1ৰ সংক্ৰমণৰ ফলত ৩০শতাংশ ব্যক্তিৰ মৃত্যু হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
Next Post
ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক’লা মেঘ

ৰেৱতী নক্ষত্ৰত আহিব বুধ, ৪ৰাশিৰ জীৱনৰ পৰা আঁতৰি যাব দুঃখৰ ক'লা মেঘ

নিতৌ মাতৃৰ ওপৰত অত্যাচাৰ চলাইছিল পুত্ৰই, অৱশেষত মাতৃয়ে…

নিতৌ মাতৃৰ ওপৰত অত্যাচাৰ চলাইছিল পুত্ৰই, অৱশেষত মাতৃয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.