• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

2 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

14 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

47 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

1 hour ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত

editor by editor
April 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চ’ত নৱৰাত্ৰীৰ প্ৰথম দিনাই গজকেশৰী যোগ, ধন বৃদ্ধিৰ যোগ তিনি ৰাশিৰ ভাগ্যত
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যেতিষ অনুসৰি চন্দ্ৰ এনে এক গ্ৰহ যিয়ে সকলোতকৈ বেছি দ্ৰুত গতিত বিচৰণ কৰে। অর্থাৎ সকলোতকৈ কম সময়ৰ ভিতৰত এটা ৰাশি এৰি অন্য এটা ৰাশিত প্ৰৱেশ কৰে চন্দ্ৰই। প্ৰায় আঢ়ৈ দিনৰ মূৰে মূৰে চন্দ্ৰই ৰাশি পৰিবৰ্তন কৰি থাকে। ইয়াৰ ফলত কোনোবা নহয় কোনোৱা সময়ত চন্দ্ৰ সৈতে বিভিন্ন গ্ৰহই যুঁটি বান্ধেই।

৯এপ্ৰিল অর্থাৎ চ’ত নৱৰাত্ৰিৰ প্ৰতিপদ তিথিত মেষ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই। এই ৰাশিৰ পূৰ্বৰে পৰাই বৃহস্পতি বিৰাজমান। এই দুই গ্ৰহৰ যুঁটিত অতিশুভ গজকেশৰী যোগ তৈয়াৰ হয়। চ’ত নৱৰাত্ৰিৰ প্ৰথম দিনাই সৃষ্টি হৈছে গজকেশৰী যোগ। এই যোগ তিনি ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক। কিন্তু কোন কোন ৰাশিৰ এই যোগৰ ফলত লাভ হ’ব জানেনে?

মেষ ৰাশি

এই ৰাশিৰ লগ্ন স্থানত গজকেশৰী যোগ তৈয়াৰ হৈছে। এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকৰ বিশেষ লাভ অৰ্জনৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি পাবলগীয়া কোনো সম্পদ বা টকা এই সময়ত লাভ কৰিব। ধন, ধ্যান বৃদ্ধি হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি সন্তানৰ তৰফৰ পৰা কোনো ভাল খবৰ পাব পাৰে। জ্যেষ্ঠজনে আপোনাৰ কামৰ প্ৰশংসা কৰিব। ভাগ্যই লগ দিব আপোনাক। আয়ৰ নতুন উৎস মুকলি হ’ব। ইয়াৰোপৰি অৰ্থ সঞ্চয় সফল হ’ব। ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব পাৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্য ভালে থাকিব।

কর্কট ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ আশীৰ্বাদ আছে। গজকেশৰী যোগ নিৰ্মিত হোৱাত কৰ্মক্ষেত্ৰত বৃহৎ পৰিবৰ্তন পৰিলক্ষিত হ’ব। ধৈৰ্য্যসহকাৰে নিজৰ লক্ষ্য অৰ্জনত সফল হ’ব। চাকৰিৰ নতুন সুযোগ পাব। আইনী গোচৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে। পিতৃৰ স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব। আৰ্থিক পৰিস্থিতি মজবুত হ’ব। পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি হ’ব পাৰে। শত্ৰুক পৰাজিত কৰিব পাৰিব এই ৰাশিৰ জাতকে। ধাৰ দিয়া ধন ঘূৰাই পাব। সমাজত মান সন্মান বৃদ্ধি পাব।

সিংহ ৰাশি

জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবে গজকেশৰী যোগ লাভজনক প্ৰমাণিত হ’ব। পৰিশ্ৰমৰ ফল পাব এই ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত জেষ্ঠ্যসকলৰ সহযোগিতা লাভ কৰিব। ইয়াৰ ফলত নিজৰ লক্ষ্য অৰ্জনত সফল হ’ব। ব্য়ৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ব্যক্তিত্ব উন্নত হ’ব। সন্তানৰ তৰফৰ পৰা শুভ সংবাদ পাব। উচ্চশিক্ষা লাভৰ স্বপ্ন পূৰ্ণ হ’ব। ভৱিষ্যতৰ বাবে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। ভায়েক ভনীয়েকৰ সহযোগিতাত লাভ অৰ্জন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
Next Post
ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.