• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি

আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি

2 years ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

4 minutes ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

45 minutes ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

1 hour ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

14 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

15 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

15 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

16 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

16 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

17 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

17 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

18 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি

editor by editor
April 9, 2024
in জীৱনশৈলী, ভাৰত
0
আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৯ এপ্ৰিল ২০২৪ মঙলবাৰে মেষ ৰাশিত গোচৰ কৰিব চন্দ্ৰই। পঞ্জিকা অনুসৰি আজি চ’ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজিৰে পৰা আৰম্ভ হৈছে বিক্ৰম সংবত ২০৮১। ইয়াৰোপৰি মঙলবাৰে থাকিব লক্ষ্মী নাৰায়ণ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগ। ইয়াৰোপৰি মঙলবাৰে থাকিব ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ।  ইয়াৰ ফলত হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।

জ্য়োতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। চ’ত নৱৰাত্ৰি আৰম্ভ হোৱাৰ এই সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদসকলে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। মঙলবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে।

মিথুন ৰাশি

ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱত হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোত শুভ ফল লাভ কৰিব মিথুন ৰাশিৰ জাতকে। আজিৰ দিনটোত দাম্পত্য জীৱনত সুখ ভৰপুৰ হৈ থাকিব। দীৰ্ঘদিনৰ কোনো অসম্পূৰ্ণ কাম  সাফল্যৰ সৈতে আজিৰ দিনটোত সম্পন্ন হ’ব। নতুন কোনো কামত হাত দিব পাৰে মিথুন ৰাশিৰ জাতকে। কাংক্ষিত সাফল্য পাব পাৰে। শহুৰৰ ঘৰত সৈতে সম্পৰ্ক উন্নত হ’ব।

সিংহ ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত লাভৱান হ’ব সিংহ ৰাশিৰ জাতক। দেৱী দূৰ্গাৰ কৃপাত নৱৰাত্ৰিৰ প্ৰথম দিনাই জীৱনৰ সকলো সমস্যা দূৰ হ’ব। নতুন কোনো কাম আৰম্ভ কৰিলে সাফল্য লাভ কৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ব্যৱসায়ত লাভ হ’ব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সিংহ ৰাশিৰ জাতকৰ আলাপ হ’ব পাৰে।

কন্য়া ৰাশি

হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোতেই অমৃত সিদ্ধি যোগৰ সুফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ। কেৰিয়াৰত সাফল্য় আহিব। যিসকলে ব্যৱসায় কৰিলে তেওঁলোক আৰ্থিকভাৱে লাভাম্বিত হ’ব। তুলা ৰাশিৰ জাতকে বিদেশ যাত্ৰাৰ কথা কথা ভাৱিলে এই সময় শুভ। পুৰণা কোনো সমস্যা দূৰ হ’ব।

মকৰ ৰাশি

মঙলবাৰে ৰেৱতী নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত দীৰ্ঘদিনে অসমাপ্ত হৈ থকা কাম সম্পন্ন হ’ব। চাকৰি বিচাৰি থকাসকলে নতুন কোনো কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব। ব্যৱসায়ীসকলে ডাঙৰ কোনো চুক্তি স্বাক্ষৰ কৰিব পাৰে। সন্মান আৰু প্ৰতিপত্তি বাঢ়িব মকৰ ৰাশিৰ জাতকৰ।

 কুম্ভ ৰাশি

৯ এপ্ৰিল মঙলবাৰে লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব কুম্ভ ৰাশিৰ জাতকৰ। আপোনাৰ আৰ্থিক অৱস্থাত উন্নতিৰ জোৱাৰ আহিব। যিসকলে বিদেশ যাত্ৰা কৰাৰ কথা ভাৱিছে তেওঁলোকো পৰিকল্পনাত সফল হ’ব। সংগীৰ সৈতে সুখৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে। কাৰ্যালয়ৰ পৰিবেশ অনুকূল থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি  ছাইবাৰ যুদ্ধৰ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি ছাইবাৰ যুদ্ধৰ?

BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.