• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি  ছাইবাৰ যুদ্ধৰ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি ছাইবাৰ যুদ্ধৰ?

3 years ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

29 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

52 minutes ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

1 hour ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

2 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

4 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

6 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি ছাইবাৰ যুদ্ধৰ?

editor by editor
April 9, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি  ছাইবাৰ যুদ্ধৰ?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিজ্ঞজনৰ দাবী এদিন বজ্ৰপাতৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল তেওঁ। দৃষ্টিশক্তি হেৰুওৱাৰ পাছতেই দিব্যশক্তিৰ অধিকাৰী হৈ পৰা মহিলাগৰাকীয়েই হৈছে ভৱিষ্যদ্ৰষ্টা বাবা ভাংগা। অলৌকিক শক্তিৰ দ্বাৰা দৃষ্টিশক্তি হেৰুওৱাৰ পাছতো তেওঁ দিব্যশক্তিৰে পৃথিৱীৰ পোহৰ দেখিছিল। ভবিষ্যৎ দেখাৰ ক্ষমতা অৰ্জন কৰা বুলগেৰীয়াৰ এইগৰাকী মহিলা বাবা ভাংগাৰ ভবিষ্যৎ বাণীসমূহ আজিও প্ৰাসংগিক।

এটা যুগৰ তেঁও নষ্ট্ৰাডামূছ। ১৯৯৬ চনত মৃত্যু হোৱা এইগৰাকী বাবা ভাংগাই দি যোৱা ভৱিষ্যদ্বাণীসমূহ আজিও সত্য প্ৰমাণিত হৈয়েই আছে। সেই বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। কিন্তু কেনেকৈ ধ্বংস হ’ব এই পৃথিৱী

সন্ত্ৰাসবাদৰ উত্থানঃ 

ভাংগাই কৈছিল, সন্ত্ৰাসবাদৰ উত্থানত জংগীৰ আক্ৰমণৰ বলি হ’ব সমগ্ৰ বিশ্ব বুলি বাবা ভাংগাই তাহানিতেই ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিতও হৈছে। ৯/১১ৰ পৰা ২৬/১১, আমেৰিকাৰ পৰা মুম্বাইলৈকে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণে ৰক্তাক্ত কৰিছে এই সভ্য়তাক। এই ভয়াৱহ দিন বাবা ভাংগাই কোৱাৰ দৰেই আহিছে বুলিও বহুতে দাবী কৰে। ইয়াৰোপৰি ইউৰোপৰ দেশসমূহতো বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আছে।

চিকিৎসাত বিপ্লৱঃ

কেৱল ধ্বংস আৰু মৃত্যুৰ কথাই নহয়। আশাৰ পোহৰো দেখুৱাই গৈছে দৃষ্টিহীন ভাংগা বাবাই। তেওঁ দাবী কৰিছিল, চিকিৎসা বিজ্ঞানত প্ৰভূত উন্নতি হ’ব। আজিৰ বিশ্বত সেইয়া দেখিবলৈ পোৱা গৈছে। ইফালে ২০২৪ চনত কৰ্কট আৰু এলঝাইমাৰৰ ঔষধ আৱিষ্কাৰ হ’ব বুলিও দাবী কৰি গৈছে বাবা ভাংগাই।

জলবায়ু পৰিবৰ্তনঃ

বাবা ভাংগাই সতৰ্ক কৰি গৈছে, অত্যাধিক প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ অপচয় কৰাৰ শাস্তি পাব মানুহে। প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ ল’ব। উষ্ণায়নৰ বাবে মেৰুদেশৰ বৰফ গলিবলৈ ধৰিছে, গৰমে অতিষ্ঠ কৰিছে জনতাক। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে।

বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। বাবা ভাংগাই ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ মতে এদিন এই নীল গ্ৰহ ধ্বংস হৈ যাব। তেওঁৰ হিচাপত এই গ্ৰহৰ আয়ুস আৰু মাত্ৰ ৩ হাজাৰ বছৰহে আছেগৈ।  অৱশ্য়ে এই দাবী কিমানদূৰ সত্য হ’ব সেই সন্দৰ্ভতো বহুতেই গৱেষণা আৰম্ভ কৰিছে।

ছাইবাৰ যুদ্ধঃ

বাবা ভাংগাই ইণ্টাৰনেটৰ উত্থানৰ পূৰ্বেই ছাইবাৰ যুদ্ধৰ কথা কৈ গৈছে। এ আই, ইণ্টাৰনেটৰ এই যুগক লৈ ভাংগা বাবাৰ স্পষ্ট ভৱিষ্যদ্বাণী আছিল। এদিন ইণ্টাৰনেটেই যুদ্ধৰ অস্ত্ৰ হৈ উঠিব। তেওঁ কোৱাৰ দৰেই এতিয়া এপল, মেক প্ৰভৃতি শীৰ্ষস্থানীয় টেক সংস্থাসমূহেও দাবী কৰিছে যে তেওঁলোক নিৰাপত্তাজনিত সমস্যাত ভূগিছে। হেকাৰে তেওঁলোকৰ তথ্য হেক কৰিবলৈ প্ৰতিনিয়ত চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

November 1, 2026
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

November 1, 2026
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

November 1, 2026
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ
বাণিজ্য

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

November 1, 2026
Next Post
BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.