• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

2 years ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

8 minutes ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

34 minutes ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

1 hour ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

2 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

3 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

15 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

15 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

16 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

17 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

17 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

20 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

editor by editor
April 9, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জীৱনত উত্থান-পতন থাকেই। জীৱনলৈ কেতিয়াবা ভাল সময় আহে, কেতিয়াবা বেয়া সময় আহে। আমাৰ প্ৰত্য়েকৰে জীৱনত কেতিয়াবা কেতিয়াবা বেয়া সময় আহে। কিছুমান মানুহে অলপমান বেয়া সময় আহিলেই ভাঙি পৰে। বিপদৰ পৰা নিজৰে উদ্ধাৰ কৰিবৰ বাবে ৰাস্তা বিচাৰি হাবাথুৰি খাই ।

অন্ধকাৰ সময়ত পোহৰৰ পথৰ সন্ধান বিচৰা অসম্ভৱ হৈ পৰে বহুতৰে বাবে। কিন্তু এনে কিছু লোক আছে যিসকলে বিপদৰ সৈতে মোকাবিলা কৰিব পাৰে। কোন কোন ৰাশিৰ জাতক বিপদৰ সন্মুখীন হ’লে নিজকে সম্ভালি ল’ব পাৰে?

কর্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক আত্মবিশ্বাসী। সৰুৰে পৰা চেলেঞ্জৰ মুখামুখি হ’বলৈ ভয় নকৰে এই ৰাশিৰ জাতকে। কৰ্কট ৰাশিৰ জাতকৰ মনত সাহস আৰু এনাৰ্জী অফুৰন্ত। এওঁলোকে সকলো কামৰ মুখামুখি হ’বলৈ সাহস কৰে। নিজৰ বেয়া সময়তো মন প্ৰাণ দি বেয়া সময়ৰ পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰে।

মকর ৰাশি

মকৰ ৰাশিৰ জাতক অত্যন্ত উচ্চাকাংক্ষী আৰু পৰিশ্ৰমী। সাফল্য়ৰ নিৰন্তৰ দৌৰত চামিল হৈ থাকে এইসকল ব্যক্তি। এওঁলোকৰ সন্মুখত লক্ষ্য স্থিৰ থাকে। যি কোনো উপায়েৰে লক্ষ্য অৰ্জন কৰে। মকৰ ৰাশিৰ জাতক বিপদৰ মুখত পৰিলেও সাহস নেহেৰুৱাই। মূৰ ঠাণ্ডা ৰখাত তেওঁলোক পাকৈত। যিয়েই বাধা বিপত্তি নাহক কিয় মোকাবিলা কৰিব পাৰে।

মেষ ৰাশি

মেষ ৰাশিৰ জাতক যেনেকৈ আত্মবিশ্বাসী তেনেকৈ এনাৰ্জীৰেও ভৰপুৰ। এওঁলোকে নিজৰ সিদ্ধান্তত অটল। লক্ষ্য পূৰণৰ পথত বাধা আহিলেও তেওঁলোকে মোকাবিলা কৰিব পাৰে। বিপদৰ সময়ত মূৰ শান্ত কৰি বাহিৰলৈ ওলোৱাৰ উপায় বিচাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?
প্ৰযুক্তি

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

June 26, 2026
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ
বিনোদন

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

June 26, 2026
Next Post
সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.