• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

2 years ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

58 minutes ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

1 hour ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

2 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

3 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

editor by editor
April 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  আমাৰ আশেপাশে এনে কিছু ব্যক্তি আছে যাৰ নিজা সৌন্দৰ্য আৰু বুদ্ধিৰ বাবেই তেওঁলোক অনন্য়। এওঁলোকৰ শাৰীৰিক সৌন্দৰ্য আৰু বুদ্ধিৰ ধাৰ সকলোতকৈ বেছি হয়। বহুতৰে আকৌ চেহেৰা আকৰ্ষণীয় হ’লেও বুদ্ধি তেনেই কম। জ্যোতিষ গণনা অনুসৰি কোন কোন ৰাশিৰ জাতকৰ সৌন্দৰ্য আৰু বুদ্ধি দুয়োটাই বেছি?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ চিন্তাশক্তি প্ৰৱল। নিজৰ বুদ্ধি আৰু নতুন ধৰণেৰে চিন্তা কৰিব পৰা ক্ষমতাৰে তেওঁলোকে সকলোৰে মন জয় কৰিব পাৰে। মেষ ৰাশিৰ জাতকৰ শাৰীৰিক গঠন অত্যন্ত আকৰ্ষণীয়। যাক Beauty With Brain বুলি কোৱা হয়। মেষ ৰাশিৰ জাতক ইয়াৰ আদৰ্শ উদাহৰণ।

মিথুন ৰাশি

নিজৰ তীক্ষ্ণ বুদ্ধিৰ ধাৰ, তাৎক্ষণিকভাৱে যিকোনো কথাৰেই উত্তৰ দিব পৰা ক্ষমতা আৰু যিকোনো পৰিস্থিতিক মানি লোৱাৰ ক্ষমতা এই ৰাশিৰ জাতকৰ আছে। তেওঁলোকে দ্ৰুতভাৱে যিকোনো পৰিস্থিতিত এডজাষ্ট কৰিব পাৰে। মিথুন ৰাশিৰ জাতকৰ স্বাভাৱিক সৌন্দৰ্যইয়ো এওঁলোকক আকৰ্ষণীয় কৰি তোলে।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক অত্যন্ত উচ্চাকাংক্ষী, নিয়মানুবৰ্তী, বাস্তৱবাদী আৰু বুদ্ধিমান। এওঁলোকৰ ব্য়ক্তিত্ব আকৰ্ষণীয়। স্বল্পভাষী কৰ্কট ৰাশিৰ জাতকে নিজৰ সকলো কামেই বুদ্ধিৰ বলত সোনকালে সমাধা কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতকৰ চেহেৰাও অত্যন্ত আকৰ্ষণীয়।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে যিকোনো পৰিস্থিতিত বেলেন্স কৰি চলিব পাৰে। তেওঁলোকে বুদ্ধিৰ বলেৰেই সকলোবোৰ চম্ভালি ল’ব পাৰে। তুলা ৰাশিৰ জাতকে সকলোৰে পৰা নিজৰ বুদ্ধি আৰু ৰূপৰ প্ৰশংসা লাভ কৰে। এওঁলোকে সৌন্দৰ্য আৰু বুদ্ধিৰে সকলোকে আকৰ্ষণ কৰিব পাৰে।

 বৃশ্চিক ৰাশি

জন্মগতভাৱেই বুদ্ধিমান হয় বৃশ্চিক ৰাশিৰ জাতক। এওঁলোকৰ মনৰ গভীৰতা আৰু ৰহস্যময় প্ৰকৃতিয়ে সকলোকে আকৰ্ষণ কৰিব পাৰে। সৌন্দৰ্য আৰু বুদ্ধিৰ পাৰফেক্ট মিশ্ৰণ বৃশ্চিক ৰাশিৰ জাতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
Next Post
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন