• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

2 years ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

1 hour ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

1 hour ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

2 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

3 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

3 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

11 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

11 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

12 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

13 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

13 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

14 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

editor by editor
May 2, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপেৰে পূজা কৰে হিন্দুধৰ্মাৱলম্বী লোকে। দেশৰ নানান স্থানত শিৱলিংগক লৈয়েই তীৰ্থস্থান গঢ়ি উঠিছে। ইয়াৰ মাজতে কোনো কোনো শিৱলিংগ স্বয়ম্ভূ, অৰ্থাৎ এই সকলো শিৱলিংগই নিজে নিজেই প্ৰকাশিত হৈ উঠিছে আৰু শেষত তাত মন্দিৰ প্ৰতিষ্ঠা হৈছে। কোনো কোনো শিৱলিংগ আকৌ ৰজা, সন্ন্যাসী, ভক্তসকলে প্ৰতিষ্ঠা কৰিছে। স্বয়ম্ভূ শিৱলিংগক কোৱা হয় জ্যোতিৰ্লিংগ। সমগ্ৰ দেশত ১২টা জোতিৰ্লিংগ আছে।

বিভিন্ন শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপে পূজা কৰে হিন্দুধৰ্মাৱলম্বীসকলে। শিৱলিংগ নানান সামগ্ৰীৰে নিৰ্মিত হয়। বিভিন্ন ধৰণৰ শিৱলিংগৰ আৰাধনা কৰিলে বিভিন্ন ফল লাভ কৰা সম্ভৱ। জানি থওক কোন শিৱলিংগৰ পুজা কৰিলে কি ফল পাব?

দেৱলিংগ
দক্ষিণ ভাৰতৰ ৰামেশ্বৰম শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল স্বয়ং শ্ৰীৰামচন্দ্ৰ। বালি দি এই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই শিৱলিংগক দেৱলিংগ বুলি কোৱা হয়। ইয়াৰোপৰি ভক্তসকলে বিভিন্ন সময়ত বিভিন্ন সামগ্ৰী দি শিৱলিংগ নিৰ্মাণ কৰে।

ফুলৰ শিৱলিংগ
ফুলৰ শিৱলিংগ প্ৰস্তুত কৰি তাৰ আৰাধনা কৰিলে নিজৰ মাটি কিনা, ঘৰ নিৰ্মাণ কৰাৰ সপোন পূৰ্ণ হয়। মহাদেৱৰ আশীৰ্বাদত নিজৰ মাটি ঘৰৰ সপোন পূৰণ কৰিবলৈ ভক্তই ফুলৰ শিৱলিংগক আৰাধনা কৰে।

ৰূপৰ শিৱলিংগ
শাস্ত্ৰ অনুসৰি ৰূপ দি তৈয়াৰ কৰা শিৱলিংগৰ পূজা কৰিলে প্ৰয়াত পূৰ্বপুৰুষৰ মুক্তিলাভ সম্ভৱ হয়। প্ৰয়াত পিতৃপুৰুষে কোনো দোষৰ পৰা মুক্তি লাভ নকৰিলে ৰূপৰ শিৱলিংগক আৰাধনা কৰা হয়।

স্ফটিকৰ শিৱলিংগ
প্ৰচলিত বিশ্বাস অনুসৰি স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয়। যদি আপোনাৰ মনত এনে কোনো ইচ্ছা থাকে, যি ইচ্ছা আপুনি পূৰণ কৰাৰ চেষ্টা কৰিও সফল হ’ব পৰা নাই তেতিয়া স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে উপকাৰ লাভ কৰিব।

ব্ৰঞ্জৰ শিৱলিংগ
ব্ৰঞ্জৰ শিৱলিংগৰ অভিষেক কৰিলে মহাদেৱৰ আশীৰ্বাদ সন্মান আৰু খ্যাতি লাভ কৰা সম্ভৱ হয়। এই ব্যক্তিৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি সদায়ে বাঢ়ি থাকে।

তামৰ শিৱলিংগ
আপোনাৰ মনত যদি কিবা ভয় থাকে আৰু চেষ্টা কৰিও সেই ভয়ৰ পৰা মুক্তি লাভ কৰা নাই তেন্তে তামৰ শিৱলিংগত অভিষেক কৰক। শাস্ত্ৰ অনুসৰি তামৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ভয় দূৰ হয় আৰু জীৱনলৈ সুখ-শান্তি আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে
জীৱনশৈলী

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

October 26, 2026
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ
বিনোদন

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

October 26, 2026
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?
জীৱনশৈলী

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

October 26, 2026
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?
জীৱনশৈলী

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

October 26, 2026
Next Post
মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.