• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

51 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

3 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

4 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি

editor by editor
May 2, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
মেষলৈ আহিব বুধ, সমস্ত ইচ্ছাপূৰণ হ’ব ৩ৰাশিৰ, দাম্পত্য জীৱনলৈ উভতি আহিব সুখ-শান্তি
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মে মাহত দুবাৰকৈ ৰাশিৰ সলনি কৰিব বুধে৷ ইয়াৰ মাজতেই প্ৰথমে ১০ মেত বুধৰ ৰাশি পৰিবৰ্তন হ’ব৷ এই দিনটোত মীন ৰাশিৰ পৰা বাহিৰলৈ ওলাই মেষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ বুধক বাণী, যোগাযোগ, ব্যৱসায়, বুদ্ধি আৰু অৰ্থ ব্যৱস্থাৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ বুধে ৰাশি পৰিবৰ্তন কৰিলে প্ৰতিজন ব্যক্তিৰ জীৱনলৈ কেইটামান ক্ষেত্ৰত পৰিবৰ্তন আহেই৷ এই সময়ত তিনি ৰাশিৰ জাতকৰ সুখ-সৌভাগ্য অৰ্জন হ’ব৷ এই সময়ত কোন কোন ৰাশি বুধৰ ৰাশি পৰিবৰ্তনৰ দ্বাৰা লাভাম্বিত হ’ব জানি থওক৷

মিথুন ৰাশি

বুধৰ ৰাশি পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ বুধে আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত ভ্ৰমণ কৰিছে৷ ইয়াৰোপৰি এই ৰাশিৰ অধিপতি হৈছে বুধ৷ মেষ ৰাশিত অহাৰ পাচতেই মিথুন জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব৷ ইয়াৰোপৰি নতুন নতুন আয়ৰ উৎস হাতলৈ আহিব৷ কেৰিয়াৰত উন্নতি হ’ব পাৰে৷ বেতনবৃদ্ধিৰ ওপৰিও পদ লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ আয় বৃদ্ধিৰ ফলত কোনো ডাঙৰ পৰিকল্পনা হাতত ল’ব পাৰে৷ শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীত অৰ্থ লাভ কৰিব পাৰে৷ লাভৰ পূৰ্ণ যোগ আছে৷

তুলা ৰাশি

বুধৰ গোচৰ আপোনাৰ বাবে শুভ ফলদায়ী৷ আপোনাৰ ৰাশিৰ সপ্তম স্থানত এই গোচৰ হ’ব৷ অংশীদাৰীৰ কামত ভাল ফলাফল লাভ কৰিব পাৰিব৷ ঘৰ পৰিয়ালৰ মাজত আনন্দমুখৰ পৰিবেশ থাকিব৷ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব৷ অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰিয়াল জাতকৰ বেতন বৃদ্ধি হ’ব৷ পদোন্নতি সম্ভৱ৷ তুলা ৰাশিৰ জাতকৰ সমস্ত ইচ্ছা পূৰণ হ’ব৷

সিংহ ৰাশি

বুধৰ ৰাশি পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল৷ নৱম স্থানত এই গোচৰ হোৱাৰ ফলত ভাগ্যৰ সংগ পাব সিংহ ৰাশিৰ জাতকে৷ আয় বৃদ্ধিৰ ফলত বৃহৎ কোনো প্ৰকল্প লগ্নি হ’ব৷ দেশ-বিদেশৰ যাত্ৰাৰ সম্ভাৱনা আছে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব৷ চাকৰিয়াল জাতকে উন্নতিৰ একাধিক সুযোগ পাব পাৰে৷ এইবাৰ সিংহ ৰাশিৰ ব্যৱসায়ীৰ জাতকে একাধিক ভাল ফল লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অসাধাৰণ৷ পৰীক্ষাত সফলতা লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

হৃদয় বিদাৰক! বেকী নৈৰ বুকুত হেৰাই গ’ল একেলগে ৩ বন্ধু

কভিছিল্ড বিতৰ্ক! বিতৰ্কৰ পাছতেই ছাৰ্টিফিকেটৰ পৰা উধাও প্রধানমন্ত্ৰী মোদীৰ ফটো

কভিছিল্ড বিতৰ্ক! বিতৰ্কৰ পাছতেই ছাৰ্টিফিকেটৰ পৰা উধাও প্রধানমন্ত্ৰী মোদীৰ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.