• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

2 years ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

37 minutes ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

1 hour ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

2 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

3 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

4 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

5 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

5 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

6 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

7 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

8 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

20 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

editor by editor
May 3, 2024
in বিশ্ব
0
যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানৰ বাবে এজন ভাল জীৱন সংগী বাছি ল’ব বিচাৰে। কিন্তু ভাল সংগীৰ সন্ধানত অভিভাৱকে কেৱল উপযুক্ত দৰা-কইনা বিচাৰে, অপহৰণ নকৰে। চীনৰ এগৰাকী এনে মাতৃৰ কাহিনী পোহৰলৈ আহিছে যিয়ে নিজৰ ২৭ বছৰীয়া পুত্ৰৰ বাবে ১১ বছৰীয়া ছোৱালী এজনীক অপহৰণ কৰিলে।

পুত্ৰৰ মোহত মাতৃয়ে ভালৰো ভাল কইনা এগৰাকী বিচাৰে। যাৰবাবেই কৰি পেলাই এক ভুল কাম, ভুল পদ্ধতিৰে আগবাঢ়ে মাতৃ, যাৰ পাছতে এতিয়া সেই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাকে ভাৱিছিল, যে ছোৱালীজনীক নি বিয়াৰ উপযুক্ত সময়লৈ নিজৰ পছন্দমতে প্ৰস্তুত কৰি দিব। যাতে ভৱিষ্যতে পুত্ৰৰ বাবে এগৰাকী ভাল পত্নী পত্নী হব পাৰে। কিন্তু হিতে বিপৰীত হয়, এই কাৰ্যৰ পৰিণাম ভোগ কৰিবলগীয়া হ’ল মাতৃগৰাকী।

চীনৰ গুইজৌ প্ৰদেশৰ লিউপানছুই চহৰৰ এখন গাঁৱত এঅ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াং উপাধিৰ এগৰাকী মহিলাই  ১১ বছৰীয়া কিশোৰীগৰাকীক লগ পায়। ইতিমধ্যে পুত্ৰৰক বাবে কইনা বিচাৰি  আছিল মাতৃয়ে।

মাতৃ-পুত্ৰই সেই  ১১ বছৰীয়া ছোৱালীজনীক দেখি ইমানেই পছন্দ কৰে যে, পুত্ৰ সৈতে বিয়া পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মতেই কিশোৰীগৰাকীক ঘৰলৈ গৈয়ো বিয়াৰ বাবে ছোৱালীজনী বিচাৰে। কিন্তু বয়স বহুত কম হৈ থকাই ছোৱালীৰ পিতৃ-মাতৃয়ে এই কথা অগ্ৰাহ্য কৰে।

যাৰ বাবেই মাতৃয়ে পুত্ৰৰ সহায়ত ছোৱালীজনীক অপহৰণ কৰি লৈ যায়। কিন্তু সাৰি যায় কত। ঘটনাৰ ৬ দিনৰ মূৰতে আৰক্ষীৰ হাতত ধৰা পৰে মাতৃ-পুত্ৰ।

যোৱা ১৫ ডিচেম্বৰত আদালতে মাতৃ-পুত্ৰক শাস্তি প্ৰদান কৰিছিল। মাতৃক ২ বছৰৰ কাৰাদণ্ড, পুত্ৰক ৭ মাহৰ কাৰাদণ্ড। দুয়োজনে আদালতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনাইছিল যদিও যোৱা মাহত আদালতে একেটা সিদ্ধান্তকে সমৰ্থন কৰি সাস্তি বাহাল ৰাখে।

চীনৰ ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে ট্ৰেণ্ড হবলৈ ধৰে। শিশু অপহৰণৰ এই গোচৰত মাক-পুত্ৰক কিয় ইমান কম শাস্তি দিয়া হৈছে, সেই লৈ মানুহৰ আপত্তি হৈ আছে। বহুতে দাবী কৰিছিল যে প্ৰাচীন কালত চীনত মানুহে সৰু ছোৱালীক দত্তক হিচাপে লৈ পৰিয়ালত ডাঙৰ-দীঘল কৰাটো এটা প্ৰথা আছিল, যাতে ডাঙৰ হোৱাৰ পিছত ছোৱালীজনীক পুত্ৰৰ লগত বিয়া কৰাব পাৰে। ১৯৫০ চনত এই প্ৰথাৰ অন্ত পৰিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinaChina Marriage CultureKidnapingKidnaping CaseMother KidnapedTeen Girl Kidnaping
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
Next Post
অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.