• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

2 years ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

12 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

39 minutes ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

2 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

3 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

18 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

18 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

editor by editor
May 3, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

অমিতা শৰীৰৰ বাবে কিমান ভাল সেয়া সকলোৱে জানে। ফল হিচাপে অমিতাৰ গুণৰ শেষ নাই। স্বাস্থ্যৰ লগতে ছাল-চুলিৰ ক্ষেত্ৰতো বহু উপকাৰ কৰে অমিতাই। পাছে জানেনে, অমিতাৰ দৰেই অমিতাৰ গুটি বোৰটো আছে বহু গুণ।

অমিতাৰ গুটিত বহু মাত্ৰাত আইৰণ, কেলচিয়াম আৰু মেগনেছিয়াম আদি পোৱা যায়, যিয়ে শৰীৰত স্বাস্থ্যবান কৰি ৰখাত বহু সহায় কৰে। পেটৰ বাবে অতিকে উপকাৰী অমিতাৰ গুটি।

অমিতাৰ গুটিত এণ্টি বেক্টেৰিয়েল গুণো নিহিত হৈ আছে। কিন্তু সোৱাত একেবাৰে তিতা হোৱা বাবে বহুতেই ইয়াৰ নাখাই পেলাই দিয়ে। অমিতাৰ গুটিক বহু লোকেই অখাদ্য বুলি পেলাই দিয়ে।

কিন্তু অমিতাৰ গুটিয়ে শৰীৰৰ পৰা বহু বেমাৰ আঁতৰত ৰাখে। থকা বেমাৰো বহু ভাল কৰি তোলে অমিতাৰ গুটিয়ে।

ওজন হ্ৰাস কৰে-
মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পেলাই অমিতাৰ গুটিয়ে। ইয়াত বহু পৰিমাণে ফাইবাৰ পোৱা যায়। যাৰ বাবে পাচন শক্তি ঠিকে ৰখাৰ লগতে মেদ হ্ৰাস কৰাটো সহায় কৰে।

জখন পাই ফুলি উঠা-
শৰীৰৰ যিকোনো অংশত ফুলা থাকিলেও অমিতাৰ গুটি ব্যৱহাৰ কৰিব পাৰি। এইবোৰে ছালৰ বিষ আৰু ফুলা কমোৱাত সহায় কৰে।

কলেষ্ট’ৰেল নিয়ন্ত্ৰণ-
অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে মনোঅনচেচুৰেটেড ফেটি এচিড থাকে। য’ত বিশেষকৈ অলিক এচিড বেছিকৈ পোৱা যায়। ই বেয়া কলেষ্টেৰল হ্ৰাস কৰি বৃদ্ধি পোৱা কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

পেটৰ বাবে-
পেটৰ বাবে বহু উপকাৰী বুলি দৰা হয় অমিতাৰ গুটিক। বহুতো অধ্যয়নত এইটো প্ৰকাশ পাইছে যে অমিতৰ গুটিয়ে পেটৰ সকলো ধৰণৰ বেক্টোৰিয়া মাৰি পেলাই, যাৰ ফলত পেট সম্পৰ্কীয় সমস্যা আঁতৰি থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: health benefiypapayaPapaya benefitPapaya Fruit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Next Post
পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.