• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

2 years ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

7 minutes ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

41 minutes ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

2 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

2 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

3 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

editor by editor
May 9, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

পেট বিষ, পেটত চৰ্বি, কৌষ্ঠকাঠিন্য, সঘনাই প্ৰসাৱ, সঘনাই ভোক লগা, অলপতে পেট ভৰা আদি সমস্যা আছে নেকি আপোনাৰ। যদিহে এই কেইটা লক্ষণ আপোনাৰ আছে, তেন্তে সাৱধান। হব পাৰে কেঞ্চাৰ।

যাক আপুনি বহু দিনৰ পৰা সাধাৰণ গেছৰ সমস্যা বুলি ভাৱি আহি আছে, সেয়া হব পাৰে কেঞ্চাৰৰ কাৰক। মহিলাৰ এই সমস্যাবোৰেই পাছলৈ অভাৰেইন কেঞ্চাৰ তথা ডিম্বাশয়ৰ কৰ্কট হিচাপে ধৰা দিয়ে।

এই কেন্সাৰ যিকোনো বয়সৰ মহিলাৰ ক্ষেত্ৰত হ’ব পাৰে যদিও প্ৰায়ে ৫০ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত এই কৰ্কট ৰোগ অধিক হয়। কিন্তু সকলোতকৈ ভয়ৰ কাৰণ যে, এই কৰ্কট ৰোগৰ লক্ষণ সাধাৰণতে দেখা নাযায়।

চিকিৎসকে কয় যে ডিম্বাশয়ৰ কৰ্কট ৰোগ হ’ল কেন্সাৰজনিত টিউমাৰ, যিটো ডিম্বাশয়ৰ কলাত গঢ় লৈ উঠে। ডিম্বাশয় মহিলা প্ৰজনন তন্ত্ৰৰ অংশ। ইয়াৰ লক্ষণসমূহ যথেষ্ট সাধাৰণ, গতিকে মহিলাসকলে বহু সময়ত ইয়াক আওকাণ কৰে।

অৱশ্যে কিছুমান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ল’ব পাৰে। এনে পৰিস্থিতিত শৰীৰত দেখা পোৱা এই লক্ষণবোৰক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত, কাৰণ এইবোৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰাটো প্ৰস্ৰাৱৰ সংক্ৰমণ বা অন্যান্য প্ৰস্ৰাৱৰ সমস্যাৰ লক্ষণ হ’ব পাৰে যদিও ই ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে।

পিৰিয়ডৰ সময়ত বা কিছুমান খাদ্য খোৱাৰ পিছত পেট ফুলা এটা সাধাৰণ আৰু নিয়মীয়া সমস্যা। কিন্তু সঘনাই হোৱা আৰু কেইসপ্তাহমানৰ অধিক সময় থাকিলে ই ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে। বিশেষকৈ পেট ফুলাৰ সমস্যাৰ লগত সামান্য খাদ্য খালেই সোনকালে পেট ভৰি পৰাৰ দৰে লক্ষণ দেখা দিলে একেবাৰেই আওকাণ নকৰিব।

কোষ্ঠকাঠিন্য বা ডায়েৰিয়া আদিয়ো এই কৰ্কট ৰোগৰ এক লক্ষণ। যদি এই পৰিৱৰ্তন কেইসপ্তাহতকৈ অধিক সময় ধৰি থাকে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ।

আন এটা লক্ষণো প্ৰায়ে আওকাণ কৰা হয়। গেছৰ সমস্যা বুলি ধৰে বহুতো মহিলাই। অতি সোনকালে ভোক লগা আৰপ খালেও অলপতে পেট ভৰি পৰা যেন লগা ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

শৰীৰৰ বাকি অংশৰ তুলনাত কেৱল পেটৰ চৰ্বি বাঢ়িলেও বা তেনেদৰে চৰ্বি বাঢ়া যেন দেখিলেও ই একপ্ৰকাৰৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCancerindiaOvairy cancerWomenWomen Cancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?
বাণিজ্য

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.